Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Gaurav Gogoi’s Press Conference: ইডিয়ে উন্মোচন কৰিলে অসমৰ কয়লা ছিণ্ডিকেট, চিবিআই তদন্তৰ দাবী গৌৰৱৰ

বিজেপিৰ ছত্ৰছায়াত উত্তৰ-পূবত ড্ৰাগছৰ বিভীষিকা,শ্বাহৰ ভ্ৰমণৰ পাছতো সৰবৰাহ বন্ধ হোৱা নাই, ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ব্যক্তিৰ ছত্ৰছায়াত চলিছে বাবেই মৌন মুখ্যমন্ত্ৰী

publisher by publisher
May 29, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Gaurav Gogoi’s Press Conference: ইডিয়ে উন্মোচন কৰিলে অসমৰ কয়লা ছিণ্ডিকেট, চিবিআই তদন্তৰ দাবী গৌৰৱৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Gaurav Gogoi’s Press Conference:

অসম-মেঘালয়ৰ কয়লা ছিণ্ডিকেটৰ চিবিআই তদন্ত দাবী কৰিছে অসম প্রদেশ কংগ্ৰেছৰ নৱ-নির্বাচিত সভাপতি সাংসদ গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপ-দলপতিৰূপেও কার্যনির্বাহ কৰি থকা গগৈয়ে বুধবাৰে নতুন দিল্লীত এখন সংবাদমেলত কয় যে স্বয়ং কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ অধীনৰ সংস্থা প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ৰ তদন্ততে অসম আৰু মেঘালয়ত কয়লাৰ ছিণ্ডিকেট চলি থকাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

যোৱা ২৪ এপ্ৰিলত ৰাজ্য দুখনৰ বিভিন্ন স্থানত ইডিয়ে তালাচী চলাই কয়লা ছিণ্ডিকেটৰ তথ্য উদ্ধাৰ কৰে বুলি গগৈয়ে সদৰী কৰিছে। উক্ত দিনা গুৱাহাটী, মাৰ্ঘেৰিটাকে ধৰি ৰাজ্যৰ বিভিন্ন স্থান আৰু মেঘালয়ত তালাট চলায় এই তালাচীৰ সময়ত পোহৰলৈ অহা তথ্য সংস্থাটোৱে পিছদিনা বিবৃতিযোগে প্রকাশ কৰে।

RelatedPosts

SIT:পত্নীসহ সাংসদ গৌৰৱ গগৈক তলবৰ বাবে প্ৰস্তুতি এছআইটিৰ

Cm Reaction:নতুন দিল্লীত এক সংবাদমেলত গৌৰৱ গগৈয়ে পাকিস্তান যোৱাৰ কথা স্বীকাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

Ripun Bora: গৌৰৱ গগৈ পাকিস্তান লিংক গোচৰত ৰিপুণ বৰাৰ নাম সন্নিৱিষ্ট 

এই সম্পর্কত গগৈয়ে লগতে কয়, ‘ইডিয়ে বিবৃতিত প্ৰকাশ কৰিছে যে মেঘালয়ৰ পৰা অহা কয়লাবাহী ট্রাকৰ তালাচীৰ ব্যৱস্থা কৰা নাই অসম চৰকাৰে। প্ৰতিখন অবৈধ কয়লাবাহী ট্রাকৰ পৰা ছিণ্ডিকেট চক্রই ডেৰ লাখ টকাকৈ সংগ্ৰহ কৰে। ৰাজনৈতিকভাবে গুৰুত্বপূর্ণ ব্যক্তিৰ ছত্ৰছায়াতে এই ছিন্ডিকেট চলি আছে। ‘ইডিয়ে তালাচীৰ সময়ত নগদ ডেৰ কোটি টকাৰ লগতে কেতবোৰ নথিপত্ৰও জব্দ কৰে বুলি গগৈয়ে কয়।

কংগ্রেছে সদনৰ বাহিৰে-ভিতৰে কয়লা ছিণ্ডিকেটক লৈ সৰৱ হৈ আহিছে বুলি উল্লেখ কৰে গগৈয়ে। তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্রীয়ে কয়লা ছিণ্ডিকেটক লৈ মৌনতা অৱলম্বন কৰি আহিছে। ৰাজনৈতিকভাবে গুৰুত্বপূর্ণ ব্যক্তিৰ ছত্ৰছায়াত এই ছিণ্ডিকেট চক্রব লুণ্ঠনৰাজ চলি আহিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ ইয়াৰ চিবিআই তদন্ত দাবী কৰে। গগৈয়ে লগতে কয় যে অসমৰ মুখ্যমন্ত্রীয়ে ৰাজ্যত অবৈধভাবে কয়লা খনন (ৰেট হ’ল মাইনিং) চলা নাই বুলি দাবী কৰি আহিছে যদিও উমৰাংছ’ৰ ঘটনাই বিপৰীত ছবি দাঙি ধৰেব।

