Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

FOREIGNERS TRIBUNAL:নাগৰিকত্ব কৰ্তনৰ মাধ্যম ন্যায়াধিকৰণ !

দেশজুৰি এনআৰচি উন্নীতকৰণৰ সম্ভাৱনা প্রৱল হোৱাৰ সময়তে বাংগালুৰুস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়-লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ গৱেষকৰ প্ৰতিবেদনত মন্তব্য

publisher by publisher
July 28, 2025
in News, Assam
Reading Time: 1 min read
0
FOREIGNERS TRIBUNAL:নাগৰিকত্ব কৰ্তনৰ মাধ্যম ন্যায়াধিকৰণ !
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Foreigners Tribunal of Assam issues notice to farmers of West Bengal:পশ্চিমবংগৰ কৃষকলৈ অসমৰ বিদেশী ন্যায়াধিকৰণৰ জাননীক লৈ প্রতিক্রিয়া

Indian Citizenship : ভাৰতীয়সকলে কিয় নাগৰিকত্ব ত্যাগ কৰিছে ! কোনখন দেশক ভাৰতীয়ই আটাইতকৈ বেছি ভাল পায়

দৈনিক ৩০০ ভাৰতীয়ৰ ত্যাগ নাগৰিকত্ব, ৪১৭৭ জনক নাগৰিকত্ব প্ৰদান

FOREIGNERS TRIBUNAL:

অসমৰ দবে সমগ্র দেশতে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া অচিৰে আৰম্ভ হ’ব বুলি বিভিন্ন স্তৰত চৰ্চা অব্যাহত থকাৰ সময়তে অসমত বিদেশী ন্যায়াধিকৰণসমূহৰ জৰিয়তে বিদেশী চিনাক্তকৰণ  ব্যৱস্থাক কঠোৰ সমালোচনাৰে দুখন দেশী-বিদেশী উচ্চ শিক্ষানুষ্ঠানৰ একাংশ গবেষকে এটা আইনী সংস্থাৰ সংগঠনৰ সহযোগত এক প্রতিবেদন প্রকাশ কৰিছে। ৰাজহুৱা হোৱা এই প্রতিবেদনত অভিযোগ উত্থাপন কৰা হৈছে যে অসমৰ বিদেশী ন্যায়াধিকৰণসমূহে সাংবিধানিক সুৰক্ষা ব্যৱস্থাক আওকাণ কৰি নাগৰিকত্ব হৰণ কৰি আহিছে।

ADVERTISEMENT

নাগৰিকত্ব হৰণত এই ন্যায়াধিকৰণসমূহ এক নিয়মীয়া আহিলাতো পৰিণত হৈছে বুলি প্রতিবেদনত অভিযোগ উত্থাপন কৰা হৈছে। অসমৰ বিদেশী ন্যায়াধিকৰণ সমূহৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা দেশী-বিদেশী শিক্ষানুষ্ঠান দুখন হ’ল বাংগালুৰুস্থিত নেচনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্ছিটি আৰু লণ্ডনৰ কুইন মেৰী ইউনিভাছিটি।

এই প্রতিষ্ঠান দুখনৰ স’তে জড়িত একাংশই ‘পৰিচয় লিগেল এইড ক্লিনিক’ নামৰ এক আইনী সংগঠনৰ সহযোগত প্রতিবেদনখন প্রস্তুত কৰি উলিয়াইছে। ‘আনমেকিং চিটিজেন্স: দ্য আর্কিটেক্টচাৰ অৱ ৰাইটছ ভায় ‘লেচন এণ্ড এক্সক্লুজন ইন ইণ্ডিয়াজ চিটিজেনশ্বিপ ট্রায়েলছ’ (নাগৰিকত্ব নাকচ : ভাৰতৰ নাগৰিকত্ব পৰীক্ষাত অধিকাৰ উলংঘা আৰু বাদকৰণৰ স্থাপত্য) শীর্ষক এই প্রতিবেদন লিখিছে কুইন মেৰী বিশ্ববিদ্যালয়ৰ আলম ভাট, আৰুশি গুপ্তা আৰু শাদুল গপুজকাৰে।

তেওঁলোকক প্রতিবেদন লিখি উলিওৱাত বাংগালুৰুস্থিত নেচনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাছিটিৰ গৱেষক আৰু আইনৰ হাত্র-ছাত্রী তথা পৰিচয় লিগেল এইড ক্লিনিকৰ সদস্যবর্গই সহায় কৰিছে। এই প্রতিবেদন সম্পর্কত আলম ভাটে কয় যে চলিত ২০২৫লৈ অসমৰ বিদেশী ন্যায়াধিকৰণ সমূহে কমেও ১,৬৬,০০০ লোকক বিদেশী বুলি ঘোষণা কৰে। তদুপৰি বিদেশী ন্যায়াধিকৰণ সমূহত ৮৫ হেজাৰৰো অধিক গোচৰ চলি আছে বুলি উল্লেখ কৰি তেওঁ সম্ভাৱনা ব্যক্ত কৰে যে এই ন্যায়াধিকৰণ সমূহে ১০ লাখৰো অধিক লোকৰ গোচৰৰ শুনানি গ্রহণ কৰিব পাৰে।

