Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

    নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

USA: সন্তানক নাগৰিকত্ব নিয়া নহ’ব ট্রাম্পৰ আমেৰিকাত

publisher by publisher
February 12, 2025
in International
Reading Time: 1 min read
0
ফোনত বাৰ্তালাপ মোদী ট্ৰাম্পৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

Economist Professor Dr.Hiranya Nath:মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল অসম সন্তান ড:হিৰণ্য নাথ

Donald Trump:ফ্ল’ৰিডা বিমান বন্দৰৰ নাম ট্রাম্প আন্তর্জাতিক বিমান বন্দৰলৈ কৰিলে সলনি

USA: সন্তানক নাগৰিকত্ব নিয়া নহ’ব ট্রাম্পৰ আমেৰিকাত !

চিন্তা বাঢ়িছে অনুপ্ৰৱেশকাৰী ভাৰতীয় হ’বলগীয়া পিতৃ-মাতৃৰ

যদি আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকত্ব আইন বাতিল কৰা হয় তেন্তে হাজাৰ হাজাৰ ভাৰতীয় বিপদত পৰিব! বহুলোকে ভাবে যে আমেৰিকাত প্ৰবাসী ভাৰতীয় দম্পতী, যিসকলে সন্তান জন্ম দিয়াৰ কথা ভাবি আছে, তেওঁলোক সমস্যাত পৰিব পাৰে ।

ADVERTISEMENT

কিন্তু জন্মগত নাগৰিকত্ব আইন বাতিল কৰাৰ ড’নাল্ড ট্ৰাম্পৰ ধাৰণা আইনী জটিলতাত আবদ্ধ হৈ আছে। যদিহে ট্ৰাম্পৰ এই ঘোষণাই আদালতৰ সেউজ সংকেত পায় তেন্তে বহুতে চাপত পৰিব।

বহুতো ভাৰতীয়ই কামৰ সূত্ৰে আমেৰিকাত বসবাস কৰে । তেওঁলোকে এইচ-১বি ভিছাত আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।

আনকি বিয়াৰ পাছত তাতেই স্থায়ীভাৱে থকাৰো পৰিকল্পনাও কৰে। সেই দেশৰ আইন অনুসৰি, যদি আমেৰিকাত সন্তান জন্ম হয়, তেন্তে তেওঁ জন্মগতভাৱে তাৰে নাগৰিকত্ব লাভ কৰে!

কিন্তু ট্ৰাম্পে দ্বিতীয় কাৰ্যকালৰ বাবে হোৱাইট হাউচত প্ৰৱেশ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ ১৫৬ বছৰ পুৰণি নাগৰিকত্ব আইন সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

ট্ৰাম্পে বিগত ২১ জানুৱাৰীত এই সন্দৰ্ভত এখন চৰকাৰী নিৰ্দেশনাত স্বাক্ষৰ কৰিছে। কিন্তু তাৰ পাছতে বিষয়টো আদালতলৈ যায়।

অক্ষয় পাইছ নামৰ এজন ভাৰতীয় অভিযন্তা তেওঁৰ পত্নী নেহাৰ স’তে কেলিফৰ্ণিয়াত বাস কৰে। তেওঁৰ পত্নী গৰ্ভৱতী। কিন্তু ট্ৰাম্পৰ ঘোষণাৰ পাছৰে পৰা, তেওঁলোক চিন্তিত হৈ পৰিছে।

বিবিচিৰ স’তে হোৱা এক সাক্ষাৎকাৰত অক্ষয়ে কয়, “ই আমাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব। যদি নতুন নিয়মবোৰ কাৰ্যকৰী হয়, আমি নাজানো আমি কি কৰিম। মই বৰ চিন্তিত। ”

নতুন নিয়মবোৰ কাৰ্যকৰী হোৱাৰ আগতে বহুতো দম্পতীয়ে সন্তান জন্ম দিব বিচাৰে। গৰ্ভৱতী মহিলাসকলে অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াৰ প্ৰতি আগ্ৰহী। জন্মগত অধিকাৰ নাগৰিকত্বৰ উপৰিও, এইচ-1বি ভিছা ধাৰণ কৰা শিশুৱেও আইনী অনিশ্চয়তাৰ সন্মুখীন হ’ব পাৰে।

ভাৰতীয়সকল আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় সৰ্ববৃহৎ অনুপ্ৰৱেশকাৰী গোট। আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচ লাখৰো অধিক লোকৰ অনা-অভিবাসী ভিছা আছে।

যদি নতুন নিয়মবোৰ কাৰ্যকৰী হয়,এইসকলো বিপদত পৰিব পাৰে। নতুন নিয়মৰ অধীনত, অনা-অভিবাসী ভিছা ধাৰকসকলৰ সন্তান আমেৰিকাত জন্ম গ্ৰহন কৰিলেও নাগৰিকত্ব নাপায় ।

প্ৰসংগত, আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগতভাৱে নাগৰিকত্বক ‘ জুছ চোলি’ বুলি কোৱা হয়। এইটো প্ৰকৃততে এটা লেটিন শব্দ। ইয়াৰ অৰ্থ হৈছে “মাটিৰ অধিকাৰ।” আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কোৱা হৈছে যে তাত জন্ম হোৱা প্ৰতিটো শিশুক স্বাভাৱিক নাগৰিকত্ব প্ৰদান কৰা হ’ব।

আনকি শিশুটোৰ পিতৃ-মাতৃ আন এখন দেশৰ নাগৰিক হ’লেও, তেওঁ জন্মগতভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক হ’ব। ১৮৬৮ চনত, চতুৰ্দশ সংশোধনীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত জন্মগত অধিকাৰ নাগৰিকত্ব প্ৰৱৰ্তন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: trump indiaUSAusa india
publisher

publisher

Related Posts

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

September 4, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d