Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ONGC: চূড়ান্ত গাফিলতি: অ’এনজিচিৰ আশ্বাসত পতিয়ন যোৱা নাই ৰাইজ

ভটীয়াপাৰত ১২ দিন অতিবাহিত হোৱাৰ পাছতো তীব্র গতিত গেছ নির্গমন অব্যাহত ,এছকে পেট্ৰ'ৰ বিৰুদ্ধে চলিছে প্রতিবাদ

publisher by publisher
June 24, 2025
in News, Assam
Reading Time: 2 mins read
0
ONGC: চূড়ান্ত গাফিলতি: অ’এনজিচিৰ আশ্বাসত পতিয়ন যোৱা নাই ৰাইজ
1
SHARES
5
VIEWS
ShareShareShareShare

ONGC:

তেল আৰু প্রাকৃতিক গেছ নিগম (অ’এনজিচি) ৰ অকর্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবেই শিৱসাগৰ জিলাৰ ভটীয়াপাৰ বাৰীচুকৰ তৈলখাদত গেছ নির্গমন আজিও প্রশমন হোৱা নাই। দেশৰ অন্যতম লাভজনক ৰাজহুৱা প্রতিষ্ঠানটোৰ গুৰুত্বহীনতাৰ বাবেই যোৱা ১২ জুনত ৰুদ্রসাগৰ তৈলখাদৰ অধীনৰ আৰডিএছ ১৪৭ (এ) নম্বৰ তেলখাদত সংঘটিত হোৱা বিস্ফোৰণৰ পাছৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই বুলি তীব্র ক্ষোভ প্রকাশিত হৈছে।

ADVERTISEMENT

আজি ১৩দিন অতিবাহিত হোৱাৰ পাছতো ভয়াৱহ গতিত নির্গত হোৱা গেছৰ চাপ হ্রাস পোৱা নাই। এটাৰ পাছত আনটো বিশেষজ্ঞ দল অহাৰ কথা সদৰী কৰিয়ে দায়িত্ব সামৰিছে অ’এনজিচিয়ে। পৰহি গেছ নির্গমন ৰোধৰ বাবে এটা তিনিজনীয়া মার্কিন বিশেষজ্ঞ দলে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ চেষ্ট অব্যাহত ৰখা বুলি ক’লেও এই পর্যন্ত কোনো ফলাফল প্রত্যক্ষ কৰা নাই স্থানীয় ৰাইজে। ভটীয়াপাৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি চৰম অনিশ্চয়তা কঢ়িয়াই অনা এই বিস্ফোৰণ কাণ্ডৰ ভুক্তভোগীসকলে কেতিয়া আপোন ঘৰলৈ উভতিব তাৰ কোনো নিশ্চয়তা নাই।

RelatedPosts

Asomiya Yuva Mancha:অ,এন,জি,চিৰ থলুৱা বিৰোধী নীতিক লৈ সৰৱ হল অসমীয়া যুৱ মঞ্চ

Sivsagar :শিৱসাগৰত সংঘটিত হৈছে আজৱ ঘটনা ,ৰান্ধনী ঘৰত ওলাইছে খাৰৱা তেল !

ONGC Gas Leak Update: ভটীয়াপাৰক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া অ’এনজিচিৰ ঠিকাদাৰৰ পৃষ্ঠপোষক কোন

পৰিস্থিতি নিয়ন্ত্ৰণত গভীৰ অনিশ্চয়তা প্রকাশিত হোৱাৰ সমান্তৰালভাবে সূত্ৰত প্রকাশ যে বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা গেছ নিৰ্গমনৰ ক্ষেত্ৰত এই পর্যন্ত পৰিস্থিতি উন্নত হোৱাৰ কোনো ইংগিত প্রকাশিত হোৱা নাই। ফলত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্রেক ঘটিছে। বিস্ফোৰণৰ ফলত হোৱা গেছ নিৰ্গমনৰ ভয়াৱহ পৰিস্থিতি ৰোধৰ ক্ষেত্রত বিশেষজ্ঞ দল কিমান সফল হয় তাকে লৈ ৰাইজ সন্দিহান হৈছে।

নাম প্রকাশত অনিচ্ছুক অ’এনজিচিৰ একাধিক বিষয়াই কয় যে এই মুহূর্তত রেল কেপিং অর্থাৎ খাদটোৰ মুখ সম্পূর্ণ বন্ধ কৰি দিয়াৰ বাহিৰে আন কোনো বিকল্প নাই। বেল কেপিং পদ্ধতি প্রয়োগ কৰিলে চিৰদিনৰ বাবে বন্ধ হ’ব তৈলখাদটো। অলপতে অ’এনজিচিৰ একাংশ বিষয়াই সংবাদ মাধ্যমক কৈছিল যে প্ৰচুৰ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ থকা বাবে এই দুর্ঘটনা হৈছে।

