Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২৫ শতাংশ শুল্কৰ হেঁচা! GDP বৃদ্ধিৰ হাৰ হ্ৰাস পাব ৬.২ শতাংশৰ তলত, দাবি প্ৰতিবেদনত

publisher by publisher
August 1, 2025
in India, News
Reading Time: 1 min read
0
২৫ শতাংশ শুল্কৰ হেঁচা! GDP বৃদ্ধিৰ হাৰ হ্ৰাস পাব ৬.২ শতাংশৰ তলত, দাবি প্ৰতিবেদনত
1
SHARES
8
VIEWS
ShareShareShareShare

GDP: ✒️সম্প্ৰতি আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। শুল্ক গাঁথনি কাৰ্যকৰী হ’লে কৃষি খণ্ডত কৰ্পৰেটাইজেচন হোৱাটো নিশ্চিত।

ADVERTISEMENT

ইয়াৰ বিৰুদ্ধে ইতিমধ্যে নিখিল ভাৰত কৃষক সংঘই তীব্ৰ প্ৰতিবাদ জনাইছে। এইবাৰ এক প্ৰতিবেদনত প্ৰকাশ পালে আন এখন ছবি।

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

ছেপ্টেম্বৰৰ পাছতো যদি এই শুল্ক আৰোপ কৰা হয় তেন্তে দেশৰ GDP বৃদ্ধিৰ হাৰ ৬.২ শতাংশৰ তললৈ নামি যাব বুলি দাবী কৰা হৈছে। এই দাবী এছ এণ্ড পি মাৰ্কেট ইনটেলিজেন্সৰ প্ৰতিবেদনৰ।

সংস্থাটোৱে দাবী কৰিছে যে জুলাই মাহত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৬.২ শতাংশ। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৬.৫ শতাংশ আছিল। আমেৰিকাই আৰোপ কৰা ২৫ শতাংশ শুল্ক কাৰ্যকৰী হ’লে এই পূৰ্বাভাস হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

যদিহে ছেপ্টেম্বৰৰ পাছতো এই শুল্ক প্ৰযোজ্য হৈ থাকে।একে সময়তে প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতে নিজৰ কৃষি, দুগ্ধ আৰু খাদ্য উৎপাদন খণ্ড কোনো ধৰণে আমেৰিকাক গতাই নিদিয়ে।

কাৰণ তেনে ক্ষেত্ৰত দেশৰ কৃষকৰ ক্ষতি হ’ব। ফলত আমেৰিকাইও ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ পৰা পিছুৱাই যোৱাৰ সম্ভাৱনা নাই।

বিভিন্ন জটিলতাৰ বাবে ভাৰতে এতিয়াও আমেৰিকাৰ স’তে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা নাই। ইয়াৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা বহু তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিছে।

সেইবাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। প্ৰসংগক্ৰমে চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকা ভ্ৰমণৰ সময়ত আৰু ট্ৰাম্পৰ স’তে বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ভাৰতে ৱাশ্বিংটনৰ পৰা পূৰ্বতকৈ অধিক তেল আৰু গেছ ক্ৰয় কৰিব।

জ্ঞাত একাংশই অনুমান কৰে যে, আচলতে মোডীৰ এই আশ্বাসৰ লক্ষ্য হৈছে শুল্ক হ্ৰাস কৰা। কিন্তু তেতিয়াও ভাৰতৰ মূল তেল আমদানিকাৰক দেশৰ ‘দীর্ঘদিনীয়া বন্ধু’ ৰাছিয়া৷ এই কথাই আমেৰিকাক ক্ষুব্ধ কৰি তুলিছে। আৰু সেইবাবেই তেওঁলোকে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

বৰ্তমানৰ বাবে সেই আলোচনাই এই দেশৰ কূটনৈতিক মহলত আটাইতকৈ বেছি চৰ্চিত বিষয়। ইয়াৰ মাজতে শেহতীয়াকৈ প্ৰকাশ পালে এই প্ৰতিবেদন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmericaGDP
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d