Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kharchang coal syndicate:ডিচেম্বৰৰ ভিতৰতে তিনিশ কোটি সংগ্ৰহৰ লক্ষ্য খাৰচাঙৰ কয়লা ছিণ্ডিকেটৰ

অৰুণাচলৰ কয়লাৰ ওপৰত ৰজা বিধায়ক বলীন বাহিনী,প্রতিখন কয়লা ট্রাকে দিব লাগে ডেৰ লাখকৈ,মাউত-গুন্দুকে দিয়ে অসমত প্ৰৱেশৰ অনুমতি, দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্বৰূপ,কাজিৰঙাত ছিণ্ডিকেট চক্ৰৰ বিশেষ বৈঠক

publisher by publisher
May 20, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Kharchang coal syndicate:ডিচেম্বৰৰ ভিতৰতে তিনিশ কোটি সংগ্ৰহৰ লক্ষ্য খাৰচাঙৰ কয়লা ছিণ্ডিকেটৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !

Kharchang coal syndicate:

দুর্নীতি-অন্যায়ৰ বিৰুদ্ধে শূন্য সহনশীল বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ শাসনকালত ৰাজকোষলৈ আহিবলগীয়া কোটি কোটি টকা ছিণ্ডিকেট চক্ৰৰ জেপলৈ গৈছে।

ADVERTISEMENT

চৰকাৰখনৰ বিগত কালছোৱাৰ বিভিন্ন ঘটনাৱলীয়ে ইয়াক স্পষ্ট কৰি দিছে। ডিমা হাছাওৰ উমৰাংছ’ৰ অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ সমান্তৰালভাৱে মেঘালয়, মাৰ্ঘেৰিটাৰ কয়লাক কেন্দ্ৰ কৰি অসম চৰকাৰৰ শীৰ্ষ মহলৰে ঘনিষ্ঠ কয়লা মাফিয়াৰ ঘৰত ইডিয়ে চলোৱা অভিযানে বিজেপি চৰকাৰৰ দিনত ব্যাপকৰূপে সংঘটিত কয়লা ছিণ্ডিকেটৰ বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আনিছে।

এইসমূহ ঘটনাক লৈ চৰকাৰী পক্ষই ৰাজ্যত কোনোধৰণৰ কয়লা ছিণ্ডিকেট নাই বুলি দাবী কৰি আহিছে যদিও এতিয়াও অব্যাহত আছে খাৰচাঙৰ কয়লা ছিণ্ডিকেট। উল্লেখ্য যে শদিয়াৰ বিজেপি বিধায়ক বলীন চেতিয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অৰুণাচলৰ খাৰচাঙৰ কয়লা ছিণ্ডিকেট দীর্ঘদিন ধৰি নিয়ন্ত্ৰণ হৈ আহিছে আৰু এই কথা তিনিচুকীয়া জিলাখনত সর্বজনবিদিত।

বিগত সময়ছোৱাত এই ছিণ্ডিকেট বিধায়ক চেতিয়াৰ অতি ঘনিষ্ঠ এজন বিজেপিৰ স্থানীয় নেতাই চোৱাচিতা কৰিছিল যদিও এইবাৰ কুখ্যাত কাঠ মাফিয়া হেমন্ত মৰাণ ওৰফে গুন্দুকক সমস্ত দায়িত্ব প্রদান কৰিছে শদিয়াৰ বিধায়কজনে। গুন্দুকে এই ছিণ্ডিকেটৰ অসমৰ দিশটো চোৱাচিতা কৰাৰ লগতে অৰুণাচলৰ দিশটো চোৱাচিতাৰ দায়িত্বত আছে নিজকে বিজেপি নেতা বুলি দাবী কৰা সঞ্জীৱ হাজৰিকা। এই দুই ছিণ্ডিকেট কাণ্ডাৰীয়ে নির্দিষ্ট কৰি দিয়া গুণ্ডাকৰ সংগ্ৰহৰ দায়িত্বত আছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰি অহা তথা দীর্ঘদিন ধৰি কয়লাৰ ক’লা সাম্ৰাজ্যখনৰ স’তে জড়িত সর্বজনবিদিত কুখ্যাত কয়লা মাফিয়া যোগেশ মাউতে।

