Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Erosion:নিশাৰ ভিতৰতে গৃহহীন শশ লোক, জাহ গৈছে বৃহৎ আন্তঃগাঁথনিও

কে'বাখনো জিলাত খহনীয়াৰ কাল ৰূপ কেন্দ্ৰৰ আবণ্টিত পুঁজিও সম্পূর্ণকে ব্যয় নহয়

publisher by publisher
July 2, 2025
in News, Assam
Reading Time: 2 mins read
0
Erosion:নিশাৰ ভিতৰতে গৃহহীন শশ লোক, জাহ গৈছে বৃহৎ আন্তঃগাঁথনিও
1
SHARES
8
VIEWS
ShareShareShareShare

Erosion:

চৰকাৰৰ অৱজ্ঞা তথা কথাৰ ফুলজাৰিৰ পৰিণতিতে ৰাজ্যৰ কে’বাখনো জিলাত খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়ে এই খহনীয়া অব্যাহত আছে যদিও অন্যান্য কে’বাখনো নদীয়ে এই সমস্যাক অধিক জটিল কৰি তুলিছে। নিশাৰ ভিতৰতে নদীৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি, বৃহৎ বৃহৎ গৃহ। খহনীয়া সমস্যাটো স্বাধীনতাৰ পাছৰে পৰা গুৰুতৰ হৈ আহিছে।

ADVERTISEMENT

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ১৯৫৪ৰ পৰা বিগত বৰ্ষলে কমেও ৩,৮৬,৪৭৬ হেক্টৰ ভূমি খহনীয়াত জাহ গৈছে। এই পৰিমাণ ৰাজ্যৰ মুঠ মাটিকালিৰ প্ৰায় সাত শতাংশ। বানৰ লগতে খহনীয়াক সেইবাবে ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী দশক দশক ধৰি উত্থাপিত হৈ আহিছে। অৱশ্যে অসমবাসীৰ এই দাবী প্ৰতিখন চৰকাৰৰ ওচৰতে অৰণ্যৰোদনত পৰিণত হৈছে।

RelatedPosts

গংগা-ব্ৰহ্মপুত্ৰকে ধৰি দেশৰ ব-দ্বীপসমূহৰ অর্ধেক ভূমি ডুব গৈছে

ব্ৰহ্মপুত্ৰৰ তলত গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নির্মাণত অনুমোদন

Brahmaputra :বর্তমানো সন্ধানহীন ব্রহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা পাঁচজন লোক

এই সময়তো ৰাজ্যৰ কে’বাখনো জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সমান্তৰালভাৱে আন আন নদীতো খহনীয়াৰ কাল ৰূপ অব্যাহত আছে। উদাহৰণ স্বৰূপে বৰপেটা জিলাত বেঁকী নদীৰ খহনীয়াত নিশাৰ ভিতৰতে বৃহৎ বৃহৎ পৰিসৰৰ ভূমি জাহ যোৱা অব্যাহত আছে। দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, গোৱালপাৰা, ধুবুৰী, বৰপেটা, মৰিগাঁও, নলবাৰী, চিৰাং, দক্ষিণ শালমাৰা-মানকাচৰ, ডিব্ৰুগড়, মাজুলী হ’ল অত্যধিক খহনীয়া প্ৰৱণ জিলা।

শেহতীয়াকৈ গোৱালপাৰা, ধুবুৰী, বৰপেটা, মৰিগাঁও, দক্ষিণ শালমাৰা-মানকাচৰত খহনীয়াই যথেষ্ট গুৰুতৰ ৰূপ ধাৰণ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিশাৰ ভিতৰতে বিঘাই বিঘাই ভূমি নিজৰ বুকুত সামৰি লৈছে। মৰিগাঁৱৰ লাহৰীঘাট; গোৱালপাৰাৰ জলেশ্বৰ; বৰপেটাৰ বহৰি, বাঘবৰ আৰু কলগাছিয়া ৰাজহ চক্ৰৰ বৃহৎ অঞ্চলত খহনীয়াই ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাত ব্ৰহ্মপুত্ৰৰ সমান্তৰালভাৱে বেঁকী নদীৰ খহনীয়াও প্ৰৱল ৰূপত অব্যাহত আছে।

মৰিগাঁৱৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত বৰালিমাৰীত ব্যাপক ৰূপত আৰম্ভ হোৱা খহনীয়া প্ৰতিৰোধত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি স্থানীয় নখন গাঁৱৰ ৰাইজেই নিজে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে সম্বল অনুযায়ী দান-বৰঙণি লৈ ৰাইজে বস্তা, বালি, বাঁহ, তাঁৰ আদি সংগ্ৰহ কৰি ব্ৰহ্মপুত্ৰক বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰৰ ফুলজাৰি মৰা কথাৰ পৰিণতিতে খহনীয়াই এনে ৰূপ শেহতীয়াকৈ ধাৰণ কৰিছে।

জলসম্পদ বিভাগৰ তথ্য অনুসৰি, অসমে খহনীয়া প্ৰতিৰোধৰ বাবে আবণ্টিত পুঁজি ব্যয়তো ব্যর্থ হৈছে। বিভাগটোৰ তথ্য অনুসৰি, একাদশ পঞ্চবার্ষিক পৰিকল্পনাত খহনীয়া প্ৰতিৰোধৰ ৭৩টা প্রকল্পই অনুমোদন লাভ কৰিছিল। ইয়াৰ বিপৰীতে আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৪,৩১৭.০৩ কোটি টকা। এই পুঁজিৰে ৩,১২,৬৭২ হেক্টৰ ভূমিত হৈ থকা খহনীয়া প্ৰতিৰোধৰ লক্ষ্য লোৱা হৈছিল; কিন্তু আবণ্টিত পুঁজিৰ ২,১৬৪.৮১ কোটি টকাহে ব্যৱহাৰ হয়। অর্থাৎ আবণ্টিত পুঁজিৰ প্ৰায় আধা অংশই ব্যৱহাৰ নহ’ল। বহু প্রকল্প আধৰুৱা হৈ ৰয় আৰু বহু প্ৰকল্পৰ কাম আৰম্ভই নহ’ল।

ৰাজ্যত খহনীয়াই প্ৰতি বছৰে কেনে গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যতে সেই ভয়াৱহতা প্রতিফলিত হৈছে। বিভাগটোৱে নিৰ্ণয় কৰা হিচাপ অনুসৰি, ৰাজ্যৰ ২৪ খন জিলাৰ ১৮৬.৪১ হেক্টৰ ভূমি খহনীয়াৰ গ্ৰাসত পৰে। এই সময়ছোৱাত সৰ্বাধিক খহনীয়াৰ গ্ৰাসত পৰা কে’বাখনো জিলাৰ ভূমিৰ পৰিমাণো নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি, বৰপেটা জিলাত ২৫ হেক্টৰ, নলবাৰীত ১৪.০৬ হেক্টৰ, ধেমাজিত ৪১.০৬ হেক্টৰ, ধুবুৰীত ৩৩.২২ হেক্টৰ, কোকৰাঝাৰত ১৪.৫১ হেক্টৰ, বঙাইগাঁৱত ১৬.৪৭ হেক্টৰ আৰু বাপ্সাত ১৮.৭৬ হেক্টৰ ভূমি নদীৰ বুকুত জাহ যায়।

খহনীয়াই আর্থ-সামাজিক জটিলতাও গুৰুতৰ কৰিছে। হেজাৰ হেজাৰ লোক খহনীয়াৰ গ্ৰাসত পৰিছে। তেওঁলোক অন্য স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে। বিগত বৰ্ষত বৰপেটাত ২৮৯ জন, নলবাৰীত ১৯৬, ধেমাজিত ৩৮৭, ধুবুৰীত ৬৩৮, কোকৰাঝাৰত ১৯৮, বঙাইগাঁৱত ৩১২ জনে নিজৰ ঘৰ-বাৰী সম্পূৰ্ণ হেৰুৱায়। সম্প্রতি অব্যাহত থকা খহনীয়াৰ তাৎক্ষণিক প্ৰতিৰোধ ব্যৱস্থা অধিকাংশ স্থানতে কৰা হোৱা নাই। কোনো কোনো ৰাইজে নিজাকৈ প্ৰতিৰোধ ব্যৱস্থা ল’বলৈ বাধ্য হৈছে যদিও মহাবাহু ব্রহ্মপুত্ৰৰ শক্তিক পৰাভূত কৰাৰ ক্ষমতা কাৰোৰে নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: assam erosionBrahmaputraOther riversSdrf report
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d