Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ইৰানৰ পাছত এইবাৰ ছিৰিয়াত বিধ্বংসী আক্ৰমণ ইজৰাইলৰ 

ৰাষ্ট্ৰপতি ভৱনৰ কাষৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ত বোমাবৰ্ষণ

publisher by publisher
July 17, 2025
in News, International
Reading Time: 1 min read
0
ইৰানৰ পাছত এইবাৰ ছিৰিয়াত বিধ্বংসী আক্ৰমণ ইজৰাইলৰ 
1
SHARES
6
VIEWS
ShareShareShareShare

Israel attacks Syria:✒️অধিক অস্থিৰতাৰ দিশে অগ্ৰসৰ হৈছে মধ্য প্রাচ্য। ইৰানৰে যুদ্ধ অন্ত পৰাৰ পাছত কিছুদিন একপ্রকাৰ নিষ্ক্রিয় হৈ থকা ইজৰাইলে এইবাৰ ছিৰিয়া আক্ৰমণ কৰিলে।

ADVERTISEMENT

বুধবাৰে ইজৰাইলী সামৰিক বাহিনীয়ে ছিৰিয়াৰ ৰাজধানী ডামাস্কাছস্থিত প্ৰতিৰক্ষা মন্ত্রণালয়ত ধাৰাসাৰে বোমাবর্ষণ কৰে। ইজৰাইলী সামৰিক বাহিনীয়ে বিমানৰে কৰা এই বোমাবর্ষণত কমেও তিনিজন লোকৰ প্ৰাণহানি ঘটাৰ লগতে ৩৪ জনৰো অধিক আহত হয়।

RelatedPosts

ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

ইজৰাইলী বাহিনীৰ ধাৰাসাৰ বোমাবৰ্ষণৰ ফলত প্রায় সমগ্র ডামাস্কাছ চহৰ কঁপি উঠে। ইজৰাইলী বাহিনীয়ে ডামাস্কাছস্থিত ছিৰিয়াৰ এটা টিভি চেনেলৰ ওচৰতো বোমাবর্ষণ কৰে। এই বোমাবর্ষণৰ ফলত ভয়ানক জুই আৰু ধোঁৱাৰ কুণ্ডলী দেখা গ’ল।

স্বাভাৱিকতে চৌদিশে সৃষ্টি হয় তীব্র আতংকৰ। লক্ষ্যণীয় যে ছিৰিয়াৰ আন্তর্জাতিক এঘৰীয়াকৰণ ব্যৱস্থা প্রত্যাহাৰৰ প্রক্রিয়া মার্কিন প্রশাসনে অব্যাহত ৰখাৰ সময়তে ইজৰাইলী বাহিনীয়ে এই আক্রমণ সংঘটিত কৰে।

ছিৰিয়াৰ স্বাস্থ্য মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, ইজৰাইলী বাহিনীয়ে এই আক্রমণত শক্তিশালী বোমা ব্যৱহাৰ কৰে। বিমানৰে কৰা এই বোমাবর্ষণত দেশখনৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অট্টালিকাৰ বৃহৎ ক্ষতিসাধন হয়।

অৱশ্যে ছিৰিয়া চৰকাৰে এই বোমা আক্ৰমণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ তথ্য প্রকাশ কৰা নাই। আনহাতে, এই আক্ৰমণৰ ভিডিঅ’ ফুটেজ শ্বেয়াৰ কৰি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰায়েল কাজে সামাজিক মাধ্যমত কয়, ‘পীড়াদায়ক আঘাত আৰম্ভ হ’ল।’

একেদৰে ইজৰাইলী প্ৰতিৰক্ষা বাহিনী (আইডিএফ) ৰ এক সংবাদমেলত ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ প্রাসাদৰ কাষত অৱস্থিত প্ৰতিৰক্ষা মন্ত্রণালয় আৰু এক অঞ্চলক লক্ষ্য কৰি এই বোমাবর্ষণ কৰা হয়।

উল্লেখ্য যে ছিৰিয়াৰ পূৰ্বৰ শাসক বাছাৰ অল-আছাদৰ পতনৰ পাছৰ পৰা দেশখনক আক্ৰমণ কৰি আহিছে ইজৰাইলে। কাৰণ আছাদক ইজৰাইলে সমৰ্থন কৰিছিল। আছাদৰ পতনৰ পাছত ক্ষমতা দখল কৰা বাহিনীৰ স’তে আছাদৰ সমৰ্থক ড্ৰজ জনগোষ্ঠীৰ বিদ্ৰোহী সংগঠন যুদ্ধত লিপ্ত হৈ আহিছে।

