Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

গাজিয়াবাদত ভুৱা দূতাবাস স্থাপন কৰি জাল পেলালে 

বিদেশত চাকৰি দিয়াৰ প্রলোভনৰে অনেক লুণ্ঠন: অৱশেষত গ্ৰেপ্তাৰ কুখ্যাত চন্দ্ৰস্বামীৰ ঘনিষ্ঠ অর্শবর্ধন জৈন

publisher by publisher
July 25, 2025
in India, News
Reading Time: 1 min read
0
গাজিয়াবাদত ভুৱা দূতাবাস স্থাপন কৰি জাল পেলালে 
1
SHARES
8
VIEWS
ShareShareShareShare

Ghaziabad:✒️এটা বিলাসী কাৰুকার্যখচিত দুমহলীয়া অট্টালিকা। অট্টালিকাটোৰ বাহিৰত কূটনৈতিক নম্বৰ প্লেটযুক্ত চাৰিখন বিলাসী গাড়ী পার্কিং কৰি থোৱা থাকে। অট্টালিকাটোত এখন অস্বীকৃত ৰাষ্ট্ৰৰ দূতাবাসৰ ‘নেম প্লেট’ আঁৰি থোৱা হৈছে। এই অস্বীকৃত ৰাষ্ট্ৰখন হ’ল এন্টার্কটিকাত অৱস্থিত বেষ্টার্কটিকা।

ADVERTISEMENT

ইয়ালৈ চৌখিন সাজ-পাৰ পৰিধান কৰা একাংশৰ সঘন আহ-যাহ ঘটে। বহুতে এই বিলাসী অট্টালিকাত সঁচাকৈয়ে দূতাবাসৰ কাম-কাজ চলে বুলি ধাৰণা কৰে। কিন্তু এই দূতাবাস প্রকৃততে এটা ভুৱা দূতাবাসহে। এই কথা শেহতীয়াভাৱে পোহৰলৈ আহে। দৰাচলতে এই দূতাবাস প্ৰৱঞ্চকে প্রতিষ্ঠা কৰা ভুৱা দূতাবাসে আছিল।

RelatedPosts

সাৱধান, এলপিজি বুকিঙৰ ভুৱা মেছেজ লাভ কৰিলে হ’ব পাৰে ভয়াৱহ ক্ষতি

Assam Seed Corporation scam: বিয়াগোম কেলেংকাৰী সংঘটিত অসম বীজ নিগমত !

Bank Officer Arrested: মহানগৰীত চিআইডিৰ জালত বেংক কৰ্মচাৰী

অলপতে উত্তৰ প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’র্চে এই দূতাবাসত অভিযান চলায়। আৰক্ষী সূত্রই প্ৰকাশ কৰা অনুসৰি এই ভুৱা দূতাবাস প্ৰতিষ্ঠা কৰি অৰ্শবর্ধন জৈন নামৰ এজন প্ৰৱঞ্চকে বিদেশত চাকৰি দিয়াৰ প্রলোভনৰে অনেকৰ পৰা ধন সংগ্ৰহ কৰি আত্মসাৎ কৰে।

কেৱল সেয়াই নহয়, এই ভুৱা দূতাবাসৰ পৰা তেওঁ অনেক আপত্তিজনক কার্য চলোৱাৰো অভিযোগ উত্থাপন হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ভুৱা দূতাবাসটোত চলোৱা অভিযানৰ সময়ত ভুৱা কূটনৈতিক নম্বৰ প্লেটযুক্ত বহুসংখ্যক গাড়ী, ১২ খন অস্বীকৃত ৰাষ্ট্ৰৰ ভুৱা

কূটনৈতিক পাৰপত্ৰ, দেশৰ বৈদেশিক মন্ত্রণালয়ৰ ভুৱা মোহৰযুক্ত নথিপত্ৰ, ৩৪ খন দেশৰ মোহৰৰ লগতে নগদ ৪৪ লাখ টকা, বিদেশী মুদ্রা, এখন বিলাসী গাড়ী আদি জব্দ কৰা হয়। এই প্ৰৱঞ্চকজনে অট্টালিকাটো ভাড়াত লৈ এই ভুৱা দূতাবাস প্রতিষ্ঠা কৰি লুণ্ঠন চলোৱাৰ তথ্য আৰক্ষীৰ তদন্তত উদ্ধাৰ হৈছে।

এই ভুৱা দূতাবাসৰ চৌহদত ভাৰত আৰু বেষ্টার্কটিকাৰ পতাকা উদ্ধাৰ হয়। উল্লেখ্য যে পৃথিবীত বহু মাইক্র’নেচন আছে। এই সমূহক বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহে স্বীকৃতি প্রদান কৰা নাই।

বেষ্টার্কটিকাও এখন মাইক্র’নেচন। গাজিয়াবাদৰ দামী স্থানত দেশখনৰ নাম লৈ প্ৰৱঞ্চকজনে স্থাপন কৰা এই ভুৱা দূতাবাসৰ পৰা এখন অ’ডি আৰু এখন মার্চিডিজ গাড়ীও আৰক্ষীয়ে জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ভুৱা দূতাবাসৰ ভিতৰত প্ৰৱঞ্চক জৈনে বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসকলৰ বহু গ্রুপ ফটো বিকৃত কৰি তেনে ফটোত তেওঁৰ ফটো সংলগ্ন কৰে।

