Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

গোটেই দিনটো এচি চলোৱাৰ পাছতো বিল কম হ’ব : উপায় জানি লওক

publisher by publisher
August 7, 2025
in Lifestyle
Reading Time: 1 min read
0
গোটেই দিনটো এচি চলোৱাৰ পাছতো বিল কম হ’ব : উপায় জানি লওক
1
SHARES
11
VIEWS
ShareShareShareShare

AC:গ্রীষ্মকালত এইবাৰ উষ্ণতাও বেছি। এনে পৰিস্থিতিত এয়াৰ কণ্ডিচনাৰ বা এচি এতিয়া প্রতিটো ঘৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু এচি চলোৱাৰ ফলত বিদ্যুতৰ বিলো বেছি হ’ব পাৰে, যাৰ ফলত বাজেটত প্ৰভাৱ পৰে।

ADVERTISEMENT

আপুনি জানেনে যে কিছুমান সহজ টিপছ মানি চলিলে আপুনি আপোনাৰ এচি বিল হ্রাস কৰিব পাৰে?

RelatedPosts

ইচ্ছামতে এচি চলোৱাৰ দিন শেষ! উষ্ণতা নিৰ্ধাৰণৰ বাবে নতুন গাইডলাইন লৈ আহিছে কেন্দ্ৰই 

গ্রীষ্মকালত বিদ্যুৎ বাহি কৰাৰ ক্ষেত্রত শক্তি মন্ত্রণালয়ে কিছু গুরুত্বপূর্ণ পৰামৰ্শ আগবঢ়াইছে-

আপোনাৰ এচি বিল হ্রাস কৰাৰ সহজ উপায়

১। এচিৰ শক্তি ৰেটিঙৰ প্রতি মনোযোগ দিব। নতুন এচি কিনিলে নিশ্চিতভাৱে ইয়াৰ শক্তিৰ ৰেটিং পৰীক্ষা কৰক। ৫ ষ্টাৰ ৰেটিং থকা এচিবোৰেই আটাইতকৈ শক্তি দক্ষ আৰু কম শক্তি খৰচ কৰে। আনহাতে, ১ ষ্টাৰ ৰেটিং থকা এচিসমূহে অধিক বিদ্যুৎ খৰচ কৰে আৰু আপোনাৰ বিল বৃদ্ধি কৰিব পাৰে। গতিকে এচি ক্ৰয় কৰাৰ সময়ত শক্তিৰ কার্যক্ষমতাক সদায় অগ্রাধিকাৰ দিব লাগে।

২। এচিটো সঠিকভাবে ছার্ভিচ কৰাওক

শীতকালৰ পাছত যেতিয়া আপুনি আকৌ এচি চলাবলৈ আৰম্ভ কৰে, তেতিয়া ইয়াক ছার্ভিচ কৰাটো প্রয়োজনীয়। ছার্ভিচিং কৰিলে এচিৰ ফিল্টাৰ, কম্প্ৰেছাৰ আৰু অন্যান্য অংশ পৰিষ্কাৰ হয়। ইয়াৰ ফলত এচিৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু শক্তিৰ ব্যৱহাৰ হ্রাস পায়।

৩। ফিল্টাৰটো পৰিষ্কাৰ কৰি ৰাখক

এচি ফিল্টাৰত ধূলি আৰু মলি জমা হৈ বায়ুৰ প্ৰবাহত বাধাৰ সৃষ্টি কৰে। লেতেৰা ফিল্টাৰে এচিক অধিক কঠোৰভাৱে কাম কৰে, যাৰ ফলত শক্তিৰ ব্যৱহাৰ বৃদ্ধি পায়। ফিল্টাৰটো নিয়মিতভাৱে পৰিষ্কাৰ কৰিলে এচিৰ কার্যক্ষমতা উন্নত হয় আৰু শক্তিৰ ব্যৱহাৰ হ্রাস পায়।

৪। উষ্ণতা সঠিক স্তৰত স্থাপন কৰক

এচিৰ উষ্ণতা সঠিক স্তৰত স্থাপন কৰাটোও বিদ্যুৎ ৰাহিৰ এক গুৰুত্বপূর্ণ উপায়। এচি ২৪-২৬ ডিগ্রী চেলছিয়াছত স্থাপন কৰক, যাৰ ফলত বেছি বিদ্যুৎ খৰচ

নহ’ব। উষ্ণতা বৃদ্ধিৰ প্ৰতিটো ডিগ্ৰীয়ে বিদ্যুতৰ ব্যৱহাৰত প্রায় ছয়-আঠ শতাংশ বাহি কৰিব পাবে।

৫। কোঠাটো ঠাণ্ডা কৰি ৰাখিবলৈ পর্দা আৰু ব্লাইণ্ড ব্যৱহাৰ কৰিব লাগে

যেতিয়া সূৰ্যৰ পোহৰ পোনপটীয়াকৈ কোঠাটোত প্রবেশ কৰে তেতিয়া এচিয়ে অধিক কষ্ট কৰিবলগীয়া হয়। পর্দা বা ব্লাইন্ড স্থাপন কৰি কোঠাটো ঠাণ্ডা কৰি ৰখাত সহায় কৰক। ইয়াৰ ফলত এচিৰ ওপৰত লোড হ্রাস পোৱাৰ লগতে শক্তিৰ ব্যৱহাৰো হ্রাস পাব।

৬। প্রয়োজন অনুসৰিহে এচি ব্যৱহাৰ কৰক

যেতিয়া এচিব প্রয়োজন নাথাকে তেতিয়া বন্ধ কৰি দিব। কোঠাৰ উষ্ণতা অনুসৰিও ফেন ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত বিদ্যুতৰ ব্যৱহাৰ কমি যাব। অপ্রয়োজনীয়ভাবে এচি চলাই ৰাখিলে অপ্রয়োজনীয়ভাবে বিদ্যুতৰ বিল বৃদ্ধি পায়।

৭। স্মার্ট পাৱাৰ স্ট্রিপ ব্যৱহাৰ কৰক

অন্যান্য ইলেক্ট্র’নিক ডিভাইছসমূহো এচিব স’তে একেলগে সংযোগ কৰা হয়। স্মার্ট পাৱাৰ স্ট্রিপ ব্যৱহাৰ কৰিলে আপোনাক এটা ছুইচৰ স’তে সকলো ডিভাইচ বন্ধ কৰাৰ অনুমতি দিয়ে। ইয়াৰ ফলত ষ্টেণ্ডবাই শক্তিৰ ব্যৱহাৰো হ্রাস পায়।

বিদ্যুৎ বাহিৰ বাবে অধিক টিপছ

এচি অন হ’লে কোঠাটোৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখক। শক্তি-দক্ষ এল ই ডি বাল্ব ব্যৱহাৰ কৰক, যিয়ে কম শক্তি খৰচ কৰে। ফেনৰ স’তে এচি ব্যৱহাৰ কৰক, যিয়ে কম বিদ্যুৎ অধিক শীতলতা প্রদান কৰে। এচিৰ কাৰ্যক্ষমতা বজাই ৰাখিবলৈ নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখিব লাগে।

শক্তি মন্ত্রণালয়ৰ পৰামৰ্শ

শক্তি মন্ত্রণালয়ে গ্রীষ্মকালত বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে কিছুমান গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিচে ভিতৰত আছে: শক্তি দক্ষ সঁজুলি ব্যৱহাৰ ক সামগ্ৰীৰ সঠিক ৰক্ষণাবেক্ষণৰ প্ৰতি ও অপ্রয়োজনীয় বিদ্যুতৰ ব্যৱহাৰ পৰিহাৰ কৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AC
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d