Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Massive fund-raising for the ULFA (I):অধিক সুৰক্ষিত কৌশলৰে ব্যাপক হাৰত চলিছে আলফা (স্বাধীন)ৰ পুঁজি সংগ্ৰহ

সংগৃহীত ধনৰ বৃহৎ অংশ অৰুণাচলত মজুত থকাৰ সন্দেহ , ম্যানমাৰৰ আৰাকান শিবিৰৰ পৰা চলিছে অভিযান ,ৰূপম অসমৰ পৰাও তথ্য উদ্ধাৰ

publisher by publisher
July 8, 2025
in News, Assam
Reading Time: 1 min read
0
Massive fund-raising for the ULFA (I):অধিক সুৰক্ষিত কৌশলৰে ব্যাপক হাৰত চলিছে আলফা (স্বাধীন)ৰ পুঁজি সংগ্ৰহ
1
SHARES
11
VIEWS
ShareShareShareShare

Massive fund-raising for the ULFA (I):

এফালে সংগঠন সম্প্ৰসাৰণ তথা শক্তিশালীকৰণৰ তৎপৰতা আৰু আনফালে ব্যাপক হাৰত পুঁজি সংগ্ৰহ অব্যাহত ৰাখিছে আলফা (স্বাধীন)ই। শেহতীয়াকৈ পশ্চিম অসমত নতুনকৈ সংগঠনক সংগঠিত কৰিবলৈ তৎপৰতা চলাৰ তথ্য ধৃত কে’বাজনো সদস্য আৰু যোগাযোগকাৰীৰ জৰিয়তে পোহৰলৈ আহিছে। তাৰ বাবে আনকি মাৰণাস্ত্র আৰু বিস্ফোৰকো সংগ্ৰহ কৰা হৈছে।

ADVERTISEMENT

অলপতে বকোত তাৰে এটা অংশ আৰক্ষীয়ে উদ্ধাৰ কৰে। একে সময়তে পূব অসমৰ বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউত ব্যাপক হাৰত ধন দাবী আৰু ধন সংগ্রহ অভিযান চলাইছে সংগঠনটোৱে। অকল তিনিচুকীয়া জিলাৰ পৰাই চলিত বৰ্ষৰ প্ৰথম চাৰি মাহত ছয় কোটি টকা সংগ্ৰহ কৰে বুলি নিৰ্ভৰযোগ্য সূত্ৰত প্রকাশ। যোৱা মে’ত গ্ৰেপ্তাৰ হোৱা সংগঠনটোৰ অপাৰেছনেল কমাণ্ডাৰ ৰূপম অসমৰ পৰা এই তথ্য উদ্ধাৰ কৰা হৈছে।

RelatedPosts

Tinsukia:তিনিচুকীয়া কাকপথাৰ সেনা শিবিৰৰ সন্মুখত উদ্ধাৰ এটা RPG চেল

Hindu Suraksha Sena:অসম বিষয়ত কোনোধৰণৰ মাত নামাতিবলৈ আলফাক সঁকিয়নি হিন্দু সুৰক্ষা সেনা, অসমৰ

Jatiya Dal Leader Arrested: ছ’চিয়েল মেডিয়াত আলফা( স্বাধীন) ৰ পোষ্ট দি আটক জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া

ইয়াৰ আঁত ধৰি চলোৱা অভিযানত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, সংগঠনটোৰ পুঁজি সংগ্রহ অভিযানত জড়িত অনুপ দহোটীয়া ওৰফে মৃগাংক বর্মনে তিনিচুকীয়া জিলাৰ বহু লোকলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰিছিল। তাৰে একাংশৰ পৰা ধন আদায় কৰিবলৈয়ো সক্ষম হৈছে। জিলাখনৰ ব্যৱসায়ী, উদ্যোগপতি, চিকিৎসক আদিক এনে পত্র দিয়া বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে। অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তৰ কয়লা আৰু কাঠৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ তথ্য উদ্ধাৰ হৈছে। এই ধন নগদ হিচাপত অথবা ক্রিপ্ট’ কাৰেন্সীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে।

ধন দাবী কৰা সকলকো এই দুটা ব্যৱস্থাৰে আদায় দিবলৈ কোৱা হৈছে। প্রসংগক্রমে উল্লেখ্য যে বিগত বৰ্ষৰ অক্টোবৰত ডিব্ৰুগড়ৰ কে’বাজনো ব্যৱসায়ীৰ পৰা ক্রিপ্ট’ কাৰেন্সীৰ মাধ্যমৰে ধন আদায় লোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰক্ষীয়ে এই কথাও নিশ্চিত কৰিছে যে বহিঃৰাজ্যৰ পৰা আহি অসমত ব্যৱসায়-উদ্যোগ চলোৱাসকলক ভাবুকি প্ৰদান কৰিও পুঁজি সংগ্ৰহ কৰা হৈছে। আলফা (স্বাঃ) বুলিয়ে নহয়, ৰাজ্যখনৰ জাতীয় সংগঠনক আর্থিক আৰু অন্যান্য ধৰণে সহায়-সহযোগিতা কৰিবই লাগিব বুলি সেইসকলক ভাবুকিও প্রদান কৰিছে। তেনে ভাবুকিত ভীতিগ্রস্ত হোৱা একাংশই সংগঠনটোক ধন আদায় দিছে।

