Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    AASU Reaction:শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে আছুৰ নেতৃত্বই

    এইবাৰ গুজৰাতত গ্রেপ্তাৰ পাকিস্তানী চোৰাংচোৱা, বায়ুসেনাৰ গোপন তথ্য ফাদিলৰ অভিযোগ

    Indian Forest Service Examination: সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ উজ্জ্বলিল এগৰাকী অসম সন্তান

    ‘কেন্দ্ৰ আৰু ৰাজ্যসমূহে যদি টিম ইণ্ডিয়াৰ দৰে কাম কৰে…’, নীতি আয়োগৰ বৈঠকত কি ক’লে মোদীয়ে?

    Nagaon:আৰামৰ বৃত্তই কাঢ়ি নিছে আমাৰ সফলতা

    পুঞ্চত পাক গোলাবৰ্ষণত ধ্বংস হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত ৰাহুল গান্ধী 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    গ্ৰীষ্মকালত ছালত গোলাপ পানী ব্যৱহাৰ কৰিলে কি লাভ হয়?

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Forest Wildlife Photography Exhibition at Guwahati Artists Guild: গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰণ্যকৰ চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী মুকলি

অসম, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ মনোমোহা ফটোৰ সমাহাৰ

publisher by publisher
May 23, 2025
in News, Assam
Reading Time: 2 mins read
0
Forest Wildlife Photography Exhibition at Guwahati Artists Guild: গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰণ্যকৰ চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী মুকলি
1
SHARES
9
VIEWS
ShareShareShareShare

Forest Wildlife Photography Exhibition at Guwahati Artists Guild:

অসমৰ লগতে দেশৰ ভালেসংখ্যক নিপুণ ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হোৱা বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ কমেও ৪৬ খন অসাধাৰণ ফটোৰ সমাহাৰেৰে চান্দমাৰীস্থিত গুৱাহাটী আৰ্টিষ্ট গীল্ডত উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত এখন চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে ।

ADVERTISEMENT

আৰণ্যকৰ (www.aaranyak.org) ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰদৰ্শনীখন বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসৰ উপলক্ষত প্ৰখ্যাত ফটোগ্ৰাফাৰ তথা অসম চৰকাৰৰ প্ৰাক্তন আমোলা সঞ্জীৱ গোঁহাই বৰুৱাই উদ্বোধন কৰে । ২৫ মে’ত সামৰণি পৰিবলগীয়া প্ৰদৰ্শনীখনত মূলত: অসম আৰু জৈৱ বৈচিত্ৰ্যত চহকী উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য স্থানৰ ফটোগ্ৰাফক প্ৰাধান্য দিয়া হৈছে ।

RelatedPosts

Aaranyak:শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা

হাতী-মানুহৰ সংঘাত, তিনিখনকৈ জিলাত চিহ্নফলক স্থাপন আৰণ্যকৰ

photo 2বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনীখনৰ সৈতে ৰজিতা খুৱাই ১৯৮৯ চনৰ পৰা ৩৫ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ কৰা আৰণ্যকৰ বিভিন্ন বিভাগৰ কাৰ্যকলাপৰো এলানি ফটোগ্ৰাফিক চিত্ৰায়ন কৰা হৈছে । প্ৰদৰ্শনীখন উদ্বোধন কৰি সঞ্জীৱ গোঁহাই বৰুৱাই বন্যপ্ৰাণী ফটোগ্ৰাফৰ অৰ্থবহ প্ৰদৰ্শনীৰ বাবে লোৱা আৰণ্যকৰ এই উদ্যোগক প্ৰশংসা কৰে আৰু শেহতীয়াকৈ উপযুক্ত সজুঁলি আৰু উচ্চ প্ৰযুক্তিৰ কেমেৰা আৰু লেন্সৰ আগমনৰ পৰিপ্ৰেক্ষিত বন্যপ্ৰাণী অনুৰাগী সকলৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা বন্যপ্ৰাণী ফটোগ্ৰাফী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । এই উপলক্ষে দিয়া ভাষণত আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড: পাৰ্থজ্যোতি দাসে দ্ৰুত জনপ্ৰিয়তা লাভ কৰা বন্যপ্ৰাণী ফটোগ্ৰাফীলৈ অধিক সজীৱতা আনিবলৈ ৰাজ্যজুৰি সেউজ ফটোগ্ৰাফাৰসকলৰ বাবে কৰ্মশালাৰ আয়োজনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে ।

