Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cuon Alpinus in Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-কাৰ্বিপাহাৰ সীমান্তত বিলুপ্তপ্রায় ৰাং কুকুৰৰ উপস্থিতি

১৯৮১ত হৈছিল প্রথম পিয়ল, কার্বি জনতাই দেখি আহিছে যুগে যুগে

publisher by publisher
July 5, 2025
in News, Assam, Wildlife
Reading Time: 1 min read
0
Cuon Alpinus in Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-কাৰ্বিপাহাৰ সীমান্তত বিলুপ্তপ্রায় ৰাং কুকুৰৰ উপস্থিতি
1
SHARES
11
VIEWS
ShareShareShareShare

Cuon Alpinus in Kaziranga:

‘আমাৰ মানুহে চামে চামে দেখি আহিছে এই ৰাং কুকুৰ। এতিয়া কমিল। সৰু সৰু জাকত পাহাৰৰ মাজে মাজে দেখা যায়। যিকোনো চিকাৰ সহজেই ধৰি খায়।’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলঙৰ পাহাৰৰ সীমান্ত অঞ্চলত শেহতীয়াকৈ ৰাং কুকুৰৰ উপস্থিতি ধৰা পৰাৰ পাছতে পাহাৰীয়া জিলাখনত কামসিং হাঞ্চেই শুক্ৰবাৰে ৰাং কুকুৰৰ বিষয়ে প্রকাশ কৰে এনেদৰে।

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই এক বহুদিনীয়া বিচাৰ-খোচাৰৰ অন্তত এই সীমান্ত অঞ্চলত ৰাং কুকুৰৰ নিশ্চিত উপস্থিতি ধৰা পৰাৰ কথা প্রকাশ কৰাৰ লগতে জনসাধাৰণে প্রকাশ কৰিছে ৰাং কুকুৰৰ উপস্থিতিৰ এই তথ্য।

RelatedPosts

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

 Karbianglong:প্ৰশিক্ষণ উৰণতেই বিপৰ্যয়! ভূপতিত যুদ্ধ বিমান

মুখ্যমন্ত্ৰীয়ে নিজৰ সামাজিক মাধ্যমত শুভ বাতৰি বুলি উল্লেখ কৰি প্ৰকাশ কৰিছে এনেদৰে-‘কাজিৰঙা-কাৰ্বি আংলং অঞ্চলত কেমেৰাত উপস্থিতি ধৰা পৰা কুৱন পাইনছ বৈজ্ঞানিক নামৰ জন্তুবিধৰ আমাৰ বাবে চিনাকি নামটি হৈছে ৰাং কুকুৰ। নিজৰ ওজনতকৈ আঠ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাং কুকুৰৰ উপস্থিতি অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্র্যৰ এক উৎকুষ্ঠ নিদর্শন। প্রতিটো বৈজ্ঞানিক অগ্ৰগতিৰ আঁৰত বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম বৈজ্ঞানিক অধ্যয়নসমূহ প্রায় মাহৰ পাছত মাহ, আনকি বছৰ বছৰ ধৰি চলি থাকে। তাৰ পাছত আমি ইয়াৰ ফলাফল সম্পর্কে অৱগত হওঁ। এই যাত্রা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপৰ্যয় আৰু অধ্যৱসায়েৰে ভৰি আছে। প্রায় তিনি বছৰ অধ্যয়ন কৰা গৱেষকসকলে এতিয়াহে বৈজ্ঞানিক গৱেষণা পত্ৰখন বিশ্লেষণ কৰিছে।’

উল্লেখ্য যে ৰাং কুকুৰ এবিধ মাংসহাৰী জন্তু, যাৰ বৈজ্ঞানিক নাম হৈছে কুৱন পাইনছ। ইয়াক ইংৰাজীত ড’লি বুলি কোৱা হয়। এতিয়া কাজিৰঙা আৰু কাৰ্বি আংলং অঞ্চলত এই জন্তুবিধ পোৱা যায় বুলি তথ্য পোৱা গৈছে। ৰাং কুকুৰ হৈছে ভাৰত আৰু দক্ষিণ এছিয়াৰ কিছুমান অঞ্চলত পোৱা এবিধ মাংসহাৰী জন্তু। ই মূলতঃ ভাৰতৰ কাজিৰঙা আৰু কার্বি আংলং অঞ্চলত পূৰ্বে প্ৰচুৰ পৰিমাণে পোৱা গৈছিল।

ৰাং কুকুৰৰ শৰীৰৰ দৈর্ঘ্য প্রায় ৯০-১১৪ ছেন্টিমিটাৰ আৰু ওজন প্রায় ১৫-২০ কিলোগ্রাম পর্যন্ত হ’ব পাৰে। ইয়াৰ নোম ডাঠ আৰু সেউজীয়া-বাদামী বৰণৰ হয়। ই দলবদ্ধভাবে বাস কৰে আৰু চিকাৰো কৰে। ইহঁতে দলবদ্ধভারে বৃহৎ জন্তু যেনে হৰিণা, সুঁৱৰ আদি চিকাৰ কৰিব পাৰে। ইতিমধ্যে ৰাং কুকুৰ এক বিপদাপন্ন প্রজাতি হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ মূল কাৰণ হৈছে বাসস্থান ধ্বংস আৰু চিকাৰৰ পৰিমাণ কমি অহাটো। এই প্রসংগত প্রকৃতিপ্রেমী অপূর্ব বল্লভ গোস্বামীয়ে প্রকাশ কৰিছে যে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলং জিলাৰ অঞ্চলত কেমেৰাত উপস্থিতি ধৰা পৰিছে বিৰল প্ৰজাতিৰ বনৰীয়া ৰাং কুকুৰ।

উল্লেখ্য যে ২০০৪ত চৰকাৰৰ পৃষ্ঠপোষকতাত পৃথানীয়ে বিহৰা শিল কুঁৱাৰী বিস্ফোৰণৰ সমীপৰ বনাঞ্চলত আমি ৰাং কুকুৰৰ সন্ধান পাইছিলো। কুৱন পাইনছ বৈজ্ঞানিক নাম। ইয়াৰ গোষ্ঠী কেনিডি, প্রজাতি কুৱন আল পাইনছ। ৰাং কুকুৰ কাৰ্বি আংলং, ডিমা হাছাও, মেঘালয়ৰ বলফাকৰাম ৰাষ্ট্ৰীয় উদ্যান আদিত পোৱা যায়।

১৯৮১ত প্ৰথমবাৰৰ বাবে এই বন্যপ্রাণীটোৰ পিয়ল হৈছিল। পিয়লত ৰাং কুকুৰৰ কে’বাটাও পৰিয়াল পোৱা গৈছিল। ৰাং কুকুৰে বাঘৰ নিচিনাকৈ গাইগুটিয়া চিকাৰ নকৰে। একাধিক ৰাং পৈথন পৰিয়াল লগ লাগি দল সৃষ্টি কৰি চিকাৰ কৰে।’ এতিয়া পুনৰ চর্চালৈ আহিছে কাৰ্বি পাহাৰৰ ৰাং কুকুৰৰ দল। এতিয়া ইহঁতজাক বিলুপ্তিৰ পথত। এই সময়তে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ লগতে বিজ্ঞানসম্মত সংৰক্ষণ প্রণালী ব্যৱহাৰৰে এই এমুঠি ৰাং কুকুৰক জীয়াই ৰাখিব পাৰিলে নিশ্চিতভাৱে এয়া হ’ব মানুহৰ বাবেই এক গৌৰৱৰ বিষয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa Sarma tweetCuon AlpinuskarbianglongKaziranga
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d