Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্পঞ্জৰ দৰেই এই নতুন অভিজ্ঞতাসমূহ শুহি লৈছো: শুভাংশু শুক্লা

উপস্থিত হোৱাৰ পাছত অস্বাভাৱিকতা অনুভৱ

publisher by publisher
June 29, 2025
in India, News
Reading Time: 1 min read
0
স্পঞ্জৰ দৰেই এই নতুন অভিজ্ঞতাসমূহ শুহি লৈছো: শুভাংশু শুক্লা
1
SHARES
9
VIEWS
ShareShareShareShare

Shubhanshu shukla :আজি আপুনি আমাৰ মাতৃভূমিৰ পৰা দূৰৈত আছে; কিন্তু আপুনি ভাৰতীয়সকলৰ হৃদয়ৰ একেবাৰে কাষত আছে। আপোনাৰ নামো শুভ আৰু আপোনাৰ যাত্রা নতুন যুগৰ শুভাৰম্ভও (আপকী নাম মেই ভি শুভ হে ঔৰ আপকী যাত্রা নয়ে যুগ কা শুভাৰম্ভ ভি হে)।’

ADVERTISEMENT

সম্প্রতি আন্তর্জাতিক গৱেষণা কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক সম্বোধন কৰি এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় বায়ুসেনাৰো জ্যেষ্ঠ বিষয়া শুক্লাৰ স’তে কালি প্রধানমন্ত্রী মোদী এক ভিডিঅ’ কনফাৰেন্সিং বার্তালাপত মিলিত হয়।

RelatedPosts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ সঁহাৰি দি শুক্লাই কয়, ‘মই এই অভিজ্ঞতাসমূহ স্পঞ্জৰ দৰে শুহি লৈছো। ইয়াত বায়ুহীন পৰিৱেশ (ভেকুৱাম) ত ওপঙি থকাটো এক সুন্দৰ অভিজ্ঞতা। এয়া কেৱল মোৰ যাত্ৰা নহয়, আমাৰ দেশৰ যাত্রা।’ তেওঁ জনায় যে ৬৩৪ নম্বৰৰ মহাকাশচাৰী।

উল্লেখ্য যে আন্তর্জাতিক মহাকাশ কেন্দ্রত ৪৮ ঘণ্টা পাৰ কৰিলে ড্ৰেগন মহাকাশযানৰ চাৰি মহাকাশচাৰীয়ে। এই চাৰি মহাকাশচাৰীৰ অন্যতম হ’ল শুক্লা। ভাৰতীয় সময় অনুসৰি যোৱা বুধবাৰে দুপৰীয়া ১২-০১ বজাত আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাস্থিত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ৰাওনা হোৱা এই চাৰি মহাকাশচাৰী পিছদিনা বিয়লি ৪-০১ বজাত গন্তব্যস্থলীত উপস্থিত হয়।

আন্তর্জাতিক মহাকাশ কেন্দ্রত উপস্থিত হোৱাৰ পাছতে পূর্ব নির্ধাৰিত অনুসৰি গৱেষণাত ব্রতী হৈছে শুক্লাসহ তেওঁৰ সতীর্থ তিনি মহাকাশচাৰী। আনহাতে, মার্কিন মহাকাশ গবেষণা সংস্থা নাছাই প্রকাশ কৰা অনুসৰি, সম্প্ৰতি আন্তর্জাতিক মহাকাশ কেন্দ্রত মুঠ ১১ জন মহাকাশচাৰী আছে।

ইয়াৰে সাতজন ‘এক্সপেডিচন ৭৩’ শীর্ষক এক মহাকাশ অভিযানৰ অধীনত পূর্বেই মহাকাশ কেন্দ্রটোত উপস্থিত হয়। এই আটাইকেইজন মহাকাশচাৰী সম্প্ৰতি বিভিন্ন গৱেষণামূলক কাম-কাজত ব্যস্ত হৈ আছে। শুভাংশু আৰু তেওঁৰ সতীর্থ তিনি মহাকাশচাৰীয়ে ‘এক্সিয়ম-৪’ শীর্ষক মহাকাশ অভিযানৰ অধীনত আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ গৈছে।

তেওঁলোকক অৰবিটেল লেব ছিষ্টেমৰ জৰিয়তে আন সাত মহাকাশচাৰীয়ে সহায় কৰিছে। নাছাই প্ৰকাশ কৰা অনুসৰি, এই চাৰি মহাকাশচাৰীয়ে আগন্তুক দুসপ্তাহত মাইক্র’গ্রেভিটি (অতি ক্ষুদ্র মধ্যাকর্ষণ) সংক্রান্তীয় গৱেষণা কৰিব। এই ক্ষেত্ৰত তেওঁলোকক পূৰ্বৰে পৰা আন্তর্জাতিক মহাকাশ কেন্দ্রত থকা সাত মহাকাশচাৰীয়ে সহায় কৰিছে।

