Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Forest Wildlife Photography Exhibition at Guwahati Artists Guild: গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰণ্যকৰ চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী মুকলি

অসম, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ মনোমোহা ফটোৰ সমাহাৰ

publisher by publisher
May 23, 2025
in Assam, News
Reading Time: 2 mins read
0
Forest Wildlife Photography Exhibition at Guwahati Artists Guild: গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰণ্যকৰ চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী মুকলি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Forest Wildlife Photography Exhibition at Guwahati Artists Guild:

অসমৰ লগতে দেশৰ ভালেসংখ্যক নিপুণ ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হোৱা বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ কমেও ৪৬ খন অসাধাৰণ ফটোৰ সমাহাৰেৰে চান্দমাৰীস্থিত গুৱাহাটী আৰ্টিষ্ট গীল্ডত উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত এখন চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে ।

ADVERTISEMENT

আৰণ্যকৰ (www.aaranyak.org) ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰদৰ্শনীখন বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসৰ উপলক্ষত প্ৰখ্যাত ফটোগ্ৰাফাৰ তথা অসম চৰকাৰৰ প্ৰাক্তন আমোলা সঞ্জীৱ গোঁহাই বৰুৱাই উদ্বোধন কৰে । ২৫ মে’ত সামৰণি পৰিবলগীয়া প্ৰদৰ্শনীখনত মূলত: অসম আৰু জৈৱ বৈচিত্ৰ্যত চহকী উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য স্থানৰ ফটোগ্ৰাফক প্ৰাধান্য দিয়া হৈছে ।

বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনীখনৰ সৈতে ৰজিতা খুৱাই ১৯৮৯ চনৰ পৰা ৩৫ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ কৰা আৰণ্যকৰ বিভিন্ন বিভাগৰ কাৰ্যকলাপৰো এলানি ফটোগ্ৰাফিক চিত্ৰায়ন কৰা হৈছে । প্ৰদৰ্শনীখন উদ্বোধন কৰি সঞ্জীৱ গোঁহাই বৰুৱাই বন্যপ্ৰাণী ফটোগ্ৰাফৰ অৰ্থবহ প্ৰদৰ্শনীৰ বাবে লোৱা আৰণ্যকৰ এই উদ্যোগক প্ৰশংসা কৰে আৰু শেহতীয়াকৈ উপযুক্ত সজুঁলি আৰু উচ্চ প্ৰযুক্তিৰ কেমেৰা আৰু লেন্সৰ আগমনৰ পৰিপ্ৰেক্ষিত বন্যপ্ৰাণী অনুৰাগী সকলৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা বন্যপ্ৰাণী ফটোগ্ৰাফী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । এই উপলক্ষে দিয়া ভাষণত আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড: পাৰ্থজ্যোতি দাসে দ্ৰুত জনপ্ৰিয়তা লাভ কৰা বন্যপ্ৰাণী ফটোগ্ৰাফীলৈ অধিক সজীৱতা আনিবলৈ ৰাজ্যজুৰি সেউজ ফটোগ্ৰাফাৰসকলৰ বাবে কৰ্মশালাৰ আয়োজনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে ।

প্ৰশংসিত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ আৰু এই প্ৰদৰ্শনীৰ অন্যতম হোতা, আৰণ্যকৰ সাংগঠনিক সচিব তথা জ্যেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰে কয় যে এই ফটোগ্ৰাফী প্ৰদৰ্শনীখন আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি সংস্থাটোৰ বহনক্ষম সংৰক্ষণৰ প্ৰচেষ্টাক উদযাপনৰ এক বিনম্ৰ প্ৰয়াস । আৰণ্যকৰ বিত্ত সচিব জিমুত প্ৰসাদ শৰ্মাই প্ৰযুক্তিগত উত্তৰণে সামগ্ৰিকভাৱে ফটোগ্ৰাফী ক্ষেত্ৰখনলৈ আৰু বিশেষকৈ বন্যপ্ৰাণী ফটোগ্ৰাফীলৈ অনা সজীৱতা আৰু উৎকৃষ্টতাৰ বিষয়ে বিশদভাৱে কয় ।

আৰণ্যকৰ প্ৰচাৰ সচিব বিজয় শংকৰ বৰাই ফটোগ্ৰাফীক সাধাৰণ লোক বিশেষকৈ নৱ প্ৰজন্মৰ মাজত বন্যপ্ৰাণী প্ৰজাতিৰ প্ৰতি আকৰ্ষণ জগাই তোলাৰ এক অতি শক্তিশালী মাধ্যম বুলি অভিহিত কৰে আৰু কয় যে ই মূৰকত দীৰ্ঘম্যাদী জনমুখী সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰে। আৰণ্যকৰ জ্যেষ্ঠ পৰিচালক ববী নাথে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটোত সংগঠনটোৰ কৰ্মীসকলৰ লগতে যঠেষ্ট সংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakForest Wildlife Photography ExhibitionGuwahati Artists Guild
publisher

publisher

Related Posts

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ
India

October 12, 2026
বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d