Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

সুস্থ হৈ থাকিবলৈ দৰবত নিৰ্ভৰ নকৰিব, মানি চলক এই তিনিটা নিয়ম

publisher by publisher
July 31, 2025
in Lifestyle
Reading Time: 1 min read
0
সুস্থ হৈ থাকিবলৈ দৰবত নিৰ্ভৰ নকৰিব, মানি চলক এই তিনিটা নিয়ম
2
SHARES
19
VIEWS
ShareShareShareShare

Health: ✒️সময় মতে খাদ্য খোৱা, ঘৰৰ বাহিৰৰ খাদ্য কম খোৱা বা পর্যাপ্ত পৰিমাণে টোপনি অহাৰ উপৰি সুস্থ হৈ থাকিব বিচাৰিলে কিছুমান অতিৰিক্ত অভ্যাসৰ লগত অভ্যস্ত হোৱাটো প্রয়োজন।

ADVERTISEMENT

মূৰৰ বিষ, পেটৰ বিষ, হাঁচি, কাহ, চর্দি আদিয়ে যেন বছৰটোৰ ভিতৰতে বহু লোকক আক্রান্ত কৰে। ইয়াৰ বাহিৰেও গেছ আৰু হার্টবার্ণ আছে। বহুতে সোনকালে সুস্থ হ’বলৈ দৰবত নিৰ্ভৰ কৰে।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

ঔষধে সাময়িকভাৱে সুস্থ হোৱাত সহায় কৰে। কিন্তু নিয়মৰ সামান্য সালসলনি হ’লে পুনৰ বিভিন্ন ৰোগ আৰু বেমাৰৰ কথা আহিও সহায় কৰে। গতিকে ইয়াৰ সমাধান কি?

অবিৰতভাৱে বেমাৰৰ লগত যুঁজ দিয়া সম্ভৱ নহয়। তেনে ক্ষেত্ৰত দৈনন্দিন জীৱনত এনে কিছুমান অভ্যাস সৃষ্টি কৰিব লাগিব যিয়ে শৰীৰক সুস্থ কৰি ৰাখে।

সময়তে খাদ্য খোৱা, বাহিৰৰ খাদ্য কম খোৱা বা পর্যাপ্ত পৰিমাণে টোপনি অহাৰ উপৰি সুস্থ হৈ থাকিব বিচাৰিলে কিছুমান অতিৰিক্ত অভ্যাসৰ লগত অভ্যস্ত হোৱাটো প্রয়োজন।

নিয়মিত খোজ কঢ়া

সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে খোজ কঢ়াৰ কথা কৈছে চিকিৎসকে। খোজ কঢ়াটো শৰীৰৰ ব্যায়াম। ইয়াৰ বাহিৰেও অবিৰতভাবে খোজ কাঢ়িলে তেজৰ সঞ্চালন ভাল হয়। বহুতে গধুৰ আহাৰ খায়। ইয়াৰ কাৰণে হজম কাৰ্য সঠিকভাৱে কৰিব পৰা নাযায়। বদহজমৰ সমস্যাৰ সৃষ্টি হয়। খাদ্য খোৱাৰ পাছত কিছু সময় খোজ কাঢ়িলে সেয়া সুকীয়া ব্যায়াম। সময়ৰ অভাৱ হ’লে প্রতিদিনে ১৫ মিনিট খোজ কাঢ়িব পাৰি।

প্রাণায়াম

প্রতিদিনে শ্বাস-প্রশ্বাসৰ ব্যায়াম কৰিলে আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ হাঁওফাঁও শক্তিশালী হৈ উঠিব। প্রাণায়াম ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ এক মহান অস্ত্ৰ হ’ব পাৰে। প্ৰতিদিনে ১০ মিনিট প্রাণায়াম কৰিব পাৰিলে ভাল। কেনেকৈ কৰিব? মেৰুদণ্ড পোন কৰি ভৰি দুখন ক্ৰছ কৰি বহিব। মূৰ আৰু ডিঙি টান কৰি ৰাখক। দুয়োটা আঁঠুত হাত ৰাখক। কঁকালৰ পিছফালে কুশ্বন এটা ৰাখক। এই ভংগিমাত অলপ সময় বহি থাকক। নাকেৰে উশাহ লওক আৰু লাহে লাহে উশাহ এৰি দিয়ক। প্রতিদিনে প্রাণায়ামে আপোনাৰ একাগ্রতাও বৃদ্ধি কৰিব।

শোৱাৰ আগতে চাহ-কফি নাখাব

সুস্থ হৈ থাকিবলৈ খোৱা-বোৱা ৰুটিনত অটল থাকিব লাগিব। ৰাতি ন বজাৰ ভিতৰত ৰাতিৰ আহাৰ খাব পাৰিলে বৰ ভাল। তেতিয়া পাচনতন্ত্ৰৰ সমস্যা সম্পূর্ণরূপে নাইকিয়া হৈ যায়। গেছ আৰু হার্টবার্ণ ওচৰলৈ আহিব নোৱাৰিব। ইয়াৰ বাহিৰেও বহুতে ৰাতিৰ আহাৰ খোৱাৰ পাছত চাহ কফি খায়। বহু লোকে গভীৰ নিশা কাম কৰাৰ সময়ত সঘনাই কফিৰ চুমুক দিয়ে। সঘনাই কফি খালে শৰীৰত কেফেইনৰ মাত্রা বৃদ্ধি পায়। ইয়াৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: careHealth
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d