Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Gaon Panchyat: অসমৰ ৰাজনীতিত আৰু এক সংযোজন ! পঞ্চায়ত গঠনতে এইবাৰ পূর্ণোদ্যমে হৰ্ছ ট্রেডিং

নির্দলীয়ৰূপে জয়ী হোৱাৰ পাছতো বিশৃংখল বৃদ্ধিহে পালে

publisher by publisher
July 5, 2025
in News, Assam
Reading Time: 2 mins read
0
Gaon Panchyat: অসমৰ ৰাজনীতিত আৰু এক সংযোজন ! পঞ্চায়ত গঠনতে এইবাৰ পূর্ণোদ্যমে হৰ্ছ ট্রেডিং
1
SHARES
11
VIEWS
ShareShareShareShare

Gaon Panchyat:

নির্বাচিত মন্ত্রী-বিধায়ক নহয়, পঞ্চায়ত সভাপতি নির্বচনতে এইবাৰ ঘোঁৰা কিনা-বেচা (হৰ্ছ ট্রেডিং)ৰ ঘটনা সংঘটিত হোৱা বুলি ব্যাপক চর্চা হৈছে। শুক্ৰবাৰে অনুষ্ঠিত পঞ্চায়তৰ সভাপতি নির্বাচনৰ সময়ত নগাঁৱৰ জুৰীয়াৰ পাঁচখন আৰু ডিব্ৰুগড়ৰ খোৱাঙৰ এখন পঞ্চায়তৰ একাংশ নির্বাচিত সদস্য ৰহস্যজনক কাৰণত নির্বাচনত অনুপস্থিত থকাত এই পঞ্চায়ত কেইখন গঠন নহ’ল।

ADVERTISEMENT

অর্থাৎ এই ছয় পঞ্চায়তৰ শুক্ৰবাৰে সভাপতি নির্বাচন সম্পন্ন হ’ল। আনহাতে, কামৰূপ মহানগৰ জিলাৰ টোপাতলি গাঁও পঞ্চায়তৰ এজন সদস্যই সমর্থন আগবঢ়োৱাৰ বিনিময়ত এজন সভাপতি প্রার্থীৰ পৰা এক লাখ টকা আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত খনৰ তিনি নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত সদস্য সুমিত সৰকাৰক সভাপতিৰূপে সমর্থন আগবঢ়োৱাৰ বিনিময়ত তেওঁৰ পৰা ন নম্বৰ ৱাৰ্ডৰ সদস্য দিলীপ ক্র’ৱে এক লাখ টকা উপঢৌকন লোৱাৰ এখন পত্র সামাজিক মাধ্যমত ভাইৰেল হৈছে।

RelatedPosts

Moran:পাৰিতোষিক বিচাৰি মৰাণত প্ৰাক্তন পঞ্চায়ত জনপ্ৰতিনিধিৰ সংবাদমেল

ভাইৰেল পত্ৰখনত সভাপতি পদৰ প্ৰাৰ্থীজনৰ পৰা সমর্থনৰ বিনিময়ত এক লাখ টকা লোৱা বুলি উল্লেখ কৰি স্বজ্ঞানে, সুস্থ শৰীৰে ‘ৰেভিনিউ টিকট’ৰ ওপৰত ক্ৰ’ৱে ইংৰাজীত স্বাক্ষৰ কৰা দেখা গৈছে। পত্ৰখনৰ তাৰিখ ২৯ জুন বুলি উল্লেখ আছে। এই পত্র ভাইৰেল হোৱাৰ লগে লগে চৌদিশে তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি হয়। এনে অৱস্থাতে পত্ৰখন ভুৱা আখ্যা দি পঞ্চায়ত প্রতিনিধি ক্র’ৱে ক্ষেত্ৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

তেওঁ অভিযোগ উত্থাপন কৰিছে যে সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ধন প্রাপ্তিৰ পত্র ভুৱা আৰু পত্ৰখনত থকা স্বাক্ষৰ জাল। এই কাণ্ডৰ আঁৰত দুৰুং অঞ্চলৰ ধনঞ্জয় দাস নামৰ এজন লোকৰ লগতে বিভিন্ন পক্ষ জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰিছে। পত্ৰখনৰ ঠিকনাত ক্ৰ’ৰ পিতৃ মৃত বুলি উল্লেখ আছে যদিও তেওঁৰ পিতৃ জীৱিত বুলি ক্র’ৱে দাবী কৰে। তেওঁ অভিযোগ কৰিছে যে দৰাচলতে দুষ্ট চক্রই তেওঁক জন মানসত হেয় কৰাৰ উদ্দেশ্যে এই ভুৱা পত্র সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে।

