Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Census will be conducted in two phases: ২০২৬ৰ পহিলা অক্টোবৰৰ পৰা দুটা পর্যায়ত হ’ব লোকপিয়ল

publisher by publisher
June 5, 2025
in India, News
Reading Time: 1 min read
0
Census will be conducted in two phases: ২০২৬ৰ পহিলা অক্টোবৰৰ পৰা দুটা পর্যায়ত হ’ব লোকপিয়ল
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

৩৩ সম্প্ৰদায়ৰ জৰীপৰ দায়িত্ব সংশ্লিষ্ট স্বায়ত্তশাসিত পৰিষদ-উন্নয়ন পৰিষদক

Census will be conducted in two phases:

অহা বছৰৰ অন্তিমৰ পৰা দেশত দুটা পর্যায়ত লোকপিয়ল আৰু জাতি গণনা আৰম্ভ হ’ব। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইয়াৰে প্ৰথমটো পর্যায়ত পাহাৰীয়া আৰু তুষাৰাবৃত ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু এনে অঞ্চলক সামৰি লোৱা হ’ব। এই পর্যায় ২০২৬ৰ পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব।

ADVERTISEMENT

আনহাতে, দ্বিতীয়টো পর্যায় ২০২৭ৰ পহিলা মে’ৰ পৰা আৰম্ভ হ’ব আৰু ই দেশৰ আন অঞ্চলসমূহক সামৰি ল’ব। তিনি বছৰ ধৰি আগন্তুক লোকপিয়লৰ কাম চলিব বুলি সূত্রই সদৰী কৰিছে।

উল্লেখ্য যে নিয়ম অনুসৰি, ২০২১তে দেশত লোকপিয়ল অনুষ্ঠিত হ’ব লগা আছিল যদিও সেয়া সময়ত স্থগিত ৰাখে চৰকাৰে। শেহতীয়াভাৱে যোৱা কেন্দ্রীয় ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে দেশত জাতি গণনাৰ অনুমোদন জনায়। সেই অনুসৰি, আগন্তুক লোকপিয়লত জাতি গণনাও কৰা হ’ব বুলিও সূত্রই সদৰী কৰিছে। এই সম্পৰ্কত চৰকাৰী বিবৃতিত কোৱা হয়।

জাতি গণনাৰ লগতে জনসংখ্যা গণনা-২০২৭ দুটা পর্যায়ত আৰম্ভ হ’ব। জনসংখ্যা গণনা-২০২৭ৰ সাংকেতিক তাৰিখ ২০২৭ৰ প্রথম দিনটোৰ ০০:০০ বজা হ’ব। জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্রীয়শাসিত অঞ্চল তথা হিমাচল প্রদেশ আৰু উত্তৰাখণ্ড আদিৰ বাবে সাংকেতিক তাৰিখ ২০২৬ৰ প্ৰথম দিনটোৰ ০০:০০ বজা হ’ব।’ বিবৃতিটোত লগতে কোৱা হয় যে লোকপিয়ল আইন ১৯৪৮ৰ তিনি ধাৰা অনুসৰি লোকপিয়ল আৰু ওপৰোক্ত সাংকেতিক তাৰিখসমূহ অহা ১৬ জুনত ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব।

উল্লেখ্য যে দেশত লোকপিয়ল আইন ১৯৪৮ আৰু লোকপিয়ল বিধি ১৯৯০ অনুসৰি লোকপিয়ল সম্পন্ন কৰা হয়। দেশত অন্তিমবাৰৰ বাবে ২০১১ত দুটা পর্যায়ত লোকপিয়ল কৰা হয়। ইয়াৰে প্ৰথমটো পৰ্যায়ত ঘৰ তালিকাকৰণ (২০১০ৰ পহিলা এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ) আৰু দ্বিতীয় পর্যায়ত জনসংখ্যা গণনা (২০১১ৰ ন ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ) কৰা হয়। উল্লেখ্য যে আগন্তুক লোকপিয়লত জাতি গণনাও কৰা হ’ব বুলি যোৱা ২০ এপ্ৰিলত কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণবে ঘোষণা কৰে। সেই অনুসৰি দেশত প্ৰথমবাৰৰ বাবে জাতি গণনা হ’ব। ইয়াক শাসকীয় পক্ষই ঐতিহাসিক কার্য আখ্যা দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: caste CensusPopulation CensusUnion govt Announced
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d