ডুজ জনগোষ্ঠী হৈছে আৰবৰ এটা সংখ্যালঘু জনগোষ্ঠী। এই বিদ্রোহীসকলক সুৰক্ষা দিয়াৰ উদ্দেশ্যে ইজৰাইলী বাহিনীয়ে এই আক্রমণ সংঘটিত কৰা বুলি দাবী কৰিছে। উল্লেখ্য যে ছিৰিয়াৰ বৰ্তমানৰ শাসকক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে চৰমপন্থী ইছলামিক শাসক আখ্যা দি আহিছে।

দেশখনৰ এই শাসকবর্গ ইজৰাইলৰ প্ৰতি ভাবুকি বুলিও ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে বিবেচনা কৰি আহিছে। ইপিনে, ছিৰিয়াৰ বৰ্তমানৰ শাসকৰ স’তে তুৰস্কৰ সুসম্পর্ক থকাত মধ্যপ্রাচ্যৰ পৰিস্থিতি অধিক অগ্নিগর্ভ হোৱাৰ আশংকা প্রকট হৈছে।

তুৰস্কৰ স’তে ইৰানৰো সুসম্পর্ক আছে। গতিকে ইজৰাইলৰ বিৰুদ্ধে তুৰস্কয়ো কঠোৰ স্থিতি লোৱাৰ আশংকা আছে। আনহাতে, ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্রণালয়ত বোমাবর্ষণ কৰাৰ সময়ৰে পৰা ডামাস্কাছ চহৰৰ পৰিৱেশ ভয়ংকৰ হৈ উঠিছে।

এই সম্পর্কত এজন স্থানীয় লোকে কয়, ‘চহৰখনৰ অৱস্থা ভয়ংকৰ। কালি পুৱাৰ পৰা বিদ্যুৎ যোগান নাই। ম’বাইল ফোন সেৱাও অতি দুর্বল। ইণ্টাৰনেটে কাম প্রায় নকৰেই। লেণ্ডলাইন সেৱাসমূহ সম্পূৰ্ণৰূপে দুৰ্বল হৈ আছে। কালিৰ পৰা পানী যোগানো নাই। অৱশ্যে আজি পুৱা কিছু পানী যোগান ধৰে কৰ্তৃপক্ষই।’

আনহাতে, আজি ইজৰাইলী বাহিনীয়ে ছিৰিয়াত কৰা বোমাবর্ষণক লৈ উদ্বেগ প্রকাশ কৰিছে মার্কন প্রশাসনে। এই সম্পর্কত মার্কিন বৈদেশিক সচিব মার্কো ৰুবিঅ’ই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি দুয়োপক্ষৰ স’তে আলোচনা অব্যাহত ৰাখিছো। আমি অচিৰে এই সমস্যাৰ অন্ত পেলাব পাৰিম বুলি আশা প্রকাশ কৰিছো। কিন্তু পৰিস্থিতিক লৈ আমি অতি উদ্বিগ্ন।’

আনহাতে, ইজৰাইলী বাহিনীৰ বোমা আক্ৰমণৰ পাছতো ড্ৰজ বিদ্রোহীৰ স’তে ছিৰিয়াৰ চৰকাৰী বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে। সূত্ৰৰ মতে, এই সংঘৰ্ষতো বহু লোক হতাহত হৈছে।

অনুষ্ঠান পৰিবেশন কৰি থকা অৱস্থাতে বিস্ফোৰণৰ খবৰ সংগ্ৰহ কৰিবলৈ দৌৰ দিলে মহিলা টিভি এংকৰে ডামাস্কাছত ইজৰাইলী বাহিনীয়ে কৰা বোমাবর্ষণৰ ফলত এটা টেলিভিছন চেনেলৰ অট্টালিকাৰ পিছফালেও এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত টিভি চেনেলটোৰ এগৰাকী মহিলা এংকৰে অনুষ্ঠান পৰিৱেশন কৰি আছিল। বিস্ফোৰণৰ শব্দ শুনি তেওঁ অনুষ্ঠান আধাতে এৰি বিস্ফোৰণৰ খবৰ সংগ্ৰহ কৰিবলৈ দৌৰ দিয়ে। অট্টালিকাটোৰ পাছফালৰ পৰা জুই আৰু ধোঁৱা ওলোৱা দেখিবলৈ পোৱা গ’ল। ধোঁৱাৰ কুণ্ডলীয়ে চৌদিশ আগুৰি ধৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IsraelIsrael attacks SyriaSyria
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d