উল্লেখ্য যে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই অসমৰ বিভিন্ন প্রান্তত শেহতীয়াকৈ অভিযান অব্যাহত ৰখাৰ সময়তো এই চক্রটোৱে বিনা বাধাই শ শ কয়লাভর্তি ট্রাক পাৰ কৰাই নিবলৈ সক্ষম হৈছে। অৱশ্যে বতৰৰ বাবে যোৱা দুই-তিনিটা দিন কয়লাভর্তি ট্রাক অসমত প্ৰৱেশ কৰা নাই যদিও এতিয়া শতাধিক ট্রাক অসমত প্ৰৱেশ কৰিবলৈ সাজু হৈ আছে।

ইফালে, খাৰচাঙৰ প্ৰতিখন কয়লাভর্তি ট্রাক অসমত প্ৰৱেশৰ নামত এক লাখ ৪৬ হেজাৰ টকা নির্ধাৰণ কৰি দিছে বিধায়ক চেতিয়াৰ ঘনিষ্ঠ গুন্দুকে। স্বয়ং বিধায়কজনৰ ঘনিষ্ঠ এক সূত্ৰই সদৰী কৰা অনুসৰি, চলিত বৰ্ষত তথা ডিচেম্বৰলৈ খাৰচাঙৰ কয়লাৰ জৰিয়তে তিনিশ কোটি গুণ্ডাকৰ সংগ্ৰহৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হৈছে।

কিয়নো ২০২৬ত বিধানসভা নির্বাচন আৰু তেনেস্থলত বিশেষ পৰিস্থিতিত উল্লিখিত বৰ্ষৰ প্ৰথমাৱস্থাত কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ সম্ভাৱনা আছে। এই লক্ষ্য লৈয়ে তিনিচুকীয়াৰ আৰক্ষী-প্ৰশাসনৰ চকুৰ সম্মুখেৰে চক্ৰটোৱে বিনা বাধাই কয়লা ভর্তি ট্রাকসমূহ পাৰ কৰি নিছে আৰু এই সন্দৰ্ভত তথ্যসহ ধাৰাবাহিক বাতৰি প্ৰকাশ পাই আহিছে যদিও দিছপুৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে। বিভিন্নজনৰ মনত এই গুণ্ডাকৰৰ ভাগ দিছপুৰলৈও যায় বুলি স্বাভাৱিকতে প্রশ্ন উদয় হৈছে।

উল্লেখ্য যে খাৰচাঙৰ কয়লা ছিণ্ডিকেটক লৈ বিজেপিৰ দুটা ফৈদ প্রত্যক্ষ সংঘাতত লিপ্ত হৈছিল। মাৰ্ঘেৰিটাৰ বিধায়ক শৰ্মাৰ ঘনিষ্ঠ তথা স্থানীয় বিজেপি নেতা সত্যৰঞ্জন বৰকাকতিৰ নেতৃত্বত বিজেপিৰ এটা দলে কয়লাভর্তি ট্রাকসমূহ নামদাঙত আগভেটি ধৰি ট্রাকসমূহ ওভতাই পঠিয়াইছিল। শেষত দুয়োপক্ষৰ মাজত বুজাবুজি সম্পন্ন হোৱাত পুনৰ পথছোৱা সুচল হয়।

সূত্রত প্রকাশ যে আগন্তুক দিনত কে’বাশ কয়লাভর্তি ট্রাক অসমত প্ৰৱেশ কৰিব আৰু এই ক্ষেত্ৰত যাতে কোনো বাধাৰ সম্মুখীন নহয়, কয়লা ছিণ্ডিকেটৰ স’তে জড়িত চক্রটোৱে শীঘ্ৰে কাজিৰঙাত এক বৈঠকত মিলিত হ’ব। কয়লা মাফিয়া মাউতে এই বৈঠকৰ আহ্বান জনাইছে আৰু এই বৈঠকত কে’বাজনো শীর্ষ পর্যায়ৰ আৰক্ষী, বন আৰু পৰিবহণ বিভাগৰ বিষয়া উপস্থিত থকাৰ কথা। এই তথ্যই দুর্নীতি-ছিণ্ডিকেটৰ বিৰুদ্ধে সততে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ স্বৰূপ উদঙাই দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ILLEGAL COAL MININGKharchang coal syndicateMla Balin CetiaUmrangsu
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d