Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

publisher by publisher
May 30, 2025
in India, News
Reading Time: 1 min read
0
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

প্রতিদ্বন্দ্বী ব্ৰেণ্ডৰ সামগ্রীক হেয় পতঞ্জলিৰ বিজ্ঞাপনত বাধা প্রতিপন্ন কৰা আৰোপ দিল্লী উচ্চ ন্যায়ালয়ৰ

Baba Ramdev:মুছলমানৰ প্ৰশংসাত পঞ্চমুখ বাবা ৰামদেৱ !

Supreme Court Has Ordered Ramdev To Pay Taxes:ধনৰ বিনিময়ত যোগশিক্ষা !

Patanjali: বিপদত বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলি । সন্দেহজনক লেনদেনৰ অভিযোগক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডলৈ জাননী প্ৰেৰণ কৰিছে। এই জাননী জাৰি কৰিছে মোডী চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে।

ADVERTISEMENT

এই সন্দেহজনক লেনদেন সন্দৰ্ভত আগন্তুক ২ মাহৰ ভিতৰত কোম্পানীটোক বিতং তথ্য দিবলৈ কোৱা হৈছে। এই তথ্য ৰাজহুৱা হোৱাৰ লগে লগে পতঞ্জলিৰ শ্বেয়াৰত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পতঞ্জলি কোম্পানীটোৰ কেবাটাও লেনদেন সন্দেহজনক। কেন্দ্ৰীয় কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰাৰম্ভিক তদন্তত এই লেনদেনসমূহ অস্বাভাৱিক আৰু সন্দেহজনক বুলি চিনাক্ত কৰিছে। সেইবাবেই এই জাননী প্ৰেৰণ কৰা হৈছে।

তথ্য অনুসৰি, সন্দেহজনক লেনদেনৰ বিষয়ে কেন্দ্ৰই অৱগত কৰিছে আৰু দুই মাহৰ ভিতৰত লেনদেনৰ বিশদ প্ৰতিবেদনৰ লগতে জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব। অন্যথা সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে এই জাননী সন্দৰ্ভত পতঞ্জলিয়ে কোনো ৰাজহুৱা মন্তব্য কৰা নাই।

সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰিছে বাবা ৰামদেৱ আৰু বালকৃষ্ণ।পতঞ্জলিৰ যৌথ মুৰব্বী হৈছে বাবা ৰামদেৱ আৰু বালকৃষ্ণ। দুয়োজনেই বিভিন্ন সময়ত বিতৰ্কৰ শিৰোনাম দখল কৰি আহিছে।

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ উপৰিও দুয়োজনৰ বিৰুদ্ধে “মিছা কথা” বিয়পোৱাৰ বাবে অসংখ্য গোচৰ ৰুজু হৈছে।

তথ্য অনুসৰি,কেন্দ্ৰৰ জাননী পোৱাৰ পাছত আজি পতঞ্জলি ফুডছ লিমিটেডে সৰ্বাধিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। শুকুৰবাৰে শ্বেয়াৰৰ মূল্য প্ৰায় পাঁচ শতাংশ হ্ৰাস পায়।

বজাৰ খোলাৰ পাছৰে পৰা এই শ্বেয়াৰৰ মূল্য ১৬৭১ টকালৈ হ্ৰাস পাইছে। যোৱা ৫২ সপ্তাহত এই ষ্টকৰ সৰ্বনিম্ন মূল্য আছিল ১১৬৯ টকা।আৰু সৰ্বোচ্চ মূল্য আছিল ২০১১ টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Baba RamdevPatanjali
publisher

publisher

Related Posts

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d