Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

publisher by publisher
June 16, 2025
in News, India
Reading Time: 1 min read
0
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
1
SHARES
7
VIEWS
ShareShareShareShare

Powercut:ডায়েলাইছিছৰ সময়ত চিকিৎসালয়ত বিদ্যুৎ বিচ্ছিন্ন। মেচিনত আবদ্ধ হৈ পৰিল ৰোগীৰ তেজ। দীৰ্ঘ সময়ৰ পাছতো ভাল নহ’ল যন্ত্ৰ। তাতেই মৃত্যু হ’ল ৰোগীৰ। উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ৰ এই ঘটনাই কঁপাই তুলিছে সেই ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থা। উত্থাপন হৈছে প্ৰশ্ন ।

ADVERTISEMENT

চিকিৎসালয়ত বিদ্যুৎ বিচ্ছিন্ন হোৱাটো নতুন কথা নহয়। অৱশ্যে চিকিৎসালয়ত সাধাৰণতে জেনেৰেটৰ থাকে। বিদ্যুতৰ সমস্যাৰ ক্ষেত্ৰত জেনেৰেটৰ চলাই ৰোগীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয়। কিন্তু এই বিশেষ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি জেনেৰেটৰটো অচল হৈ আছে বুলি অভিযোগ উঠিছে।

RelatedPosts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

এইবাৰ এয়াৰ ইণ্ডিয়াৰ কলকাতা অভিমুখী বিমানত কাৰিকৰী দোষ!

উত্তৰ প্ৰদেশত ভুৱা চিকিৎসকৰ প্ৰকোপ!

চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জনোৱা মতে, জেনেৰেটৰত ইন্ধন নাই। যিটো কোম্পানীৰ পৰা এই ইন্ধন ক্ৰয় কৰা হয়, সেই কোম্পানীয়ে দীৰ্ঘদিন ধৰি চিকিৎসালয়খনলৈ ইন্ধন যোগান ধৰা নাই। সেই কাৰণেই এই মৃত্যু।

উত্তৰ প্ৰদেশৰ বিজনোৰ জিলা চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ২৬ বছৰীয়া ছাৰফৰাজ আহমেদক বৃক্কৰ সমস্যাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

তেওঁৰ লগত আছিল তেওঁৰ মাতৃ। বিজনুৰৰ ফুলছান্দা গাঁৱৰ বাসিন্দা। চিকিৎসালয়ত ডায়েলাইছিছ চলি আছিল ছাৰফৰাজৰ।

কিন্তু হঠাৎ তাৰ মাজতে চিকিৎসালয়খনৰ বিদ্যুৎ যোগান বন্ধ হৈ গ’ল। জেনেৰেটৰ চলাবলৈ চেষ্টা কৰা হৈছিল যদিও জেনেৰেটৰত ইন্ধন নথকাৰ বাবে সেয়া কৰিব পৰা নগ’ল।

যুৱকজনৰ মাতৃয়ে অভিযোগ কৰে যে চিকিৎসালয়ৰ বিদ্যুৎ বন্ধ হোৱাৰ পাছত যেতিয়া ডায়েলাইছিছ মেচিনটো বন্ধ কৰি দিয়া হৈছিল তেতিয়া পুত্ৰৰ বহু পৰিমাণৰ তেজ মেচিনটোৰ ভিতৰত আবদ্ধ হৈ পৰিছিল।

তাইৰ কথাত, “মোৰ ল’ৰাৰ আধা তেজ মেচিনত আবদ্ধ হৈ আছিল। মই সকলোৰে হাতে ভৰিয়ে ধৰিছিলো, কিন্তু কোনেও সহায় নকৰিলে। কিছুসময়ৰ পাছতে ল’ৰাটোৰ মৃত্যু হয়।”

যদিও বিশেষজ্ঞসকলে জনাইছে, ডায়েলাইছিছৰ সময় বেছি দীঘল হ’লে মেচিনৰ মাজেৰে ২০০ৰ পৰা ২৫০ মিলিলিটাৰ তেজ পাৰ হৈ যায়। কিন্তু মেচিনটোৱে কাম কৰা বন্ধ কৰি দিলে, যাৰ বাবে প্ৰক্ৰিয়াটো পিছুৱাই গ’ল। ইয়াৰ ফলত ৰোগীজনৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DialysisKidney treatmentPowercutUttar Pradesh
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
ধ্বংস হ’ল ভেৰোনাৰ যাদুঘৰৰ মূল আকর্ষণ 
International

ধ্বংস হ’ল ভেৰোনাৰ যাদুঘৰৰ মূল আকর্ষণ 

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d