আৰক্ষীৰ তথ্য অনুসৰি, আলফা (স্বাঃ)ৰ ম্যানমাৰত তিনিটা শিবিৰ আছে। তাৰে আৰাকান শিবিৰ তথা ‘কেম্প-৭৭৯’ৰ পৰাই ধন সংগ্ৰহৰ কাম চলিছে। এই শিবিৰটোৰ নেতৃত্বত আছে অৰুণোদয় অসম। ধৃত ৰূপম অসম এই শিবিৰটোৰ লগতে জড়িত আছিল। ম্যানমাৰৰ গভীৰ অৰণ্যত সংগঠনটোৰ মুখ্য ভ্রাম্যমাণ শিবিৰটো অৱস্থিত। এই শিবিৰটোৰ নেতৃত্বত আছে মাইকেল অসম ডেকা ফুকন। আনটো শিবিৰৰ নাম ‘ইষ্টার্ণ কেম্প’। এই শিবিৰটোৰ নেতৃত্বত আছে নয়ন অসম। অৱশ্যে চোৰাংচোৱাৰ তথ্য অনুসৰি, ইষ্টার্ণ শিবিৰটো সম্প্ৰতি সক্ৰিয় হৈ থকা নাই। আৰাকান শিবিৰে সংগ্ৰহ কৰা পুঁজিৰ মূল অংশটো যায় মাইকেল অসম ডেকা ফুকনৰ শিবিৰলৈ। কাৰণ এই শিবিৰটোতে প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি অন্যান্য কাম-কাজ চলে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ সূত্ৰই সদৰী কৰে যে অৰুণাচলৰ ভূমিত আলফা (স্বাঃ)ৰ বৃহৎ পৰিমাণৰ ধন মজুত আছে। সেই ধন ম্যানমাৰলৈ লৈ যোৱাৰ কৌশল সংগঠনটোৱে সলনি কৰিছে। সংগ্ৰহ কৰা ধন জব্দ নহ’বলৈকে তেনে কৌশলৰ আশ্রয় লোৱা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। কৌশলৰ বিষয়ে সদৰী কৰি সূত্ৰটোৱে কয় যে ধন দাবী কৰা, ধন সংগ্ৰহ কৰা, সংগৃহীত ধন জমা লোৱা, সেই ধন জমা ৰখা, তাৰ পাছত ম্যানমাৰলৈ প্ৰেৰণ কৰাটো এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে চলে। এই গোটেই ব্যৱস্থাটোত অত্যন্ত গোপনীয়তা অৱলম্বন কৰা হয়।

উদাহৰণ স্বৰূপে ধন সংগ্ৰহ কৰি কাক জমা দিয়া হয় সেইটো সংগ্ৰহকাৰীয়ে নাজানে। যিয়ে সেই ধন সংগ্ৰহ কৰে, সেইজনে আকৌ জমা কৰা স্থানৰ ঠিকনা নাজানে। আগতে এই ব্যৱস্থা নাছিল। সংগৃহীত পুঁজি সুৰক্ষিত কৰিবলৈ অত্যন্ত গোপনীয়তা শেহতীয়াকৈ সংগঠনটোৱে গ্ৰহণ কৰিছে। ইয়াৰ ফলতে ধন সংগ্ৰহ প্ৰক্ৰিয়াটোৰ লগত জড়িত মানুহ ধৰা পৰিছে যদিও সেই ধন লুকুৱাই থোৱা স্থানৰ পৰা উদ্ধাৰ কৰাত ব্যর্থ হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী-চোৰাংচাৱাৰ দল।

শেহতীয়াকৈ বকোত তিনিজন লোকৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ সক্ৰিয় গুলিসহ ৰিভলভাৰ আৰু পিষ্টল সংগৃহীত পুঁজিৰ দ্বাৰাই ক্রয় কৰে। সেই পুঁজি ক’ৰ পৰা কিদৰে সংগ্ৰহ কৰা হৈছিল, তাৰ অনুসন্ধান অব্যাহত আছে। আৰক্ষীয়ে কৰা প্ৰাথমিক অনুসন্ধানত পশ্চিম অসমতো সংগঠনটোৱে নির্দিষ্ট কেইটামান উৎসৰ পৰা ধন আদায় কৰিবলৈ সক্ষম হৈছে। অৱশ্যে সেই ধনৰেই যে উদ্ধাৰ কৰা মাৰণাস্ত্ৰ আৰু বিস্ফোৰক ক্ৰয় কৰিবলৈ সক্ষম হৈছিল তেনে নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Massive fund-raisingULFA-I
publisher

publisher

Related Posts

দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 
India

দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

March 12, 2026
ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!
News

ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

March 12, 2026
Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব
News

Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

March 12, 2026
Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
Crime

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

March 12, 2026
Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ
News

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

March 12, 2026
দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ
News

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

March 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d