তেনে পৰিস্থিতিত বেল কেপিং কৰিলে তৈলখাদৰ গেছ নির্গমন নিয়ন্ত্রণ হ’লেও উৎপাদনৰ ক্ষেত্ৰত প্রতিষ্ঠানটো লোকচানৰ সন্মুখীন হ’ব যাৰ বাবেই বিগত দিনকেইটাত অ’এনজিচিয়ে স্থানীয়ভাবে দক্ষ লোক থকা সত্ত্বেও বিভিন্ন বিশেষজ্ঞ দল আনি পৰীক্ষা-নিৰীক্ষা কৰি আছিল বুলিও সূত্ৰত প্রকাশ। সম্প্রতি মার্কিন বিশেষজ্ঞ দলৰ আগমনৰ পাছত বিস্ফোৰণস্থলীলৈ যথেষ্টসংখ্যক উন্নত প্রযুক্তিৰ যন্ত্রপাতি মজুত কৰা হৈছে। বিশেষজ্ঞ দলৰ লগতে অ’এনজিচিৰ বিগত তিনি দিনত প্রয়োগ কৰা কাৰিকৰী কৌশলৰ দ্বাৰা গেছ নির্গমন বন্ধ কৰাত ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও চর্চা হৈছে। যিকোনো প্ৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

# অ’এনজিচিৰ আশ্বাসত পতিয়ন যোৱা নাই ক্ষতিগ্রস্ত লোক: তীব্র ক্ষোভ প্রকাশ

বহু বিতর্কিত ঠিকাদাৰী প্ৰতিষ্ঠান এছকে পেট্র’ই নিয়োগ কৰা বিষয়া-কৰ্মচাৰীৰ কাৰিকৰী অধ্যক্ষতাৰ বাবে এই দুর্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে ক্ষোভ প্রকাশ কৰিছে। প্ৰকৃতাৰ্থত ই এছকে পেট্ৰ’ৰ অসাৱধানতা, অদক্ষতা নে আকস্মিক দুর্ঘটনা তাৰ উচিত তদন্তৰ দাবীত অটল হৈ আছে ভটীয়াপাৰবাসীৰ লগতে বিভিন্ন দল-সংগঠন। চুতীয়া যুৱ সম্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ লগতে আন দল-সংগঠন তথা ভটীয়াপাৰবাসীয়ে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰাৰ লগতে অনতিপলমে গ্ৰেপ্তাৰৰ দাবী অব্যাহত ৰাখে। ৰাইজক দুৰ্যোগৰ মাজলৈ ঠেলি দি আত্মগোপন কৰি থকা আগৰৱালাক আজিও প্রশাসনে গ্ৰেপ্তাৰ নকৰাত গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

ইপিনে, অ’এনজিচিয়ে ৰীগৰ পৰা নিৰ্গমিত গেছৰ চাপ কিছু হ্রাস কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনাস্থলীৰ পৰ পাঁচ কিলোমিটাৰ নিলগৰ লোকসকলক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে যদিও ৰাইজ আশ্বস্ত হোৱা নাই। কিয়নো উচ্চ প্রাবল্যৰ শব্দৰ লগতে তীব্র গতিত আজিও গেছ নিৰ্গত হৈ থকাৰ বাবে অ’এনজিচিৰ ভাষ্যক ৰাইজে বিশ্বাসত ল’ব পৰা নাই। ইয়াৰ পৰিৱৰ্তে আতংকিত ৰাইজে ক্ষোভ প্রকাশ কৰে।

# প্ৰতিবাদৰ সামৰণি পেলালে বীৰ লাচিত সেনাই

তৈলখাদত ক্ষতিগ্রস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায়, এছকে পেট্ৰ’ৰ লীজ বাতিলৰ লগতে আগৰৱালাক গ্ৰেপ্তাৰৰ দাবীত প্রতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে বীৰ লাচিত সেনাই প্ৰতিবাদৰ সামৰণি পেলায়। তৈলখাদৰ প্ৰৱেশপথ স্থানীয় ৰাধিকা নগৰ, বলিয়াঘাট, পথলিয়াল, ৰূপহীমুখ, ৰূপহী কিনাৰ আদি অঞ্চলৰ ৰাইজে প্রতিবাদ সাব্যস্ত কৰে। পুঁজিপতি ঠিকাদাৰ প্ৰতিষ্ঠান এছকে পেট্ৰ’ৰ কাৰ্যালয়ৰ সমীপত লাচিত সেনাই আঠ দিন প্রতিবাদ কৰাৰ পাছত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ স’তে আলোচনাত মিলিত হৈছিল।

আলোচনাৰ অন্তত সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে এশ শতাংশ যুৱক-যুৱতীক নিযুক্তি, ক্ষতিগ্রস্তৰ ক্ষতিপূৰণ আৰু সংস্থাপনকে ধৰি উত্থাপন কৰা দাবীসমূহ এক স্মাৰকপত্ৰযোগে সঞ্চালক আগৰৱালালৈ প্ৰেৰণ কৰিছিল। সম্প্রতি পলাতক হৈ থকা আগৰৱালাই বীৰ লাচিত সেনাৰ দাবীসমূহ মানি লোৱাৰ লিখিত প্রতিশ্রুতি প্ৰদানৰ পাছত সোমবাৰে সন্ধিয়া অনির্দিষ্টকালীন প্রতিবাদী কাৰ্যসূচীৰ সামৰণি পেলোৱা বুলি সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bhadiaparGas LeakONGCRudrasagar Oil Field
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d