Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gujarat:চৰকাৰী যানবাহনক আবদ্ধ কৰি ততাতৈয়াকৈ নির্মাণ কৰিলে পকী দেৱাল

গম্ভিৰা দলঙৰ দুর্ঘটনাস্থলীৰ কাষত প্ৰশাসনৰ পৰিকল্পনাহীন নির্মাণ কার্য

publisher by publisher
July 15, 2025
in India, News
Reading Time: 2 mins read
0
Gujarat:চৰকাৰী যানবাহনক আবদ্ধ কৰি ততাতৈয়াকৈ নির্মাণ কৰিলে পকী দেৱাল
1
SHARES
6
VIEWS
ShareShareShareShare

Gujarat:

চৰকাৰী কিছুসংখ্যক যানবাহনক আবদ্ধ কৰিয়েই গুজৰাটৰ বডোডৰা জিলা প্রশাসনে ততাতৈয়াকৈ নির্মাণ কৰিলে এখন প্রকাণ্ড পকী দেৱাল। উল্লেখ্য যে অলপতে বডোডৰা জিলাৰ মহীসাগৰ নৈৰ ওপৰত থকা এখন দলঙৰ একাংশ খহি কমেও ২০ জন লোকৰ প্রাণহানি ঘটে। দলংখন খহি পৰাত ব্যস্ত দলংখনৰে যাত্রা কৰি থকা একাংশ যানবাহন নৈত বাগৰি পৰি এই শোকাৱহ দুর্ঘটনা সংঘটিত হয়।

ADVERTISEMENT

আন যানবাহন যাতে অজ্ঞাতবশতঃ দলংখনৰে যাত্রা নকৰে তাৰ বাবে জিলা প্রশাসনে দলংখনৰ দুয়ো মূৰত পকী দেৱাল নিৰ্মাণৰ সিদ্ধান্ত লয় তেতিয়ালৈ সকলো ঠিকে আছিল যদিও এটা মুৰত দেৱাল নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগে লগে নিমিলা অংকৰ সৃষ্টি হয়। কাৰণ ততাতৈয়াকৈ দেবাল নিৰ্মাণ কৰিবলৈ লৈ প্রশাসনে এটা ডাঙৰ ভুল কৰে। এই দেৱাল খৰধৰকৈ নিৰ্মাণ কৰাত প্রশাসনৰে একাংশ যানবাহন দলংখনৰ সেইটো মুৰত আবদ্ধ হৈ পৰে।

RelatedPosts

উত্তৰ প্ৰদেশৰ পাছত এইবাৰ ৰাজস্থান চৰকাৰে বাধ্যতামূলক কৰিলে বিদ্যালয়ত বাতৰি কাকত পঢ়া

৩০ ঘন্টাত ২৪টা ভূমিকম্পৰ ফলত সক্ৰিয় হৈ উঠিল তিনিটা ফল্ট লাইন!

গুজৰাটত নিষিদ্ধ ‘ৰোলিং পেপাৰ’ !

এই যানবাহনসমূহ দুর্ঘটনাগ্রস্ত লোকসকলৰ উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা যানবাহন আছিল। উদ্ধাৰ কাৰ্য চলি থকাৰ সময়তে ৰাজ্যিক পথ আৰু অট্টালিকা বিভাগৰ নিৰ্দেশত দলংখনৰ মূৰত পকী দেৱাল নিৰ্মাণ কৰা হয়। দেৱাল নির্মাণ সম্পূৰ্ণ হোৱাৰ পাছতহে সংশ্লিষ্টসকলে লক্ষ্য কৰে যে এই দেৱাল নিৰ্মাণৰ ফলত দলংখনৰ মূৰত উদ্ধাৰ কার্যত ব্যবহৃত যানবাহনসমূহ আবদ্ধ হৈ পৰে। এই কথা প্ৰচাৰ হোৱাত স্থানীয় লোকসকল ক্ষুব্ধ হৈ উঠে। এনেদৰে পৰিকল্পনাহীন কাম কৰি প্ৰশাসনৰ একাংশই ৰাজহুৱা ধন অপচয় কৰি অহা বুলি স্থানীয় একাংশ লোকে ক্ষোভ প্রকাশ কৰিছে।

উপযুক্ত পৰিকল্পনাৰ অভাৱত চৰকাৰী যানবাহন আবদ্ধ হ’বলগীয়া হ’ল বুলি স্থানীয় লোকে মন্তব্য কৰিছে। প্ৰশাসনৰ কাম-কাজৰ ই এটা নমুনা বুলি মন্তব্য কৰি স্থানীয় এজন লোকে কয়, ‘আমাৰ প্রশাসনে কেনেদৰে কাৰ্য সম্পাদন কৰে ই হৈছে তাৰ এটা উদাহৰণ। এটা ডাঙৰ কৰণ ঘটনাৰ পাছতো প্রশাসনে অবিবেচকতাৰ পৰিচয় দিলে।’ লক্ষ্যণীয়ভাবে আবদ্ধ হৈ পৰা যানবাহনসমূহ মোকলাই নিয়াৰ বাবে নৱনির্মিত দেৱাল ভঙাৰ বাহিৰে প্ৰশাসনৰ ওচৰত আন একো উপায় নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AdministrationConcrete WallDitsGujaratVadodara Bridge Accident
publisher

publisher

Related Posts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d