Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

    গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত

    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুৰী ৰথ যাত্ৰাত বিশৃংখলতা! পদপিষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু, বহু আহত

publisher by publisher
June 29, 2025
in India, News
Reading Time: 1 min read
0
পুৰী ৰথ যাত্ৰাত বিশৃংখলতা! পদপিষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু, বহু আহত
1
SHARES
14
VIEWS
ShareShareShareShare

Jagannath Rath Yatra:পুৰীৰ ৰথ যাত্ৰাত বিশৃংখলতা। সংঘটিত পদপিষ্টৰ ঘটনা। দেওবাৰে পুৱা পুৰীৰ গুণ্ডিচা মন্দিৰৰ সমীপত সংঘটিত পদপিষ্টত কমেও তিনিজন লোকৰ মৃত্যু । আহত আৰু বহু ।

ADVERTISEMENT

পুৰীৰ মূল মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰৰ দূৰত্ব প্ৰায় তিনি কিলোমিটাৰ।কিন্তু এই তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি থাকোঁতে তিনিখন ৰথ – নন্দিঘোষ, তালধৱাজ, আৰু দৰ্পাদলন – বাৰে বাৰে আবদ্ধ হৈ পৰে।

RelatedPosts

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

এই তিনিখন ৰথত আছিল জগন্নাথ, বলভদ্ৰ, আৰু সুভদ্ৰৰ মূৰ্তি । যদিও শুকুৰবাৰে মূল মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ ৰাওনা হয় কিন্তু গন্তব্য স্থানত উপস্থিত হ’ব নোৱাৰিলে।

শনিবাৰে তিনিখন ৰথ গুণ্ডিচা মন্দিৰত উপস্থিত হয় যদিও শনিবাৰে জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাক ৰথৰ পৰা নমাই দিয়া নাছিল।

গোটেই নিশা তিনিখন ৰথৰ চাৰিওফালে বহু ভক্ত গোট খাইছিল। আৰক্ষী আৰু প্ৰশাসনৰ নিৰ্দেশৰ পাছটো ভক্তসকলে ৰথৰ কাষ চাপিবলৈ চেষ্টা কৰে। আৰু তাতেই ঘটে অঘটন।

দেওবাৰে মাজনিশাৰ পৰা গুণ্ডিচা মন্দিৰৰ সমীপত ভগৱান জগন্নাথৰ ৰথক আগুৰি থকা জনসমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সংবাদ মাধ্যমৰ সূত্ৰৰ অনুসৰি, পুৱা প্ৰায় আঠ বাজি ৩০ মিনিটত মন্দিৰৰ ফালে ৰথকেইখন গতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়।

ভিৰৰ মাজতে কিছুলোকে পৰি যায়। তাৰ পাছতে পদপিষ্ট হৈ তিনিজন লোকৰ থিতাতে মৃত্যু হয়। নিহত দুগৰাকী মহিলা – প্ৰভাতী দাস আৰু বসন্তী সাহু। আনজন আছিল প্ৰেমাকান্ত মহন্ত, ৭০ বছৰীয়া জেষ্ঠা।

তথ্য অনুসৰি,তিনিওজনেই ওড়িশাৰ খুৰ্দা জিলাৰ বাসিন্দা।ৰথ যাত্ৰা উপলক্ষে তেওঁলোক পুৰীলৈ আহিছিল। এই ঘটনাত কেবাজনো লোক আহত হয়। আহকসকল উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

তিনিজন লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে ওড়িশাৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে। ঘটনা সন্দৰ্ভত নিৰীক্ষণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।গাফিলতিৰ কোনো অভিযোগ পালেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jagannath Rath YatraOdishaPuriRathayatra 2025
publisher

publisher

Related Posts

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 
News

বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

April 27, 2026
গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত
News

গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত

April 27, 2026
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
India

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

April 27, 2026
Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d