Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অক্ষয় কুমাৰে পান কৰে এক বিশেষ পানীয়

publisher by publisher
July 4, 2025
in India, Entertainment
Reading Time: 1 min read
0
অক্ষয় কুমাৰে পান কৰে এক বিশেষ পানীয়
1
SHARES
10
VIEWS
ShareShareShareShare

Akshay Kumar:যদি কোনো ‘ফিটনেছ ফ্রিক’ আছে তেন্তে সেয়া হ’ল বলিউডৰ অভিনেতা অক্ষয় কুমাৰ। অভিনেতাজন নিজেই স্বাস্থ্য সচেতন আৰু তেওঁ সকলোকে ফিট হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।

ADVERTISEMENT

অক্ষয়ে ফিটনেছৰ বাবে ব্যায়ামৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্য-পানীয় গ্ৰহণৰ প্রতিও তেওঁ অতি সচেতন। অভিনেতাজনে ঘড়ীটোৰ ভিত্তিত খাদ্য গ্রহণ কৰে আৰু তেওঁৰ খাদ্য তালিকাত কাৰ্ব’হাইড্রেট, চৰ্বি আৰু প্ৰ’টিনৰ সঠিক ভাৰসাম্য থাকে।

RelatedPosts

২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

শৰীৰত শক্তি পাবলৈ ব্যায়ামৰ আগত আৰু পাছত কি খাব লাগে?

সুস্থ হৈ থাকিবলৈ ৪০ বছৰৰ পাছত প্রতিদিনে কৰক এই কেইটা কাম

তেওঁ প্রচেছড খাদ্য স্পর্শ নকৰে। অৱশ্যে তেওঁৰ খাদ্য তালিকাত এক বিশেষ পানীয় আছে। আপেল, তিয়হ আৰু পদিনা পাতেৰে তৈয়াৰী ইনফিজউজ পানী।

এক সাক্ষাৎকাৰত অক্ষয়ে কয় যে তেওঁ আপেল, তিয়হ আৰু পদিনা পাত পানীত মিহলাই খায়। অভিনেতাজনে এনেদৰে ‘ইনফিউজড’ পানীৰ বটল এটা খোৱাটো উপকাৰী বুলি বিবেচনা কৰে, যিহেতু তেওঁ দিনটোত তিনি-চাৰি লিটাৰ পানী খাব লাগে।

তেওঁৰ মতে এই পানীয়ই তেওঁক গোটেই দিনটো হাইড্রেটেড হৈ থকাত সহায় কৰে। অক্ষয় কুমাৰৰ দৰে ‘ইনফিউজড’ পানী খালে কি কি লাভ হয়?

পুষ্টিবিদ অনুশ্রী মিত্রই কয় যে গোটেই দিনটো এক লিটাৰ ‘ইনফিউজড’ পানী পান কৰিলে শৰীৰ সতেজ হৈ থাকিব অর্থাৎ পেট ফুলা বা গেছৰ কোনো সমস্যা নহ’ব।

ইয়াৰ লগতে শৰীৰ জলসিঞ্চিত হৈ থাকিব আৰু বদহজমৰ সমস্যাও সহজে এৰাই চলিব পাৰিব। পদিনা পাতত এন্টি-বেক্টেৰিয়েল উপাদান থাকে, যিয়ে সংক্রমণ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ লগে ই পেটটো শীতল কৰি ৰাখে।

আনহাতে, তিয়হত ভিটামিন চি, কে আৰু পটাছিয়াম আদি উপাদানো থাকে। এইবোৰে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে। তিয়হ আৰু পদিনা পাতেও ছালখন ভাল কৰি ৰাখে।

এই দুটা উপাদানৰ স’তে মিহলি ‘ইনফিউজড’ পানী খালে শৰীৰত জমা হোৱা বিষাক্ত পদার্থও আঁতৰাই পেলোৱা হয়।

‘ইনফিউজড’ পানীত আপেল মিহলাই দিলে কি কি লাভ হয়?

বহুতে নেমুৰ টুকুৰা, তিয়হ আৰু পদিনা মিহলাইও ‘ইনফিউজড’ পানী তৈয়াৰ কৰে। অক্ষয় কুমাৰেও আপেল মিহলাই খায়। আপেল কম কেল’ৰিযুক্ত ফল। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। আপেলে ভোক নিয়ন্ত্রণ কৰে আৰু পাচনতন্ত্ৰৰ সমস্যা হ্রাস কৰে। এই ফল অন্ত্ৰৰ বাবেও উপকাৰী।

এই ‘ইনফিউজড’ পানী সকলোৱে খাব পাৰিবনে? ছ’চিয়েল মিডিয়াৰ বাবেই ‘ইনফিউজড’ পানী এটা ট্রেণ্ডত পৰিণত হৈছে। সাধাৰণতে বতৰৰ ফলমূল আৰু বনৌষধি পানীত মিহলাই ইনফিউজড পানী তৈয়াৰ কৰা হয়।

ফলমূল আৰু বনৌষধিৰ উপস্থিতিয়েও পানীয়ত ভিটামিন আৰু খনিজ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে। গধুৰ আহাৰ খোৱাৰ পাছত এই ‘ইনফিউজড’ পানী খালে বৰ ভাল কাম হয়। ইয়াৰ বাহিৰেও গ্লাছৰ বটলত ‘ইনফিউজড’ পানী ভৰাই ৰাখি দিনটো পান কৰিব পাৰি। যি ব্যক্তিৰ বৃক্কৰ সমস্যা নাই তেওঁ ‘ইনফিউজড’ পানী খাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akshay KumarDietFitness
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d