বিভিন্নজনক আভুৱা ভাঁৰি লুণ্ঠন চলোৱাৰ উদ্দেশ্যে তেওঁ এই অপৰাধ সংঘটিত কৰে। তদন্তকাৰীৰ মতে, এনে ভুৱা ফটো তেওঁ বিভিন্নজনক দেখুৱায় আৰু বিদেশত চাকৰি যোগাৰ কৰি দিয়াৰ প্রলোভন দিয়ে। ইয়াৰ বিনিময়ত তেওঁ ধন বিচাৰে। বিদেশত চাকৰি কৰাৰ সপোন দেখি তেওঁৰ হাতত ধন তুলি দিয়া বহুলোক প্ৰৱঞ্চিত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ভুৱা দূতাবাস ২০১৭ৰ পৰা চলি আছিল।

লোকচক্ষুক আভুৱা ভাঁৰিবলৈ প্ৰৱঞ্চকজনে বিভিন্ন দাতব্যমূলক অনুষ্ঠানৰো আয়োজন কৰিছিল। তেওঁ এনে এক অনুষ্ঠান আছিল জৈন ধর্মাবলম্বীসকলৰ ভাণ্ডাৰা ভোজ-ভাতৰ অনুষ্ঠান। তেওঁ এই অনুষ্ঠানসমূহ দূতাবাসৰ চৌহদত আয়োজন কৰে।

ৰাজীৱ গান্ধী হত্যাৰ অভিযুক্ত স্বয়ম্ভ ঈশ্বৰ পুৰুষ চন্দ্ৰস্বামীৰ স’তে ঘনিষ্ঠতা ভুৱা দূতাবাস পাতি বহুতক প্ৰৱঞ্চনা কৰা অৰ্শবর্ধন জৈন পূৰ্বৰে পৰা বিভিন্ন তদন্তকাৰী সংস্থাৰ দৃষ্টিত আছে। এটা ছেটেলাইট ফোন ৰখাৰ অভিযোগত ২০১১ত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।

তদন্তত উদ্ধাৰ হয় যে প্রাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাৰ অন্যতম অভিযুক্ত স্বয়ম্ভূ ঈশ্বৰ পুৰুষ চন্দ্ৰস্বামীৰ স’তে ঘনিষ্ঠ আছিল জৈন। উল্লেখ্য যে প্রাক্তন প্রধানমন্ত্রী গান্ধী হত্যাৰ ষড়যন্ত্ৰৰ বাবে স্বয়ম্ভূ ঈশ্বৰ পুৰুষ চন্দ্ৰস্বামীয়ে পুঁজি যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল।

তিনি প্রাক্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাও আৰু ভি পি সিঙৰ আধ্যাত্মিক গুৰুৰূপে পৰিচিত চন্দ্ৰস্বামী ৮০ আৰু ৯০ দশকত প্ৰচুৰ প্ৰভাৱশালী হৈ উঠিছিল। তেওঁৰ স’তে ছৌডি আৰবৰ কুখ্যাত অস্ত্র ব্যৱসায়ী আদনান খাশ’গ্লিৰো লেনদেন আছিল।

স্বয়ম্ভূ ঈশ্বৰ পুৰুষজনৰ আশ্রমত তালাচী অভিযানত এই তথ্য উদ্ধাৰ হয়। বৃহৎ বিত্তীয় অনিয়মৰ স’তেও চন্দ্রস্বামী জড়িত আছিল। ১৯৯৬ত তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হয়। এই কুখ্যাত স্বয়ম্ভূ ঈশ্বৰ পুৰুষৰ স’তে প্রবঞ্চক জৈনৰ ঘনিষ্ঠতা থকাৰ তথ্য তদন্তত উদ্ধাৰ হৈছে।

তদুপৰি তেওঁৰ খাশ’গ্লিৰ স’তেও সম্পৰ্ক থকাৰ তথ্য তদন্তকাৰীয়ে পোহৰলৈ আনিছে। নিজকে বেষ্টার্কটিকাৰ কনছুল জেনেৰেল সজালে প্রৱঞ্চকে গাজিয়াবাদৰ উক্ত ভুৱা দূতাবাসত নিজকে বেষ্টার্কটিকাৰ কূটনৈতিক প্রতিনিধি অর্থাৎ কনছুল জেনেৰেল সজাই প্ৰৱঞ্চকজনে নেমপ্লেট আঁৰি থৈছিল।

উল্লেখ্য যে এজন মার্কিন নৌসেনা বিষয়াই প্রতিষ্ঠা কৰা বেষ্টার্কটিকাক পৃথিৱীৰ কোনো সার্বভৌম দেশে স্বীকৃতি প্রদান কৰা নাই। লক্ষ্যণীয় যে উত্তৰ প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’র্চে ভুৱা দূতাবাসটো উৎখাত কৰাৰ মাথোঁ কিছুদিন পূর্বে বেষ্টার্কটিকাৰ ইনস্টাগ্রাম একাউণ্টত নতুন দিল্লীৰ কনছুলেট জেনেৰেলৰ ফটো শ্বেয়াৰ কৰা হয়।

এই কনছুলেট জেনেৰেল বেৰ’ন এইছ ভি জৈনে পৰিচালনা কৰে বুলিও উল্লেখ থাকে। সামাজিক মাধ্যমত প্ৰৱঞ্চকজনে দাবী কৰা অনুসৰি বছৰত তেওঁ স্থানীয় লোকৰ মাজত পাঁচবাৰ খাদ্য বিতৰণ কৰে। এনেদৰে তেওঁ সহস্রাধিক দৰিদ্ৰ লোকক আহাৰ খুৱায় বুলিও দাবী কৰে।

অৱশ্যে তেওঁৰ এই জনসেৱামূলক কাম-কাজ লোকচক্ষুক ফাকি দিয়াৰ উদ্দেশ্যে কৰা বুলি চৰ্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fake EmbassyFroudGaziabadScam
publisher

publisher

Related Posts

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d