Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ

publisher by publisher
May 30, 2025
in News, International
Reading Time: 2 mins read
0
BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ
1
SHARES
9
VIEWS
ShareShareShareShare

BNP’s Tarique Rahman demands national election by December:

চুবুৰীয়া বাংলাদেশত ড:মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ খন অধিষ্ঠিত কৰাত অন্যতম ভূমিকা লোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ নেচনেল পাৰ্টি( বিএনপি) শেহতীয়াকৈ ইউনুছৰ কেতবোৰ কৰ্মকাণ্ডোলৈ ক্ষুব্ধ হৈ পৰিছে ৷ বিশেষকৈ দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন চৰকাৰে হোহোকাই পিছলাই থকা কাৰ্যক বিএন পিৰ কাৰ্যকৰী সভাপতি তাৰিক ৰহমানে সকীয়নি পৰ্যন্ত দিবলগীয়া হৈছে ৷

ADVERTISEMENT

বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ বাবে বহুলভাৱে চৰ্চিত বাংলাদেশ নেচনেল পাৰ্টিৰ (বিএনপি)ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।

RelatedPosts

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

২৯ জানুৱাৰীৰ পৰা ঢাকা–কৰাচি পোনপটীয়া বিমান সেৱা

৪১ বছৰৰ পাছত বিএনপিৰ শীৰ্ষপদত পৰিৱৰ্তন!

বিএনপিৰ সহযোগী শাখা নেচনেল ছাত্ৰ দল, মহিলা দল, আৰু স্বেচ্ছাসেৱক দলৰ যৌথ উদ্যোগত ঢাকাৰ নয়াপল্টনত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত “যুৱতীসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা” শীৰ্ষক এক সমাৱেশত ভাৰ্চুৱেলী ভাষণ দি তাৰিকে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্বাচনত বিলম্ব নকৰিবলৈ সকীয়াই দিয়ে।

bnp 1তাৰিকে কয় যে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন যাতে অনুষ্ঠিত হয় তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক। আমি ফেচিবাদৰ পৰা মুক্ত বাংলাদেশ চাব বিচাৰো, য’ত চৰকাৰে জনসাধাৰণৰ ভোটৰ জৰিয়তে প্ৰত্যক্ষভাৱে জবাবদিহি হ’ব।’ তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় নিৰ্বাচন সন্দৰ্ভত ইতিমধ্যে অজুহাত দেখুৱাই ১০ মাহৰ পাছতো অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই।” তাৰিকে দলৰ নেতাসকলক “মানুহৰ ওচৰলৈ গৈ তেওঁলোকৰ হৃদয় জয় কৰিবলৈ” আহ্বান জনায়, পুনৰ কয় যে, “বিএনপিৰ ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ।”

ইফালে মুখ্য উপদেষ্টা মহম্মদ ইউনুছে জাপান-বাংলাদেশ সংসদীয় বন্ধুত্ব লীগৰ সভাপতি টাৰো আছ’ক জনাইছে যে অহা বছৰৰ ডিচেম্বৰৰ পৰা জুন মাহৰ ভিতৰত যিকোনো সময়তে পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে কয় যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত মুখ্য উপদেষ্টা গৰাকীয়ে নিৰ্বাচনৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিব। জুন মাহলৈকে নিৰ্বাচনী ৰোডমেপ সম্পূৰ্ণ কৰা হ’ব।

mahmd uআনহাতে অধ্যাপক ড: ইউনুছে উল্লেখ কৰিছে যে জুন মাহৰ পিছতো তেওঁ ক্ষমতাত নাথাকিব।” তেওঁ লগতে উল্লেখ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে অৰ্থনীতি সুস্থিৰ কৰা আৰু নিৰ্বাচন আয়োগৰ সংস্কাৰকে ধৰি একাধিক কাম সক্ৰিয়ভাৱে কৰি আছে।

মনকৰিবলগীয়া যেএক বৃহৎ আইনী পৰিঘটনাত বাংলাদেশ উচ্চ ন্যায়ালয়ে ২০০৭ চনত দুৰ্নীতি নিবাৰক আয়োগে দাখিল কৰা দুৰ্নীতিৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ তনয় তথা বিএনপিৰ কাৰ্যকৰী সভাপতি তাৰিক ৰহমান আৰু তেওঁৰ পত্নী জুবাইদা ৰহমানক দোষমুক্ত কৰে। ন্যায়াধীশ এম ডি খাছৰুজ্জামানৰ নেতৃত্বত উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰি নিম্ন আদালতে তাৰিকক ৯ বছৰৰ আৰু জুবাইদাক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্ত বাতিল কৰে।

আদালতে ৰায় দিয়ে যে এচিচিয়ে আইনী পদ্ধতি অনুসৰণ কৰা নাই, বিশেষকৈ জুবাইদাক সঠিক জাননী দিয়া নাছিল। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যুক্তিসংগত সন্দেহৰ বাহিৰত প্ৰমাণিত হোৱা নাছিল বুলি তেওঁলোকৰ অধিবক্তা এছ এম শ্বাহজাহানে কয়।  এছ এম শ্বাহজাহান, কায়ছেৰ কমল, আৰু জাকিৰ হোছেইন ভূঞাই তাৰিক আৰু তেওঁৰ পত্নী জুবাইদাৰ  আবেদনৰ যুক্তি আগবঢ়ায় | আনহাতে অধিবক্তা আছিফ হাছানে এচিচিৰ হৈ প্ৰতিনিধিত্ব কৰে।

bnpoo১৭ বছৰৰ পাছত ৬ মে’ত বাংলাদেশলৈ উভতি অহা জুবাইদাক যোৱা বছৰ শাস্তি স্থগিত ৰখা হৈছিল আৰু চলিত মাহৰ আৰম্ভণিতে জামিন লাভ কৰা হৈছিল। দোষমুক্ত হোৱাৰ পিছত বিএনপি সমৰ্থক এজন অধিবক্তাই কয় যে, “তাৰিকক নিম্ন আদালতে দোষী সাব্যস্ত কৰা সকলো গোচৰৰ পৰা মুক্ত কৰা হৈছে।” ২০০৭ চনত সামৰিক সমৰ্থিত কেয়াৰটেকাৰ চৰকাৰৰ সময়ত দাখিল কৰা এই গোচৰটোত জুবাইদাৰ মাতৃ চৈয়দা ইকবাল মাণ্ড বানুকো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

২০২৩ চনত দোষী সাব্যস্ত হোৱাৰ পিছতো তাৰিক আৰু জুবাইদাৰ আবেদনৰ ফলত তেওঁলোকক চূড়ান্তভাৱে দোষমুক্ত কৰা হয়। আইনী গোচৰসমূহৰ পিছত এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ তনয় তাৰিকে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে বিএনপিক সংগঠিত কৰাত মনোনিৱেশ কৰিছে, পুনৰ কয় যে, “এতিয়াই প্ৰস্তুতি আৰম্ভ কৰক যাতে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হয়।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh Interim GovernmentBNPBNP Chief Tarique RahmanDhakaDr. Muhammad YunusNATIONAL ELECTION DEMAND
publisher

publisher

Related Posts

দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 
India

দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

March 12, 2026
ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!
News

ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

March 12, 2026
Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব
News

Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

March 12, 2026
Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
Crime

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

March 12, 2026
Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ
News

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

March 12, 2026
দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ
News

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

March 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d