Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gaurav Gogoi’s Press Conference: ইডিয়ে উন্মোচন কৰিলে অসমৰ কয়লা ছিণ্ডিকেট, চিবিআই তদন্তৰ দাবী গৌৰৱৰ

বিজেপিৰ ছত্ৰছায়াত উত্তৰ-পূবত ড্ৰাগছৰ বিভীষিকা,শ্বাহৰ ভ্ৰমণৰ পাছতো সৰবৰাহ বন্ধ হোৱা নাই, ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ব্যক্তিৰ ছত্ৰছায়াত চলিছে বাবেই মৌন মুখ্যমন্ত্ৰী

publisher by publisher
May 29, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Gaurav Gogoi’s Press Conference: ইডিয়ে উন্মোচন কৰিলে অসমৰ কয়লা ছিণ্ডিকেট, চিবিআই তদন্তৰ দাবী গৌৰৱৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Gaurav Gogoi’s Press Conference:

অসম-মেঘালয়ৰ কয়লা ছিণ্ডিকেটৰ চিবিআই তদন্ত দাবী কৰিছে অসম প্রদেশ কংগ্ৰেছৰ নৱ-নির্বাচিত সভাপতি সাংসদ গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপ-দলপতিৰূপেও কার্যনির্বাহ কৰি থকা গগৈয়ে বুধবাৰে নতুন দিল্লীত এখন সংবাদমেলত কয় যে স্বয়ং কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ অধীনৰ সংস্থা প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ৰ তদন্ততে অসম আৰু মেঘালয়ত কয়লাৰ ছিণ্ডিকেট চলি থকাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

যোৱা ২৪ এপ্ৰিলত ৰাজ্য দুখনৰ বিভিন্ন স্থানত ইডিয়ে তালাচী চলাই কয়লা ছিণ্ডিকেটৰ তথ্য উদ্ধাৰ কৰে বুলি গগৈয়ে সদৰী কৰিছে। উক্ত দিনা গুৱাহাটী, মাৰ্ঘেৰিটাকে ধৰি ৰাজ্যৰ বিভিন্ন স্থান আৰু মেঘালয়ত তালাট চলায় এই তালাচীৰ সময়ত পোহৰলৈ অহা তথ্য সংস্থাটোৱে পিছদিনা বিবৃতিযোগে প্রকাশ কৰে।

এই সম্পর্কত গগৈয়ে লগতে কয়, ‘ইডিয়ে বিবৃতিত প্ৰকাশ কৰিছে যে মেঘালয়ৰ পৰা অহা কয়লাবাহী ট্রাকৰ তালাচীৰ ব্যৱস্থা কৰা নাই অসম চৰকাৰে। প্ৰতিখন অবৈধ কয়লাবাহী ট্রাকৰ পৰা ছিণ্ডিকেট চক্রই ডেৰ লাখ টকাকৈ সংগ্ৰহ কৰে। ৰাজনৈতিকভাবে গুৰুত্বপূর্ণ ব্যক্তিৰ ছত্ৰছায়াতে এই ছিন্ডিকেট চলি আছে। ‘ইডিয়ে তালাচীৰ সময়ত নগদ ডেৰ কোটি টকাৰ লগতে কেতবোৰ নথিপত্ৰও জব্দ কৰে বুলি গগৈয়ে কয়।

কংগ্রেছে সদনৰ বাহিৰে-ভিতৰে কয়লা ছিণ্ডিকেটক লৈ সৰৱ হৈ আহিছে বুলি উল্লেখ কৰে গগৈয়ে। তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্রীয়ে কয়লা ছিণ্ডিকেটক লৈ মৌনতা অৱলম্বন কৰি আহিছে। ৰাজনৈতিকভাবে গুৰুত্বপূর্ণ ব্যক্তিৰ ছত্ৰছায়াত এই ছিণ্ডিকেট চক্রব লুণ্ঠনৰাজ চলি আহিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ ইয়াৰ চিবিআই তদন্ত দাবী কৰে। গগৈয়ে লগতে কয় যে অসমৰ মুখ্যমন্ত্রীয়ে ৰাজ্যত অবৈধভাবে কয়লা খনন (ৰেট হ’ল মাইনিং) চলা নাই বুলি দাবী কৰি আহিছে যদিও উমৰাংছ’ৰ ঘটনাই বিপৰীত ছবি দাঙি ধৰেব।