উল্লেখ্য যে যোৱা দুই জুলাইত অনুষ্ঠিত পঞ্চায়তখনৰ সভাপতি নির্বাচনত সুমিত সৰকাৰে ৫০ শতাংশ সদস্যৰ সমর্থনহে লাভ কৰে। পাছত তেওঁ টচত জিকি সভাপতিৰ পদ লাভ কৰে। এই ঘটনাৰ পাছতে উক্ত পত্র সামাজিক মাধ্যমত ভাইৰেল হোৱাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে।

ইপিনে, শুক্ৰবাৰে ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে খোৱাং সমষ্টিৰ অন্তর্গত খোৱাং গাঁও পঞ্চায়তৰো সভাপতি আৰু উপ-সভাপতি নির্বাচনৰ আয়োজন কৰা হয়। আশ্চর্যজনকভাবে এই নির্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থাকে চাৰিগৰাকী নির্বাচিত পঞ্চায়ত প্রতিনিধি। পঞ্চায়তখনৰ অন্তৰ্গত সাত নম্বৰ ৱাৰ্ডৰ পিংকী কোঁৱৰ, আঠ নম্বৰ ৱাৰ্ডৰ ৰেখা বাইলুং, দুই নম্বৰ ৱাৰ্ডৰ ভাৰতী শইকীয়া আৰু চাৰি নম্বৰ ৱাৰ্ডৰ জীৱকান্ত দাসে ম’বাইল ফোনৰ ছুইটছ বন্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপন হৈছে।

শুক্ৰবাৰে নির্বাচনী প্রক্রিয়াত অংশগ্ৰহণৰ পৰা তেওঁলোক বিৰত থাকে। এই সম্পর্কত খোৱাঙৰ খণ্ড উন্নয়ন বিষয়াই জনায় যে এই চাৰি নিৰ্বাচিত পঞ্চায়ত প্রতিনিধিক সভাপতি নির্বাচন প্রক্রিয়ালৈ পুনৰ আমন্ত্রণ জনোৱা হ’ব। একাংশই সন্দেহ কৰা অনুসৰি পঞ্চায়তৰ সভাপতি নির্বাচনতো হৰ্ছ ট্রেডিং হোৱাৰ পৰিপ্ৰেক্ষিতত এই চাৰি প্ৰতিনিধিয়ে শুক্ৰবাৰে সভাপতি নির্বাচন প্রক্রিয়াত অংশগ্রহণ নকৰিলে। ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

একাংশই মন্তব্য কৰিছে যে পঞ্চায়তৰ সভাপতি নির্বাচনতে যদি হৰ্ছ ট্রেডিং হয়, তেন্তে তেনে এজন সভাপতিয়ে ৰাইজৰ স্বাৰ্থত কি কাম কৰিব? ইপিনে, শুক্ৰবাৰে খোৱাং সমষ্টিৰ চেপন পঞ্চায়তৰ সভাপতি নির্বাচনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিহয়। খোৱাং খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত নির্বাচন আৰু শপতগ্রহণ চলি থকাৰ সময়তে এই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।

একাংশ নির্বাচিত ৱার্ড সদস্যই গোপন ভোটৰ দাবী জনায় যদিও তেওঁলোকৰ দাবীক খণ্ড উন্নয়ন বিষয়াই গ্রহণ নকৰাত ক্ষোভ প্রকাশ কৰি চাৰিগৰাকী নির্বাচিত সদস্যই সভাকক্ষ ত্যাগ কৰে। আনহাতে, এই পৰিৱেশৰ ভিডিঅ’ ফুটেজ সংগ্রহ কৰি থকা সাংবাদিকক আৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অৱশ্যে পাছত কৰ্তব্যৰত আৰক্ষীয়ে নিজৰ ভুল স্বীকাৰ কৰাত পৰিস্থিতি স্বাভাৱিক হয়।

মোৱামাৰী গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি ৷ সভাপতি নিৰ্বাচনৰ মাজতে শুক্ৰবাৰে মঙলদৈৰ মোৱামাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। দুই সভাপতি প্রার্থীৰ মাজৰ সংঘাতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিজয় ৰাজভৰ নামৰ প্রার্থীজনে এখন বিলাসী গাড়ীত কেইজনমান সদস্যক লৈ পঞ্চায়ত কার্যালয়ত প্ৰৱেশ কৰাৰ সময়ত আনগৰাকী সভাপতি প্রার্থী অংকিতা নেওগৰ একাংশ সমর্থকে কার্যালয়তে প্রতিবাদ কৰি ৰাজভৰৰ গাড়ীত অহা সদস্যকেইজনক কার্যালয়ত প্ৰৱেশৰ বাধা দিয়ে।

