Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ আঁৰত তিনিটা কাৰণ প্ৰকট

publisher by publisher
June 16, 2025
in India, News
Reading Time: 1 min read
0
আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ আঁৰত তিনিটা কাৰণ প্ৰকট
1
SHARES
14
VIEWS
ShareShareShareShare

Ahmedabad Plane Crash:গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানিৰ মৃতদেহ ডিএনএ পৰীক্ষাৰ জৰিয়তে নিশ্চিত কৰা হয়। আহমেদাবাদত যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিধ্বংসী বিমান দুর্ঘটনাত মৃত্যু হৈছিল ৰূপানিৰ।

ADVERTISEMENT

সোমবাৰে ৰূপানিৰ মৃতদেহ চিনাক্ত হোৱাৰ পাছত আহমেদাবাদৰ পৰা ৰাজকোটলৈ চাৰ্টাৰ্ড প্লেনৰ জৰিয়তে লৈ যোৱা হয়। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তর্জাতিক বিমান বন্দৰৰ পৰা উৰা মৰাত মুহূৰ্তৰ পাছতে বিমানখন ভাঙি পৰিছিল।

RelatedPosts

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

ইণ্ডিগ’ত বোমাৰ আতংক!

বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই

এই ঘটনাত নিহত ২৪১জন বিমানযাত্ৰীৰ ভিতৰত ৰূপানিও আছিল। কালি পর্যন্ত ৩২ জন ভুক্তভোগীৰ শৱদেহ চিনাক্ত কৰা হয় আৰু ১৪ জনৰ শৱদেহ পৰিয়ালক গতাই দিয়া হয়। ৰূপানিয়ে যোৱা ১৯ মে’ত লণ্ডনলৈ যোৱাৰ কথা আছিল।

এই টিকট বাতিল হোৱাত পুনৰ পাঁচ জুনত ভ্রমণ নিশ্চিত হয় যদিও সেই টিকটো বাতিল হয়। ইয়াৰ পাছতে অভিশপ্ত এআই-১৭১ৰ যাত্রী হয় ৰূপানি। তেওঁ লণ্ডনলৈ পত্নী আৰু কন্যাক সাক্ষাতৰ বাবে যোৱাৰ কথা আছিল।

চৰাইৰ খুন্দাত নে বিমানৰ পাখিৰ সমস্যাৰ বাবেই উৰা মৰাৰ পাছতে ভাঙি পৰিল

আহমেদাবাদৰ বিমান দুর্ঘটনাৰ পাছত বহুতে কৈছিল যে চৰাইৰ খুন্দা খাই বিমানখন ভাঙি পৰাৰ অন্যতম কাৰণ হ’ব পাৰে। এই সম্ভাৱনা নস্যাৎ কৰিছে তদন্তকাৰী সংস্থাসমূহে।

ভাৰত চৰকাৰে ইতিমধ্যে বিমান দুর্ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি দিছে। তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব তদন্তকাৰী সংস্থাই। সূত্ৰত প্রকাশ যে কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী দলে মূলতঃ তিনিটা সম্ভাৱনাৰ দিশলৈ লক্ষ্য ৰাখিছে।

চৰাইৰ খুন্দাৰ বাবে বিমান দুর্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা নাই তদন্তকাৰী সংস্থাই। ইতিমধ্যে বিমানৰ এটি ব্লেকবক্স উদ্ধাৰ কৰা হৈছে আৰু ই অক্ষত অৱস্থাতে আছে। ফলত দ্রুত তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াৰ বিষয়ববীয়াই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ তদন্ত গোটৰ সদস্যসকলেও ঘটনাস্থলী পৰিদৰ্শন কৰে।

সূত্ৰত প্ৰকাশ যে বিমানৰ ইঞ্জিনত কিবা যান্ত্রিক বিজুতি আছে নেকি সেয়া চোৱা হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানৰ পাইলটে দুর্ঘটনাৰ প্ৰাক্‌মুহূৰ্তত এয়াৰ ট্রেফিক কন্ট্ৰ’লৰ স’তে যোগাযোগ কৰি বিপদবার্তা প্ৰেৰণ কৰিছিল। তেওঁ কৈছিল যে থ্রাষ্ট পোৱা নাই। যাৰ বাবে বিমান তললৈ নামিছে।

তদুপৰি বিমানৰ পাখিৰ সমস্যা থাকিব পাৰে বুলিও ভবা হৈছে। বিমানৰ পাখিৰ পাছৰ অংশ ফ্লেপ বুলি কোৱা হয়। এই ফ্লেপে আকাশত বিমানখন ভাহি থাকিবলৈ সহায় কৰে।

