Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

অসমৰ খিলঞ্জীয়া-মূল আদিবাসী লোকহে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে হ'ব অহতা সম্পন্ন ,কে'বাটাও স্তৰত মূল্যায়নৰেহে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব বুলি সদৰী কৰিলে ড: শৰ্মাই, মেঘালয়-অৰুণাচল-মিজোৰাম-নগালেণ্ডৰ সীমান্ত অঞ্চলত প্রযোজ্য নহ'ব অস্ত্র অনুজ্ঞাপত্র নীতি

publisher by publisher
May 30, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

Dispur:মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে স্বাগত সতীর্থ প’র্টেল ২.০

CM Himanta Viswa Sarma:

ৰাজ্যৰ স্পৰ্শকাতৰ আৰু প্রত্যন্ত অঞ্চলৰ নাগৰিকক ব্যক্তিগত সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্র লগত ৰাখিবলৈ চৰকাৰে উদাৰ মনেৰে অনুজ্ঞাপত্র প্রদান কৰিব বুলি ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সিদ্ধান্তক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোনে, কিদৰে এই অনুজ্ঞাপত্ৰ লাভ কৰিব তাৰ তথ্য সদৰী কৰে। অসমত খিলঞ্জীয়া ৰাইজে দীর্ঘদিনে উত্থাপন কৰি অহা এটা দাবী পূৰণৰ বাবে এই সিদ্ধান্ত লোৱ হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অৱশ্যে স্পষ্ট কৰি দিয়ে যে মেঘালয়, অৰুণাচল প্রদেশ, মিজোৰাম, নগালেণ্ড আদিৰ স’তে সংযুক্ত হৈ থকা আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত এই নীতি প্রযোজ্য নহ’ব।

ADVERTISEMENT

তাৰ বিপৰীতে নাম উল্লেখ নকৰাকৈ ইংগিতৰে এই কথা স্পষ্ট কৰি দিয়ে যে বাংলাদেশ সীমান্তৱর্তী আৰু ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলতহে এই নীতি কার্যকৰী হ’ব। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, অসমৰ খিলঞ্জীয়া তথা মূল আদিবাসী লোকসকলে অস্ত্ৰৰ অনুজ্ঞাপত্র প্রদান আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব।

আবেদনকাৰীসকল বৈধ পৰিচয় থকা ভাৰতীয় নাগৰিক হ’ব লাগিব। তদুপৰি তেওঁলোক ব্যক্তিগত নিৰাপত্তাহীনতাত ভোগা স্পৰ্শকাতৰ আৰু – দুর্গম অঞ্চলত বাস কৰা হ’ব লাগিব। এই বিশেষ আঁচনিখনৰ অৰ্হতাৰ মূল্যায়ন তিনিটা স্তৰত হ’ব। আবেদনকাৰীয়ে সঁচাকৈয়ে ভাবুকিৰ সন্মুখীন হৈছে নে নাই, তাৰ সত্যতা আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ দ্বাৰা নিৰূপণ কৰা হ’ব।

তদুপৰি জিলাৰ আৰক্ষী অধীক্ষকৰো অনুমোদন লাগিব। অৰ্হতাৰ বিষয়টো সুৰক্ষা গোটৰ স’তে জিলা দণ্ডাধীশৰ পৰ্যালোচনাতো মূল্যায়ন কৰা হ’ব। অর্হতা সম্পন্নসকলক অস্ত্র আইন, ১৯৫৯ আৰু বিধি, ২০১৬ৰ অধীনত মাৰণাস্ত্ৰ লগত ৰখাৰ অনুজ্ঞাপত্র দিয়া হ’ব। সেই মাৰণাস্ত্ৰ কঠোৰভাৱে অহস্তান্তৰযোগ্য হ’ব।

মাৰণাস্ত্ৰৰ অপব্যৱহাৰ কৰিলে অনুজ্ঞাপত্ৰ বাতিলৰ লগতে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব। ইপিনে, মাৰণাস্ত্ৰ প্ৰদানৰ বিষয়টো গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা পর্যবেক্ষণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে উল্লেখ কৰা অনুসৰি, স্পৰ্শকাতৰ অঞ্চলৰ নাগৰিকক আইনগত আত্মসুৰক্ষা আহিলাৰে – সবলীকৃত কৰাৰ বাবেই অস্ত্র অনুজ্ঞাপত্র আঁচনিখন গ্ৰহণ কৰা হৈছে। ভাবুকিৰ স’তে মোকাবিলা আৰু ব্যক্তিগত সুৰক্ষা বৃদ্ধিও হ’ল এই আঁচনিখনৰ উদ্দেশ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Viswa SarmaSensitive AreaWeapons Licenses
publisher

publisher

Related Posts

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d