উমৰাংছ’ৰ কয়লা খনিটোত আবদ্ধ হৈ মৃত্যুমুখত পৰা ন শ্রমিকৰ আটাইকেইজনৰ মৃতদেহ ৪০ দিনতহে উদ্ধাৰ কৰা হয় বুলিও গগৈয়ে সংবাদমেলত মন্তব্য কৰে। তেওঁ আৰু কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং উত্তৰ-পূবৰ কথা কৈছে যদিও দেশৰ এই অঞ্চলটোক দুটা বিভীষিকাই জৰ্জৰিত কৰিছে। ইয়াৰে এটা কয়লা ছিণ্ডিকেট আৰু আনটো নিচাযুক্ত দ্ৰব্যৰ বেহা। কয়লা ছিণ্ডিকেট আৰু ৰেট হ’ল মাইনিঙে অসম তথা উত্তৰ-পূব অর্থনীতি, পৰিৱেশ আৰু সমাজক জৰ্জৰিত কৰিছে বুলিও সাংসদ গগৈয়ে অভিযোগ উত্থাপন কৰে।

একেদৰে অঞ্চলটোত ড্রাগছেও অতি বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি তেওঁ উদ্বেগ প্রকাশ কৰে। মণিপুৰ আৰু মিজোৰামৰ প্ৰা অসমলৈ নিষিদ্ধ ড্রাগছ আহে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে। স্বয়ং কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বহুবাৰ উত্তৰ-পূব ভ্রমণ কৰাৰ পাছতো ড্ৰাগছৰ বিভীষিকা দূৰ কৰিবলৈ সক্ষম নহ’ল বুলি তেওঁ ক্ষোভ প্রকাশ কৰে। গগৈয়ে লগতে বিজেপিৰ ছত্ৰছায়াতে উত্তৰ-পূবত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি আছে বুলিও অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘মণিপুৰৰ সাহসিকতাৰ বঁটাপ্ৰাপক এগৰাকী মহিলা আৰক্ষী বিষয়াই এজন ড্রাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ পাহত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত এৰি দিব লগা হয়। ইয়াক লৈ অপমানিত বোধ কৰি আৰক্ষী বিষয়াগৰাকীয়ে সাহসিকতাৰ বঁটা ঘূৰাই দিয়ে।’ ইয়াৰ দ্বাৰা বিজেপিৰ ছত্রছায়াতে দেশৰ ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৰ এই ৰাজ্যকেইখনত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি থকাটো প্রতিপন্ন হয় বুলি তেওঁ মন্তব্য কৰে।

গগৈয়ে লগতে কয় যে ড্রাগছজনিত সমস্যাই মিজোৰাম আৰু মেঘালয়তো জটিল সমস্যাৰ সৃষ্টি কৰিছে। মেঘালয়ৰ তিনি লাখ কিশোৰ-কিশোৰী তথা যুৱক-যুৱতী ড্ৰাগছৰ জালত বন্দী হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে বুলিও গগৈয়ে মন্তব্য কৰে। তেওঁ কয় যে ড্ৰাগছৰ ফান্দত পৰা এইসকলৰ বয়স ১৫-২৪ বছৰ বয়সৰ অঞ্চলটোলৈ ম্যানমাৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ ঘটে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে।

# প্রধানমন্ত্রী মোদীক টিপ্পনীক সমালোচনা: সংবেদনশীল হ’বলৈ অনুৰোধ

মঙলবাৰে গুজৰাটত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক বিদেশী সামগ্রী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই নাম উল্লেখ নকৰাকৈ চীনা লোকক কটাক্ষ কৰে। ভাষণত তেওঁ কয়, ‘দুর্ভাগ্যজনক যে গণেশৰ মূর্তিও বিদেশৰ পৰা আহিবলৈ লৈছে। ভালদৰে চকু মেল নোখোৱা সৰু গণেশৰ মূৰ্তিও আহিছে মোদীৰ এই মন্তব্যৰ আঁত ধৰি কংগ্রেছ সাংসদ গগৈয়ে সংবাদমেলত কয় যে বক্তব্য আগবঢ়োৱাৰ পূৰ্বে প্রধানমন্ত্রী সংবেদনশীল হোরা উচিত।

চীনৰ লোকৰ স’তে উত্তৰ-পূবৰ লোকৰ চকু, মুখাবয়ব আদিৰ মিল থকা বুলি উল্লেখ থকা বুলি তেওঁ সংবাদমেলত কয়, ‘প্রধানমন্ত্রী মোদীৰ এনে মন্তব্যৰ পাছত উত্তৰ-পূবৰ লোকসকল শংকিত হৈছে। দেশৰ বিভিন্ন স্থানত উত্তৰ-পূবৰ যুৱক-যুৱতীসকলে অনাকাংক্ষিত পৰিস্থিতিৰ সম্মুখীন হোৱাৰ আশংকাত ভূগিছে। গতিকে প্রধানমন্ত্রীয়ে এনে বক্তব্য আগবঢ়োৱাৰ পূৰ্বে সংবেদনশীল হোৱা উচিত।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gaurav GogoiPress conference
publisher

publisher

Related Posts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
News

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

May 30, 2025
সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!
India

সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

May 30, 2025
BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !
News

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

May 30, 2025
ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 
India

ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

May 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d