phto 3প্ৰশংসিত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ আৰু এই প্ৰদৰ্শনীৰ অন্যতম হোতা, আৰণ্যকৰ সাংগঠনিক সচিব তথা জ্যেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰে কয় যে এই ফটোগ্ৰাফী প্ৰদৰ্শনীখন আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি সংস্থাটোৰ বহনক্ষম সংৰক্ষণৰ প্ৰচেষ্টাক উদযাপনৰ এক বিনম্ৰ প্ৰয়াস । আৰণ্যকৰ বিত্ত সচিব জিমুত প্ৰসাদ শৰ্মাই প্ৰযুক্তিগত উত্তৰণে সামগ্ৰিকভাৱে ফটোগ্ৰাফী ক্ষেত্ৰখনলৈ আৰু বিশেষকৈ বন্যপ্ৰাণী ফটোগ্ৰাফীলৈ অনা সজীৱতা আৰু উৎকৃষ্টতাৰ বিষয়ে বিশদভাৱে কয় ।

photo 4আৰণ্যকৰ প্ৰচাৰ সচিব বিজয় শংকৰ বৰাই ফটোগ্ৰাফীক সাধাৰণ লোক বিশেষকৈ নৱ প্ৰজন্মৰ মাজত বন্যপ্ৰাণী প্ৰজাতিৰ প্ৰতি আকৰ্ষণ জগাই তোলাৰ এক অতি শক্তিশালী মাধ্যম বুলি অভিহিত কৰে আৰু কয় যে ই মূৰকত দীৰ্ঘম্যাদী জনমুখী সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰে। আৰণ্যকৰ জ্যেষ্ঠ পৰিচালক ববী নাথে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটোত সংগঠনটোৰ কৰ্মীসকলৰ লগতে যঠেষ্ট সংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AaranyakForest Wildlife Photography ExhibitionGuwahati Artists Guild
publisher

publisher

Related Posts

AASU Reaction:শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে আছুৰ নেতৃত্বই
News

May 24, 2025
এইবাৰ গুজৰাতত গ্রেপ্তাৰ পাকিস্তানী চোৰাংচোৱা, বায়ুসেনাৰ গোপন তথ্য ফাদিলৰ অভিযোগ
News

এইবাৰ গুজৰাতত গ্রেপ্তাৰ পাকিস্তানী চোৰাংচোৱা, বায়ুসেনাৰ গোপন তথ্য ফাদিলৰ অভিযোগ

May 24, 2025
Indian Forest Service Examination: সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ উজ্জ্বলিল এগৰাকী অসম সন্তান
News

Indian Forest Service Examination: সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ উজ্জ্বলিল এগৰাকী অসম সন্তান

May 24, 2025
‘কেন্দ্ৰ আৰু ৰাজ্যসমূহে যদি টিম ইণ্ডিয়াৰ দৰে কাম কৰে…’, নীতি আয়োগৰ বৈঠকত কি ক’লে মোদীয়ে?
India

‘কেন্দ্ৰ আৰু ৰাজ্যসমূহে যদি টিম ইণ্ডিয়াৰ দৰে কাম কৰে…’, নীতি আয়োগৰ বৈঠকত কি ক’লে মোদীয়ে?

May 24, 2025
Nagaon:আৰামৰ বৃত্তই কাঢ়ি নিছে আমাৰ সফলতা
News

Nagaon:আৰামৰ বৃত্তই কাঢ়ি নিছে আমাৰ সফলতা

May 24, 2025
পুঞ্চত পাক গোলাবৰ্ষণত ধ্বংস হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত ৰাহুল গান্ধী 
India

পুঞ্চত পাক গোলাবৰ্ষণত ধ্বংস হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত ৰাহুল গান্ধী 

May 24, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d