Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Paresh Baruah Reactions:আলফা স্বাধীনৰ শিবিৰত তিনিবাৰকৈ চলিল আক্রমণ:ক’লে পৰেশ বৰুৱাই নিহতৰ পৰিয়ালবর্গলৈ সমবেদনা

publisher by publisher
July 14, 2025
in News, Assam
Reading Time: 2 mins read
0
Paresh Baruah Reactions:আলফা স্বাধীনৰ শিবিৰত তিনিবাৰকৈ চলিল আক্রমণ:ক’লে পৰেশ বৰুৱাই নিহতৰ পৰিয়ালবর্গলৈ সমবেদনা
3
SHARES
26
VIEWS
ShareShareShareShare

Paresh Baruah Reactions:

আলফা (স্বাধীন)ৰ শিবিৰত সংঘটিত ড্র’ন-ক্ষেপণাস্ত্র আক্রমণত তিনি শীর্ষ নেতা ক্রমে নয়ন অসম, গণেশ অসম আৰু প্ৰদীপ অসম নিহত হোৱাৰ কথা সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱায়ো নিশ্চিতি দিছে। নিহত তিনিওজনৰ পৰিয়ালবৰ্গলৈ আলফা (স্বাঃ)ৰ মুৰব্বীজনে সমবেদনা জনাইছে।

ADVERTISEMENT

আনহাতে, নিহতকেইজনৰ পৰিয়াল তথা আত্মীয়-স্বজনে নশ্বৰদেহ ঘূৰাই বিচাৰি জনোৱা অনুৰোধ ৰক্ষা কৰাটো কঠিন হৈছে বুলি বৰুৱাই আজি সংবাদ মাধ্যমক জনায়। তেওঁ কয়, দখলদাৰী বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে। এনে পৰিস্থিতিত শৱদেহ ঘূৰাই দিয়াটো টান হৈছে। পৰিয়ালক শৱদেহ ঘূৰাই দিয়াৰ আমাৰ নৈতিক দায়িত্ব আছিল যদিও পৰিস্থিতি অনুকূল নহয়।’

RelatedPosts

AASU:আলফাৰ (স্বা) শিবিৰত আক্ৰমণ,ছাত্র সন্থা উদ্বিগ্ন; শান্তি আলোচনাৰ পোষকতা

Paresh Baruah:সাতদিনৰ ভিতৰত আক্ৰমণৰ প্ৰমাণ দিব পৰেশ বৰুৱাই !

Arabindra Rajkhowa:ম্যানমাৰস্থ আলফা স্বাধীনৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ সন্দৰ্ভত আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ প্ৰতিক্ৰিয়া

আনহাতে, ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্রণালয়ে এই আক্ৰমণৰ তথ্য নাই বুলি কৰা মন্তব্যক লৈ আলফা (স্বাঃ)ৰ মুৰব্বীজনে বিৰূপ প্রতিক্রিয়া প্রকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্রণালয় আৰু ভাৰতীয় সেনাৰ এই ভাষ্যক হাস্যকৰ কথা বুলিও তেওঁ আখ্যা দিয়ে। বৰুৱাই কয়, ‘অসমৰ জনগণে নেদেখিলেও ড্ৰ’নবোৰ ক’ৰ পৰা আহিছিল, নগালেণ্ডৰ মন জিলাৰ, অৰুণাচল প্ৰদেশৰ লংডিং আদিৰ ৰাইজে দেখিলে। ভাৰতৰ ফালৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা ড্র’নবোৰ আহিছিল। এয়া দিনৰ পোহৰৰ দৰে সত্য ঘটনা।’

বৰুৱাই জনোৱা মতে, দেওবাৰে পুৱতি নিশাৰ পৰা ম্যানমাৰ সীমান্তৰ আলফা (স্বাঃ)ৰ শিবিৰত তিনিবাৰ ড্ৰ’ন-ক্ষেপণাস্ত্র আক্রমণ সংঘটিত হয়। ইয়াৰে প্ৰথমটো আক্রমণ পুৱতি নিশাৰ দুই বজাত আৰম্ভ হয়। এই আক্রমণ পুৱতি নিশা চাৰি বজালৈ অব্যাহত থাকে বুলি সদৰী কৰি তেওঁ কয় যে আক্রমণত প্রথম ঘটনাত আলফা (স্বাঃ)ৰ শিৰিৰ বিশেষ ক্ষয়-ক্ষতি হোৱা নাছিল। পাছৰ ঘটনাটোত ক্ষয়-ক্ষতি হয়।

আনহাতে, দ্বিতীয়টো আক্রমণ পুৱা ১০ বজাত সংঘটিত হয়। তাৰ পাছত তৃতীয়টো আক্রমণ সংঘটিত হয়। তৃতীয়টো আক্রমণত প্রদীপ অসম আৰু গণেশ অসমৰ মৃত্যু হয় বুলি তেওঁ জনায়।

আনহাতে,প্রথমটো আক্রমণতে নয়ন অসমৰ মৃত্যু হয় বুলি বৰুৱাই জানিবলৈ দিয়ে। এই সম্পর্কত তেওঁ কয়, ‘নয়ন অসমে ধাৰাসাৰ বোমাবর্ষণৰ মাজতো সুৰক্ষিতভাৱে শিবিৰত থকা সকলোকে পঠিয়াই দিয়ে। তেওঁ শিবিৰত থকা দুজন অসুস্থতাক পৰিচৰ্যা কৰি থকা অৱস্থাত প্রাণ হেৰুৱায়।’ বৰুৱাই প্ৰকাশ কৰা অনুসৰি দ্বিতীয়টো আক্রমণত প্রদীপ অসম আহত হৈছিল। তৃতীয়টো আক্ৰমণত তেওঁৰ লগতে গণেশ অসমৰ মৃত্যু হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Paresh Baruah ReactionULFA I CAMP ATTACK
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d