Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dilapidated Barphukan Road :জৰাজীৰ্ণ হৈ পৰিছে ঐতিহাসিক বৰফুকন আলিৰ

বৰফুকন আলিৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক,পথ নহয় যেন পুখুৰীহে

publisher by publisher
June 24, 2025
in Assam, News
Reading Time: 2 mins read
0
Dilapidated Barphukan Road :জৰাজীৰ্ণ হৈ পৰিছে ঐতিহাসিক বৰফুকন আলিৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

MORAN:মৰাণৰ খোৱাঙত অনলাইন গেইমেই কাল হ’ল এজন ছাত্ৰৰ বাবে

khoang:অভিনৱ ধাৰণাৰে ব্যৱসায় কৰি দেশজুৰি চৰ্চিত তিনি বন্ধু

Dilapidated Barphukan Road :

উন্নয়নৰ ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্য উন্নয়নৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম দেশক পাঁচখন উন্নত ৰাজ্যৰ সমতুল্য কৰিবলৈ এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । কিন্তু তেনে সময়ত খুদ ৰাজ্যখনৰ এটা ঐতিহাসিক পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক ।

ADVERTISEMENT

দীৰ্ঘদিন ধৰি ঐতিহাসিক পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক । খোৱাং সমষ্টিৰ অন্তৰ্গত বৰফুকন আলিৰ বিধ্বস্ত ৰূপত অতীষ্ঠ হৈ পৰিছে ৰাইজ । গড়কাপ্তানী বিভাগৰ অধীনৰ প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ খোৱাং আজাৰগুৰি আৰু ডিমৌ সংযোগী পথটোৰ অৱস্থা ইমানেই তথৈবচ হৈ পৰিছে যে পথৰ মাজতে পুখুৰী সদৃশ দ’ দ’ গাঁ‌তৰ সৃষ্টি হৈছে । প্ৰায় ১০০ খনৰো অধিক গাঁ‌ও সংযোগী অতি ব্যস্ত পথটোত পথচাৰীয়ে ভুগিছে দুৰ্ভোগ । প্ৰতিদিনে বৃদ্ধি পাইছে দুৰ্ঘটনা।

পথটোত দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে পংগুত্বক আকোঁ‌ৱালি লৈছে বহুজনে । ইয়াৰ পাছতো কি বিধায়ক, কি গড়কাপ্তানী বিভাগ কাৰো যেন ভ্ৰূক্ষেপ নাই ঐতিহাসিক জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত। সমষ্টিটোত দুবাৰ বিধায়ক হৈয়ো খোৱাং সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বিধায়ক গৰাকীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে। আজি খোৱাং আছুৰ এটা দলে জৰাজীৰ্ণ পথটো পৰিদৰ্শন কৰি গড়কাপ্তানী বিভাগক শীঘ্ৰে ঐতিহাসিক বৰফুকন আলি মেৰামতি কৰাৰ দাবী তুলিছে ।

দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকা ঐতিহাসিক বৰফুকন আলিৰে যাতায়ত কৰি সমস্যাত পৰিব লগা হৈছে ছাত্ৰ- ছাত্ৰী। পথৰ দুৰৱস্থাৰ বাবেই ছাত্ৰ- ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ দুৰ্ঘটনাপতিত হ’ব লগা হৈছে।‌ ইয়াৰ পাছতে আজি ঐতিহাসিক বৰফুকন আলি পৰিদৰ্শন কৰি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম বৰুৱাই কয়, “খোৱাং আৰু ডিমৌ সংযোগী এই পথটোৰ ভয়াবহ পৰিস্থিতি হৈ আছে। পথটোত দ’ দ’ গাঁত হৈ পৰাত ৰাইজে দুৰ্ভোগ ভুগিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জৰাজীৰ্ণ পথ সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিছে যদিও এই পথটো মেৰামতি নকৰাত ছাত্ৰ- ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ এই পথেৰে যাতায়ত কৰি সমস্যাত পৰিছে।

সেয়ে পথটো মেৰামতি কৰিবলৈ চৰকাৰক আহ্বান জনাইছো।‌ আনহাতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে কয়, “এই পথটোৱে বহু সমস্যা সৃষ্টি কৰিছে। ছাত্ৰ- ছাত্ৰীয়ে এই পথেৰে যাতায়তৰ কৰোঁতে বিপদত পৰিব লগা হৈছে। পথটো ডাঙৰ ডাঙৰ গাঁত হৈ পৰাত এজাক বৰষুণ দিলে পানীৰে ভৰি পৰে। ফলত প্ৰতিদিনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথটোৰে যাতায়ত কৰিব নোৱাৰা অৱস্থাত সৃষ্টি হৈছে। সেয়ে আমি চৰকাৰক আহ্বান জনাইছো এই অতি গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ কৰি দিয়ে যেন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUBarphukan RoadDilapidated RoadKhoang
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d