এই ১০ লক্ষাধিক লোক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) ৰ পৰা বাদ পৰা বুলি তেওঁ কয়। বিদেশী ন্যায়াধিকৰণ সমূহৰ ন্যায়াধীশ-সদৃশ সদস্যবৰ্গৰ নিযুক্তি প্রক্রিয়াও অন্ধকাৰাচ্ছন্ন বুলি আখ্যা দি তেওঁ দেশৰ নাগৰিকত্বৰ স’তে জড়িত আইনী শাসন গাঁথনিৰ জৰুৰী আৰু প্ৰাথমিক পুনৰ বিবেচনাৰ দাবী উত্থাপন কৰিছে। প্রতিবেদনখন যুগুত কৰাসকলে কয় যে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১২শৰো অধিক নির্দেশ তথা উচ্চতম ন্যায়ালয়ৰ মূল ৰায়সমূহৰ বিশ্লেষণ কৰি আৰু অধিবক্তা, আবেদনকাৰীৰ স’তে সাক্ষাৎকাৰ লৈ এই প্রতিবেদন প্রস্তুত কৰিছে।

তেওঁলোকে অভিযোগ উত্থাপন কৰে যে বিদেশী ন্যায়াধিকৰাৰ বিচাৰ প্ৰক্ৰিয়াত বিশেষ কাৰণ অবিহনে সিদ্ধান্ত গ্রহণ হয়। এই ক্ষেত্রত তথ্যগত বা মৌখিক সাক্ষ্যও পাইকাৰী হাৰত নাকচ, ব্যক্তিক ভুল লক্ষ্য কৰি লোৱাৰ পৰা ৰক্ষাৰ বাবে আইনী নীতি-নিয়মৰ অভাৱো জড়িত আছে বুলি এই অভিযোগ উত্থাপনকাৰী সকলে দাবী কৰে। প্রতিবেদনখনত লগতে কোৱা হয়, ‘ৰাষ্ট্রহীনত পৰিণত হোৱাৰ আশংকাকে ধৰি গভীৰ পৰিণতিসহ সংবিধানগতভাৱে তাৎপর্যপূর্ণ প্ৰশ্নৰ স’তে নাগৰিকত্বৰ বিচাৰ প্ৰক্ৰিয়াতো জড়িত থাকে।

এনে বিচাৰ প্ৰক্ৰিয়া আইনগতভাৱে গঠিত, স্বতন্ত্র, নিৰপেক্ষ আৰু সক্ষম আইনী বিষয়াৰে গঠিত হোৱাটো প্রয়োজন। এই সকলো দিশত বিদেশী ন্যায়াধিকৰণ ব্যৱস্থাতো ব্যর্থ হৈছে। এই ব্যৱস্থাৰ সুৰক্ষিত আইনী আধাৰ নাই আৰু ব্যৱস্থাটো কাৰ্যবাহী (চৰকাৰী) হস্তক্ষেপৰ প্রতি স্পর্শাতৰ। এই ন্যায়াধিকৰণসমূহত বিচাৰকৰ ভূমিকা পালন কৰাসকল উপযুক্ত অর্হতাসম্পন্ন নহয়। গতিকে এই ব্যৱস্থা সম্পূৰ্ণৰূপে আইনৰ শাসন আৰু দেশীয় অথবা আন্তর্জাতিক আইন দুয়োটাৰে অধীনত কার্যকৰী প্ৰতিবিধান প্রাপ্তিৰ অধিকাৰ উলংঘনকাৰী।’

প্রতিবেদনখনত লগতে উল্লেখ আছে যে বিদেশী ন্যায়াধিকৰণসমূহ নাগৰিকত্বহৰণৰ নিয়মীয়া আহিলাত পৰিণত হৈছে আৰু এইসমূহে এক নিকা বিচাৰ লাভৰ অধিকাৰ উলংঘা কৰিছে। পূৰ্বৰ তুলনাত বিদেশী ন্যায়াধিকৰণসমূহৰ মান নিম্ন কৰা হ’ল বুলি উল্লেখ কৰি প্ৰতিবেদনখনত কোৱা হয়, ‘২০০৫ত অবৈধ প্ৰব্ৰজনকাৰ (ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ পাছতে ন্যায়াধীশ সদৃশ সদস্যবে বিদেশী ন্যায়াধিকৰণ এশখন কৰা হয়। এই এশ ন্যায়াধিকৰণৰ ৩৬ খন স্থায়ী আৰু ৫৪ খনৰ কার্যকাল বৃদ্ধিৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ অনুমোদনৰ প্ৰয়োজন হয়।’

