Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইচ্ছামতে এচি চলোৱাৰ দিন শেষ! উষ্ণতা নিৰ্ধাৰণৰ বাবে নতুন গাইডলাইন লৈ আহিছে কেন্দ্ৰই 

publisher by publisher
June 12, 2025
in India, News
Reading Time: 1 min read
0
ইচ্ছামতে এচি চলোৱাৰ দিন শেষ! উষ্ণতা নিৰ্ধাৰণৰ বাবে নতুন গাইডলাইন লৈ আহিছে কেন্দ্ৰই 
2
SHARES
17
VIEWS
ShareShareShareShare

Govt AC temperature: উৎকট গৰমত কিছু সকাহ পাবলৈ কম উষ্ণতাত এচি চলায়? আপোনাৰ সুখৰ দিনবোৰ সম্ভৱত শেষ হোৱাৰ পথত। এইবাৰ এচি চলোৱাৰ ক্ষেত্ৰত গাইডলাইন জাৰি কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে।

ADVERTISEMENT

কিমান তাপমাত্ৰাত জনসাধাৰণে এচি চলাব সেইয়াও সীমিত হ’ব। এইয়ে ইংগিত দিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰে ।

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

দৰাচলতে এচিৰ নিৰ্বিচাৰ ব্যৱহাৰৰ বাবে মানুহে বিদ্যুতৰ অপচয় কৰিছে। যিয়ে সমগ্ৰ দেশৰ বাবে শক্তি সংকটৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

বিদ্যুতৰ বিপুল চাহিদাৰ স’তে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰিছে পাৱাৰ গ্ৰীডে। সেয়ে গ্ৰীষ্মৰ এই তীব্র গৰমতো নাগৰিকক এচি ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে কেন্দ্ৰই। বুধবাৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে ইংগিত দিয়ে যে যদি মৌখিক সতৰ্কবাণীই কাম নকৰে তেন্তে এচিৰ পৰিচালনাৰ ক্ষেত্ৰত গাইডলাইন প্ৰস্তুত হ’ব পাৰে।

মনোহৰ লাল খট্টৰে কয়, “অতি সোনকালে ভাৰতত প্ৰথমবাৰৰ বাবে এয়াৰ কণ্ডিচনাৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ নিৰ্দেশনা আহিব। উষ্ণতাৰ সীমা ২০-২৮ ডিগ্ৰী চেলছিয়াছ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ ২০ ডিগ্ৰী চেলছিয়াছৰ তলত এচি চলাব নোৱাৰিব।বা ইয়াক ২৮ ডিগ্ৰীতকৈ অধিক উষ্ণতাত চলাব নোৱাৰিব।”

সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে এচিৰ নূন্যতম উষ্ণতাৰ সীমা ২৪ ডিগ্ৰী চেলছিয়াছত ৰাখিব বিচাৰিছিল। কিন্তু ই জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি বিবেচনা কৰিলে নূন্যতম সীমা ২০ ডিগ্ৰী নিৰ্ধাৰণ কৰা হৈছে।

অৱশ্যে জনসাধাৰণক এচিৰ নূন্যতম উষ্ণতা ২৪ ডিগ্ৰীত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।আচলতে যদি উষ্ণতা সেই পৰিসৰৰ বাহিৰলৈ যায় তেন্তে এচিয়ে অতিৰিক্ত বিদ্যুৎ খৰচ কৰে। ইয়াৰ ফলত বিদ্যুতৰ সংকট আৰু অধিক বৃদ্ধি পাব পাৰে। যাৰ বাবে চৰকাৰে এই গাইডলাইন জাৰি কৰিবলৈ বাধ্য হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACBJPCongressManohar Lal Khattar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d