Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

৪১ বছৰৰ পাছত বিএনপিৰ শীৰ্ষপদত পৰিৱৰ্তন!

প্রয়াত খালেদা জিয়াৰ স্থানত দায়িত্ব গ্ৰহণ কৰিছে পুত্র তাৰেক ৰহমান

publisher by publisher
January 3, 2026
in International, News
Reading Time: 1 min read
0
৪১ বছৰৰ পাছত বিএনপিৰ শীৰ্ষপদত পৰিৱৰ্তন!
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

উদ্বেগজনক খালেদাৰ শাৰীৰিক অৱস্থা!

BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ

Bangladesh general election:✒️বাংলাদেশৰ প্রয়াত প্রধানমন্ত্রী খালেদা জিয়াৰ স্থলাভিষিক্ত হ’ব তেওঁৰ পুত্র, বিএনপিৰ বর্তমান ভাৰপ্রাপ্ত চেয়াৰম্যান তাৰেক ৰহমান। প্ৰাপ্ত তথ্য অনুসৰি, ভোটৰ আগতে তেওঁ আনুষ্ঠানিকভাৱে দলৰ চেয়াৰমেনৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে।

ADVERTISEMENT

খালেদা জিয়া ১৯৮৪ চনৰ ১০ মে বিএনপিৰ চেয়াৰপার্ছনৰ দায়িত্ব লোৱা হৈছিল আৰু মৃত্যুৰ পৰ্যন্ত সেই পদত আছিল। তেওঁৰ নেতৃত্বত বাংলাদেশৰ জাতীয় সংসদৰ তিনিটা নিৰ্বাচন (১৯৯১, ১৯৯৬ আৰু ২০০১)ত বিএনপি জয়ী হৈছিল।

৩০ ডিচেম্বৰত খালেদাৰ মৃত্যুতে দলৰ শীৰ্ষপদত শূন্যতা সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি,এই শূন্যস্থান পূৰণ কৰিবলৈ তাৰেকে দায়িত্ব গ্ৰহণ কৰিব।

তেওঁৰ পিতৃ, প্রয়াত প্রেসিডেন্ট লেফটেন্যান্ট জেনাৰেল জিয়াউৰ ৰহমান, ১৯৮১ চনৰ চট্টগ্রাম সেনা বিদ্রোহত নিহত হৈছিল। স্বামীৰ মৃত্যুৰ পাছতো খালেদা ৰাজনীতিলৈ আহে। ১৯৮২ চনৰ ৩ জানুৱাৰী খালেদা বিএনপিৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰে। ১৯৮৩ চনৰ মার্চত তেওঁ দলৰ জ্যেষ্ঠ ভাইচ চেয়াৰম্যান হয়। তাৰ পাছত ১৯৮৪ চনৰ ১২ জানুৱাৰীত খালেদা বিএনপিৰ ভাৰপ্রাপ্ত চেয়াৰপাৰছন মনোনীত হয় আৰু চাৰিমাহৰ ভিতৰত আনুষ্ঠানিকভাৱে দলৰ শীৰ্ষপদত স্থান লাভ কৰে।

বাংলাদেশৰ ত্রয়োদশ জাতীয় সংসদৰ নির্বাচন অনুষ্ঠিত হ’ব ১২ ফেব্ৰুৱাৰী। সেই দিনেই অনুষ্ঠিত হ’ব জুলাই সনদৰ গণভোট। উল্লেখ্য যে,মনোনয়ন জমা দিয়াৰ সময় আছিল ১২–২৯ ডিচেম্বৰ। মনোনয়ন পৰীক্ষাৰ কাৰ্য ৩০ ডিচেম্বৰত আৰম্ভ হৈ চাৰি জানুৱাৰীলৈ চলিব। যদি কোনো মনোনয়ন বাতিল হয়, সেই সিদ্ধান্তৰ বিৰুদ্ধে আপিল কৰিব পাৰিব ১১ জানুৱাৰীলৈ। চূড়ান্ত প্ৰাৰ্থীতালিকা প্ৰকাশ আৰু নিৰ্বাচনী প্ৰতীক নিৰ্ধাৰণ হ’ব ২১ জানুৱাৰী। আনুষ্ঠানিক নির্বাচনী প্রচাৰ ২২ জানুৱাৰী আৰম্ভ হৈ ১০ ফেব্ৰুৱাৰী পুৱা ৭:৩০ বজাত সমাপ্ত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh general electionBegum Khaleda ZiaBNPkhaleda ziaTarique Rahman
publisher

publisher

Related Posts

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
Assam

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d