বিদেশী ন্যায়াধিকৰণসমূহ সদস্যবর্গৰ নিযুক্তি প্রক্রিয়াও অন্ধকাৰাচ্ছন্ন বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবেদনখনত কোৱা হয় যে এই সদস্যবৰ্গৰ কাৰ্যকালৰ নিশ্চয়তা প্ৰদান কৰা নহয়। এই ন্যায়াধিকৰণসমূহৰ সদস্যবর্গ নিযুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিজ্ঞাপন প্রকাশ কৰে আৰু সদস্যবৰ্গৰ কাৰ্যকাল (এবছৰ বা দুবছৰ নিৰ্দিষ্ট কৰি) অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে অধিসূচনা জাৰি কৰে। এই সদস্যবৰ্গৰ কাৰ্যকাল নির্ধাৰণ চৰকাৰী ইচ্ছা-অনিচ্ছা অনুসৰি হয় বুলি প্রতিবেদনখনত উল্লেখ আছে।

বিদেশী ন্যায়াধিকৰণসমূহৰ সদস্যবর্গৰ কার্যকাল কোনো বিধায়িনী ব্যৱস্থা বা উপ-বিধিৰ দ্বাৰা নিশ্চিত কৰা নহয় বুলি আঙুলিয়াই দি প্রতিবেদনখনত  কোৱা হয়, তেওঁলোকৰ কার্যকাল সম্পূর্ণৰূপে চৰকাৰী ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। অথচ তেওঁলোকে এক প্রয়োজনীয় আইনী কার্য সম্পাদন কৰিবলগীয়া হয়। তদুপৰি এইসকলৰ কাৰ্যকাল পাঁচ বছৰ্তকৈ কম সময়ৰ হোৱাটো উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা।’ বিদেশী ন্যায়াধিকৰ্ণৰ সদস্যবৰ্গৰ কাৰ্যকাল পাঁচ বছৰতকৈ কম হোৱাটো ন্যায়াধিকৰণ সমূহে বিচাৰৰ ক্ষেত্ৰত মানৰ স’তে আপোচ কৰিব পাৰে বুলিও আশংকা কৰা হৈছে।

প্রতিবেদনখন আঙুলিয়াই দিয়া হৈছে যে ২০১১ত কেৱল অসম ন্যায়াধীশ সেৱাৰ অভিজ্ঞ অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়াইহে বিদেশ ন্যায়াধিকৰ সদস্যৰূপে নিযুক্তি পাইছিল। তেওঁলোকে ৬৭ বছৰ বয়সলৈ সেৱা আগবঢ়াৱ পাৰিছিল। কিন্তু ২০১৫ ত দেখা গ’ল যে ন্যূনতম ১০ বছৰ আইন অনুশীলনকাৰী অধিবক্তাকো বিদেশী ন্যায়াধিকৰনৰ সদস্য নিযুক্তি দিয়া হয়। ইে সমগ্ৰ ব্যৱস্থাটোৰ মান নিম্ন কৰে বুলি প্রতিবেদনখনত অভিযোগ উত্থাপন কৰা হৈছে।

প্রতিবেদনখনত কোৱা হৈছে মাহিলি স্থায়ী দৰমহাত দুবছৰীয়া কার্যকালৰ বাবে ন্যায়িক অভিজ্ঞতা নথকা আইনজীৱীকো নাগৰিকত্বৰ দৰে গুৰুত্বপূর্ণ বিষয়ৰ বিচাৰ কৰিবলৈ দিয়া হ’ল। ২০১৯ ত বিদেশী ন্যায়াধিকৰণ সমূহৰ সদস্যবৰ্গৰ অৰ্হতা অধিক তৰল কৰি তোলা হয়। আইনজীৱী ৰূপে কার্যনির্বাহৰ অভিজ্ঞতা পূৰ্বৰ ১০ বছৰৰ পৰা সাত বছৰলৈ হ্রাস কৰা হয়। লগতে নূনতম বয়স ৩৫ বছৰ কৰা হয়। এনেদৰে কোনো আইনী বিচাৰৰ অভিজ্ঞতা নথকা আইনজীৱীকো বিদেশী ন্যায়াধিকৰণ সমূহৰ সদস্য নিযুক্তি দিয়াটোৱে সমগ্র ব্যৱস্থাটোৱে  মান অৱনমিত হ’ল বুলিও প্রতিবেদনখনত কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Foreigners TribunalCitizenshipnational low School Of India UniversityQueen Mery Universityspl report
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d