কেন্দ্ৰত উপস্থিত হোৱাৰ সময়ত শুক্লাই কিছু অস্বাভাৱিকতা অনুভৱ কৰিছিল। সম্প্ৰতি এই সম্পর্কত তেওঁ কয়, ‘মূৰ বিষাইছিল। আমি ১৪ দিন এই মহাকাশ কেন্দ্ৰত থাকি যি কৰিম তাৰ তুলনাত সেই সমস্যা একোৱেই নহয়। এয়া গৰ্ব আৰু উত্তেজনাৰ মুহূৰ্ত। মহাকাশ অভিযানৰ ক্ষেত্ৰত আমাৰ ডাঙৰ পদক্ষেপ।’

বৃহস্পতিবাৰে ড্ৰেগন যান আন্তর্জাতিক মহাকাশ কেন্দ্রত উপস্থিত হোৱাৰ পাছত প্রথম যানৰ পৰা নামে এই অভিযানক নেতৃত্ব প্রদান কৰা পেগী হুইটছনে। তেৱেঁই প্রথম আন্তর্জাতিক মহাকাশ কেন্দ্রত প্ৰৱেশ কৰে। তেওঁৰ পাছতে শুক্লা, স্লায়োস উদ্ভ্রানস্কি-উইছনিউস্কি আৰু টিবৰ কাপুয়ে।

সম্প্ৰতি চাৰিজনীয়া মহাকাশচাৰীৰ দলটোৱে ড্ৰেগন যানৰ পৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰয়োজনীয় যন্ত্র-সঁজুলি, নমুনা আৰু প’র্টেবল ছায়েন্স ফ্ৰিজাৰ নমায়। তাৰ পাছতে তেওঁলোক জৰুৰী অৱস্থা সম্পর্কত ‘এক্সপেডিচন-৭৩’ মহাকাশ অভিযানৰ সাত সদস্যৰ স’তে আলোচনাত মিলিত হয়।

তাৰ মাজতে এই চাৰি মহাকাশচাৰীয়ে গৱেষণাৰ কামো আগবঢ়াই নিয়ে। একেদৰে আন সাতজন মহাকাশচাৰীও নিজৰ গৱেষণাৰ কামত বর্তি থাকে। এনেদৰে সময় অতিবাহিত কৰিছে এই ১১ মহাকাশচাৰীয়ে। উল্লেখ্য যে আন্তর্জাতিক মহাকাশ কেন্দ্রত পদার্পণ কৰা শুক্লা হৈছে প্ৰথমজন ভাৰতীয় মহাকাশচাৰী।

তদুপৰি তেওঁ দেশৰ দ্বিতীয়জন মহাকাশচাৰী। তেওঁৰ পূৰ্বে ১৯৮৪ত প্রথমজন ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ পৰিভ্ৰমণ কৰি আঠদিন মহাকাশত পাৰ কৰে। যোৱা বৃহস্পতিবাৰে আন্তর্জাতিক মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰাৰ পাছত শুক্লাই ‘জয় হিন্দ ভাৰত’ অভিবাদন জনাই এক বাৰ্তা প্ৰেৰণ কৰে।

উক্ত দিনা আন্তর্জাতিক মহাকাশ কেন্দ্রত তেওঁকে ধৰি ড্ৰেগন যানৰ চাৰি মহাকাশচাৰীক আদৰণি জনোৱা হয়। এই আদৰণি অনুষ্ঠানত তেওঁ হিন্দীতে বক্তব্য আগবঢ়াই কয়, ‘আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই আন্তর্জাতিক মহাকাশ কেন্দ্রত উপস্থিত হৈছো। ইয়াত থিয় হ’বলৈ সহজ; কিন্তু মোৰ মূৰ কিঞ্চিত গধুৰ হৈ আছে। কিছু জটিলতাৰ সন্মুখীন হৈছো। অৱশ্যে এইবোৰ সাধাৰণ সমস্যা। আমি এইসমূহৰ স’তে অভ্যস্ত হ’ম।’

ইপিনে, নাছাই ৰাজহুৱা কৰা এটা লাইভ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে ড্রেগন যানে যোৱা বৃহস্পতিবাৰে বিয়লি ৪-১৫ বজাত ড’কিং সম্পূর্ণ কৰে। পাছত এই মহাকাশ যান স্পেচ এক্সৰ ফেলকন ৰকেটে পৃথিৱীৰ কক্ষপথতকৈ তলত থকা এটা কক্ষপথত স্থাপন কৰে। ড’কিং সম্পূৰ্ণ কৰাৰ পূৰ্বে ড্ৰেগন যানে পৃথিৱীক প্রদক্ষিণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiNASAShubhanshu ShuklaSpace
publisher

publisher

Related Posts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d