Poachers killed in Kaziranga:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ বনৰক্ষীৰ গুলীত ধৰাষায়ী হ’ল এটা চোৰাং চিকাৰী ৷ অগৰাতলি বনাঞ্চল এলেকাত নিশা সংঘটিত হয় এই ঘটনা ৷
ADVERTISEMENT
বনৰক্ষীয়ে মৃত চোৰাং চিকাৰীটোৰ পৰা এ কে -৫৬ ৰাইফল, এঘাৰ ৰাউণ্ড সজীৱ গুলি, এটা থ্ৰি নট থ্ৰি ৰাইফলসহ তিনিজাই সজীৱ গুলি, এটা বেগসহ এখন কুঠাৰ, খাদ্য সামগ্ৰী আৰু এটা টৰ্চ ৷ আনহাতে এই পৰ্যন্ত চিনাক্ত হোৱা নাই চোৰাং চিকাৰীটো ৷