Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NDFB Leader:মুকলি আকাশলৈ অহাৰ পথ প্রশস্ত এম বাথাসহ ৩৫ কাৰাবন্দী এনডিএফবিৰ

এনআইএ আদালতৰ পৰা চৰকাৰলৈ গোচৰ হস্তান্তৰ

publisher by publisher
May 21, 2025
in News, Assam
Reading Time: 2 mins read
0
NDFB Leader:মুকলি আকাশলৈ অহাৰ পথ প্রশস্ত এম বাথাসহ ৩৫ কাৰাবন্দী এনডিএফবিৰ
1
SHARES
10
VIEWS
ShareShareShareShare

NDFB Leader:

একালৰ দুর্ধর্ষ নেতা এম বাথাসহ কাৰাবন্দী ৩৫ জন এনডিএফবিৰ সদস্যৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু বিটিচি মুৰব্বী প্রমোদ বড়োৰ উদ্যোগত এই এনডিএফবি সদস্যসকলৰ বিৰুদ্ধে এনআইএৰ আদালতত ৰুজু হৈ থকা গোচৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হৈছে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এই ৩৫ এনডিএফবিক কটকটীয়া নিৰাপত্তাৰ মাজেৰে কোকৰাঝাৰলৈ আনি ইয়াৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক কোকৰাঝাৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই সম্পৰ্কত চৰকাৰী অধিবক্তা কংকণ কলিতাই জানিবলৈ দিয়া মতে, এই এনডিএফবি সদস্যসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ এনআইএ আদালতৰ পৰা ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হৈছে।

ADVERTISEMENT

সেই মর্মে এই এনডিএফবি সদস্যসকলৰ বিৰুদ্ধে য’ত গোচৰ হৈ আছে সেই স্থানলৈ তেওঁলোকক পঠিওৱা হৈছে। কোকৰাঝাৰত ৰুজু হৈ থকা চাৰিটা গোচৰৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক কোকৰাঝাৰলৈ অনা হয়। এই গোচৰকেইটাৰ বিচাৰ আজিৰ পৰা কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধাশীৰ আদালতত চলিব বুলি অধিবক্তাজনে জনায়।

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

উল্লেখ্য যে বিটিআৰ চুক্তি অনুসৰি এনডিএফবি নেতা-সদস্যৰ বিৰুদ্ধে ৰুজু হৈ থকা বহুসংখ্যক গোচৰ নিষ্পত্তি হৈছে। অৱশ্যে এনআইএ আদালতত বিচাৰাধীন হৈ থকা গোচৰসমূহ নিষ্পত্তি নোহোৱাত কাৰাবন্দী এনডিএফবি নেতাসকল মুকলি আকাশৰ তললৈ আহিব পৰা নাছিল। সম্প্রতি ৩৫ এনডিএফবিৰ গোচৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হোৱাত তেওঁলোকৰ মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি হোৱা বুলি চর্চিত হৈছে। ইয়ে তেওঁলোকৰ পৰিয়ালসমূহৰ মুখত হাঁহি বিৰিঙাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KokrajharNDFBNia COURTSTATE GOVT
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d