উমৰাংছ’ৰ কয়লা খনিটোত আবদ্ধ হৈ মৃত্যুমুখত পৰা ন শ্রমিকৰ আটাইকেইজনৰ মৃতদেহ ৪০ দিনতহে উদ্ধাৰ কৰা হয় বুলিও গগৈয়ে সংবাদমেলত মন্তব্য কৰে। তেওঁ আৰু কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং উত্তৰ-পূবৰ কথা কৈছে যদিও দেশৰ এই অঞ্চলটোক দুটা বিভীষিকাই জৰ্জৰিত কৰিছে। ইয়াৰে এটা কয়লা ছিণ্ডিকেট আৰু আনটো নিচাযুক্ত দ্ৰব্যৰ বেহা। কয়লা ছিণ্ডিকেট আৰু ৰেট হ’ল মাইনিঙে অসম তথা উত্তৰ-পূব অর্থনীতি, পৰিৱেশ আৰু সমাজক জৰ্জৰিত কৰিছে বুলিও সাংসদ গগৈয়ে অভিযোগ উত্থাপন কৰে।

একেদৰে অঞ্চলটোত ড্রাগছেও অতি বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি তেওঁ উদ্বেগ প্রকাশ কৰে। মণিপুৰ আৰু মিজোৰামৰ প্ৰা অসমলৈ নিষিদ্ধ ড্রাগছ আহে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে। স্বয়ং কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বহুবাৰ উত্তৰ-পূব ভ্রমণ কৰাৰ পাছতো ড্ৰাগছৰ বিভীষিকা দূৰ কৰিবলৈ সক্ষম নহ’ল বুলি তেওঁ ক্ষোভ প্রকাশ কৰে। গগৈয়ে লগতে বিজেপিৰ ছত্ৰছায়াতে উত্তৰ-পূবত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি আছে বুলিও অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘মণিপুৰৰ সাহসিকতাৰ বঁটাপ্ৰাপক এগৰাকী মহিলা আৰক্ষী বিষয়াই এজন ড্রাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ পাহত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত এৰি দিব লগা হয়। ইয়াক লৈ অপমানিত বোধ কৰি আৰক্ষী বিষয়াগৰাকীয়ে সাহসিকতাৰ বঁটা ঘূৰাই দিয়ে।’ ইয়াৰ দ্বাৰা বিজেপিৰ ছত্রছায়াতে দেশৰ ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৰ এই ৰাজ্যকেইখনত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি থকাটো প্রতিপন্ন হয় বুলি তেওঁ মন্তব্য কৰে।

গগৈয়ে লগতে কয় যে ড্রাগছজনিত সমস্যাই মিজোৰাম আৰু মেঘালয়তো জটিল সমস্যাৰ সৃষ্টি কৰিছে। মেঘালয়ৰ তিনি লাখ কিশোৰ-কিশোৰী তথা যুৱক-যুৱতী ড্ৰাগছৰ জালত বন্দী হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে বুলিও গগৈয়ে মন্তব্য কৰে। তেওঁ কয় যে ড্ৰাগছৰ ফান্দত পৰা এইসকলৰ বয়স ১৫-২৪ বছৰ বয়সৰ অঞ্চলটোলৈ ম্যানমাৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ ঘটে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে।

# প্রধানমন্ত্রী মোদীক টিপ্পনীক সমালোচনা: সংবেদনশীল হ’বলৈ অনুৰোধ

মঙলবাৰে গুজৰাটত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক বিদেশী সামগ্রী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই নাম উল্লেখ নকৰাকৈ চীনা লোকক কটাক্ষ কৰে। ভাষণত তেওঁ কয়, ‘দুর্ভাগ্যজনক যে গণেশৰ মূর্তিও বিদেশৰ পৰা আহিবলৈ লৈছে। ভালদৰে চকু মেল নোখোৱা সৰু গণেশৰ মূৰ্তিও আহিছে মোদীৰ এই মন্তব্যৰ আঁত ধৰি কংগ্রেছ সাংসদ গগৈয়ে সংবাদমেলত কয় যে বক্তব্য আগবঢ়োৱাৰ পূৰ্বে প্রধানমন্ত্রী সংবেদনশীল হোরা উচিত।

চীনৰ লোকৰ স’তে উত্তৰ-পূবৰ লোকৰ চকু, মুখাবয়ব আদিৰ মিল থকা বুলি উল্লেখ থকা বুলি তেওঁ সংবাদমেলত কয়, ‘প্রধানমন্ত্রী মোদীৰ এনে মন্তব্যৰ পাছত উত্তৰ-পূবৰ লোকসকল শংকিত হৈছে। দেশৰ বিভিন্ন স্থানত উত্তৰ-পূবৰ যুৱক-যুৱতীসকলে অনাকাংক্ষিত পৰিস্থিতিৰ সম্মুখীন হোৱাৰ আশংকাত ভূগিছে। গতিকে প্রধানমন্ত্রীয়ে এনে বক্তব্য আগবঢ়োৱাৰ পূৰ্বে সংবেদনশীল হোৱা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav GogoiPress conference
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d