ইয়াক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনকি আৰক্ষীৰ উপস্থিতিতো উত্তেজনা অব্যাহত আছে। অৱশ্যে ৰাজভৰেই সভাপতি নির্বাচিত হয়। আনহাতে, তেওঁৰ বিৰুদ্ধে বহুকেইটা গোচৰ আৰক্ষী থানাত ৰুজু হৈ থকাৰ দাবী কৰি অংকিতা নেওগৰ সমর্থকসকলে ৰাজভৰক কেতিয়াও সভাপতিৰূপে মানি নলয় বুলি হুংকাৰ দিছে।

# স্থগিত জুৰীয়াৰ পাঁচখনকৈ গাঁও পঞ্চায়তৰ সভাপতি নির্বাচন প্রক্রিয়া

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ কেতবোৰ গাঁও পঞ্চায়তৰ একাংশ নির্বাচিত পঞ্চায়ত প্রতিনিধিৰ ৰহস্যজনক অনুপস্থিতিৰ বাবেই সভাপতি নির্বাচন প্রক্রিয়াত ব্যাঘাত জন্মিলে। পূর্ব-নির্ধাৰিত কাৰ্যসূচী অনুসৰি শুক্ৰবাৰে পঞ্চায়তৰ সভাপতি নির্বাচন আৰু শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া আছিল। কিন্তু এই অনুষ্ঠান এক প্রহসনত পৰিণত কৰি ১৩খনকৈ গাঁও পঞ্চায়তৰে গঠিত জুৰীয়া উন্নয়ন খণ্ডৰ পাঁচখনকৈ গাঁও পঞ্চায়তৰ নৱ নির্বাচিত একাংশ ৱার্ড সদস্য ৰহস্যজনক কাৰণত নির্দিষ্ট স্থানত উপস্থিত হৈ সভাপতি আৰু উপ-সভাপতি নির্বাচনত অংশগ্রহণ নকৰিলে। এইদবে ১০ গৰাকী ৱার্ড সদস্য গঠিত পঞ্চায়তৰ অধিকাংশ সদস্য উপস্থিত নথকাৰ বাবে সভাখন গৰিষ্ঠ সংখ্যক প্রতিনিধিৰ অনুপস্থিতিৰ বাবে পঞ্চায়ত গঠন স্থগিত ৰাখিব লগা হয়।

উল্লেখ্য যে পঞ্চায়তৰ বিভাগীয় নীতি অনুসৰি সভাপতি নিৰ্বাচনৰ সভা অনুষ্ঠিত হ’বলৈ কমেও সাতগৰাকী ৱাৰ্ড সদস্য-সদস্যাৰ উপস্থিতি অপৰিহাৰ্য। কিন্তু পৰিতাপৰ বিষয় যে শুক্ৰবাৰৰ এই গুৰুত্বপূৰ্ণ সভাত ক্রমে আলিটাঙনি-জামুগুৰি, হাতীযুজুরা গাঁও পঞ্চায়ত, মাহগুৰি গাঁও পঞ্চায়ত, তিনিচুকীয়া গাঁও পঞ্চায়ত আৰু বগৰিগুৰী গাঁও পঞ্চায়তৰ অধিকাংশ ৱার্ড সদস্য উপস্থিত নাথাকিল।

ফলস্বৰূপে, প্রয়োজনীয় সংখ্যক নির্বাচিত পঞ্চায়ত প্রতিনিধিৰ অভাৱত সভাখন পুনৰ বিবেচনাৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হয় বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে। এই ঘটনাই এতিয়া সচেতন মহলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজৰ বহুমূলীয়া ভোটত জয়ী হৈ অহা পঞ্চায়তৰ জনপ্রতিনিধিসকলে যদি এনেদৰে নিজৰ দায়িত্বক অৱহেলা কৰে, তেন্তে সাধাৰণ ৰাইজে কাৰ ওপৰত আস্থা ৰাখিব বুলি ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। তেওঁলোকৰ এই অনুপস্থিতি ৰাজনৈতিক অংকৰ বাবে নে কেৱল দায়িত্বৰ প্রতি অৱহেলা, সেই লৈও এতিয়া ৰাইজৰ মাজত গভীৰ প্ৰশ্নৰ অৱতাৰণা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gaon Panchyat
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d