বিমান দুর্ঘটনাৰ পাছত বিমান বন্দৰৰ ৫৯ ছেকেণ্ডৰ এটি চিচি টিভিৰ ফুটেজত দেখা গৈছে যে ৰাণৱে এৰি ওপৰলৈ উঠাৰ ১৭ ছেকেণ্ডৰ ভিতৰত বিমানখন ওপৰলৈ উৰা বন্ধ কৰে।

কিছু ছেকেণ্ড সম্মুখলৈ আগুৱায় আৰু তাৰ পাছত লাহে লাহে তললৈ নামি যায়। মাত্র ৩২ ছেকেণ্ড বিমানখন আকাশত ভাহি আছিল তাৰ পাছতে ভাৰসাম্য হেৰুৱাই মেডিকেল কলেজৰ আৱাসত খুন্দা মাৰে।

বহু সময় ধৰি বিমানৰ লেণ্ডিং গিয়েৰ খোলা আছিল। সেই বিষয়ৰ স’তে যান্ত্রিক ত্রুটি আছে নেকি সেয়াও চোৱা হৈছে। ইপিনে, দ্বিতীয়টো ব্লেক বক্সৰ সন্ধান অব্যাহত আছে।

দুৰ্ঘটনাৰ মুহূৰ্তৰ ভিডিঅ’ কৰিছিল এটি কিশোৰে

এয়াৰ ইণ্ডিয়াৰ বিমানখন ভাঙি পৰাৰ মুহূৰ্তৰ ভিডিঅ’ কৰিছিল বিমান বন্দৰ সংলগ্ন অঞ্চলৰ এটি কিশোৰে। এই ভিডিঅ’ এতিয়া কিশোৰটিৰ আতংকৰ কাৰণ হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰে।

দেওবাৰে কিশোৰটিক সোধপোছ কৰিছিল আৰক্ষী আৰু আন বিভিন্ন তদন্তকাৰী সংস্থাই। আৰক্ষী, অপৰাধ অনুসন্ধান বিভাগে কিশোৰটিক তলব কৰাত পৰিয়ালটো আতংকিত হৈছে। সূত্রত প্রকাশ যে কিয় কিশোৰটিয়ে ভিডিঅ’ কৰিছিল আৰু তাৰ আঁৰত কিবা অভিসন্ধি আছিল নেকি তাকে লৈ প্ৰাথমিক তদন্ত কৰে আৰক্ষী আৰু অন্যান্য সংস্থাই।

আৰক্ষীয়ে জনোৱা মতে, প্রথম প্রত্যক্ষদর্শী হিচাপে কিশোৰটিৰ ভাষ্য গ্রহণ কৰা হৈছে। ১২ জানুৱাৰীত সংঘটিত দুর্ঘটনা যে ম’বাইলৰ কেমেৰাত বন্দী হ’ব সেয়া কিশোৰটিয়ে ভবা নাছিল। অৱশ্যে ভিডিঅ’ ভাইৰেল হোৱাত কিশোৰটিৰ সন্ধান আৰম্ভ হয়।

এক সাক্ষাৎকাৰত আৰিয়ান নামৰ কিশোৰটিয়ে কয় যে বিমান বন্দৰ অঞ্চলত থকাৰ বাবে সদায়ে বিমানৰ উঠা নমা দেখে। বিমান উৰাৰ ছবি ভিডিঅ’ কৰি বন্ধুসকলক দেখুৱাবলৈ বিচাৰিছে। কিন্তু ভিডিঅ’ কৰা সময়ত যে এই ভয়াৱহ ঘটনা কেমেৰাত বন্দী হ’ব সেয়া ভবা নাছিল।

এই মুহূৰ্তৰ কথা স্মৰণ কৰি এতিয়াও আতংকিত হোৱা আৰিয়ানে কয়, ‘মোৰ ম’বাইলত ২৪ ছেকেণ্ডৰ ভিডিঅ’ আছে। বৰ ভয় খাইছো। মোৰ ভগ্নীক প্রথমে ভিডিঅ’টো দেখুৱাইছিলো। কাৰণ সেই সময়ত দৃশ্যটো দেখি আতংকিত হৈছিলো।’

আৰিয়ানৰ ভগ্নীয়ে কয়, ‘দাদাই মোক ভিডিঅ’টো দেখুৱাইছিল। তাৰ পাছত কয় যে এই অঞ্চলত আৰু থাকিব নিবিচাৰে। যি দুর্ঘটনা চকুৰ সন্মুখত দেখিলে সেয়া নিজৰ লগতো হ’ব পাৰে বুলি ভয় খাইছিল। ভালদৰে কথা পাতিব পৰা নাছিল। দুদিন খোৱা-বোৱা কৰা নাছিল আৰু টোপনি যোৱা নাছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AhmedabadAhmedabad Plane Crash
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d