Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত গাঁও পঞ্চায়ত সভাপতি-সচিবক প্ৰশিক্ষণ

মুকলিত শৌচমুক্ত, জাৱৰ-জোথৰ নিস্কাশনৰ ব্যৱস্থা আৰু পঞ্চাদশ আঁচনিৰ ওপৰত আলোচনা

publisher by publisher
August 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত গাঁও পঞ্চায়ত সভাপতি-সচিবক প্ৰশিক্ষণ
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

ইউনিচেফৰ আৰ্থ সাহাৰ্যত আৰু বৰপেটা জিলা পানী আৰু অনাময় সমিতি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বৰপেটা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত মুকলিত শৌচমুক্ত, জাৱৰ-জোথৰ নিস্কাশনৰ ব্যৱস্থা আৰু পঞ্চাদশ আঁচনিৰ ওপৰত গাঁও পঞ্চায়ত সভাপতি-সচিবসকলৰ মাজত এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয় । প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক অৰ্পনা অধিকাৰীয়ে।

ADVERTISEMENT

পৃথকে পৃথকে ২৪ আগষ্টলৈ চলিবলগীয়া প্ৰশিক্ষণ শিবিৰটো আজি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে। উদ্বোধনী ভাষণত চৰকাৰে গাঁও পঞ্চায়তলৈ আৱণ্টন দিয়া বিভিন্ন আঁচনিৰ ধন সঠিক ৰুপায়নত মনোযোগ দিবলৈ আহ্বান জনায় । প্ৰশিক্ষণত মুকলিত শৌচমুক্ত কৰা, স্বচ্ছ ভাৰত মিচনৰ শৌচাগাৰ নিৰ্মাণত গাওঁ পঞ্চায়তৰ পঞ্চাদশ আঁচনিৰ ধন সংলগ্ন কৰা , শৌচাগাৰ সমুহ চোৱাচিতা কৰা, শৌচাগাৰ চাফ চিকুনকৈ ৰখা, সকলো ক্ষেত্ৰতে বিশুদ্ধ পানী ব্যৱহাৰ, প্লাষ্টিকৰ বস্তু বৰ্জন, জাৱৰ-জোথৰ নিষ্কাশনৰ ব্যৱস্থা কৰা, জাৱৰ-জোথৰ একগোট কৰি তাৰ পচন সাৰ প্ৰস্তুত কৰা, পেলনীয়া বটল ব্যৱহাৰ উপযোগী কৰাকে ধৰি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষক সকলে বিস্তৃত ভাৱে বুজাই দিয়ে।

জিলা সমন্বয়ক অৰ্পনা অধিকাৰীয়ে আত ধৰা প্ৰশিক্ষণ শিবিৰত অতিথি হিচাপে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া মনোজ চিকাৰীয়া, স্বচ্ছ ভাৰতৰ মুখ্য অভিযন্তা কাৰ্যালয়ৰ ৰাজ্যিক সমন্বয়ক জ্যোতিময় দেৱগোস্বামী, কাৰিকৰী বিষয়া দ্বীপজ্যোতি কলিতা, নডেল বিষয়া উৎপল চক্ৰবৰ্তী, ডি পি আৰ চি ওমৰ খায়ুম, জিলা সমন্নয়ক প্ৰাঞ্জল ডেকা উপস্থিত থাকে । প্ৰশিক্ষণত সৰুক্ষেত্ৰী, গোৱৰ্দ্বনা আৰু গোমা উন্নয়ন খণ্ডৰ বিভিন্ন গাওঁ পঞ্চায়তৰ সভাপতি-সচিব সকলে অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barpeta
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d