Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

গৃহমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ

সম্পূৰ্ণ ৰায় পঢ়িলে শ্বাহে এই মন্তব্য নকৰিলেহেঁতেন!

publisher by publisher
August 25, 2025
in India, News
Reading Time: 1 min read
0
গৃহমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Amit Shah:✒️কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে উত্থাপন কৰা মাওবাদীৰ সমৰ্থকৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে বিৰোধী ‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্রার্থী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি সুদর্শন ৰেড্ডীয়ে। উল্লেখ্য যে মাওবাদীৰ বিৰুদ্ধে যুঁজত পূর্বে চৰকাৰে জনজাতি যুৱকক বিশেষ আৰক্ষী বিষয়াৰূপে নিয়োজিত কৰা কাৰ্য ২০১১ৰ জুলাইত নিষিদ্ধ কৰে উচ্চতম ন্যায়ালয়ৰ এখন দুজনীয়া বিচাৰপীঠে।

ADVERTISEMENT

এই দুজনীয়া বিচাৰপীঠৰ অন্যতম বিচাৰপতি আছিল ন্যায়াধীশ ৰেড্ডী। পীঠখনৰ আনগৰাকী বিচাৰপতি আছিল ন্যায়াধীশ এছ এছ নিজ্জাৰ। চৰকাৰে জনজাতি যুৱকসকলক ‘ছালৱা জুডুম’ নামৰ বাহিনীৰ অধীনত বিশেষ আৰক্ষী বিষয়াৰূপে নিয়োগ কৰি মাওবাদী বিৰোধী যুঁজত নিয়োজিত কৰে।

RelatedPosts

কলিয়াবৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা তীব্ৰ ৰাজনৈতিক আক্ৰমণ: অমিত শ্বাহৰ টাৰ্গেট ৰাহুল গান্ধী

হেলিকপ্টাৰ বিজুতিৰ বাবে গোলকগঞ্জত অমিত শ্বাহৰ নিৰ্বাচনী সভা বাতিল

সমাজবাদী মতাদৰ্শৰ সমস্ত ভাল গুণখিনিক অসমত বাস্তৱত ৰূপায়িত কৰাৰ বাবে অন্তঃকৰণৰে হাতযোৰ কৰি শ্রদ্ধা নিবেদিছো: শ্বাহ

এই বাহিনীক অবৈধ আৰু অসাংবিধানিক আখ্যা দি উক্ত বিচাৰপীঠে নিষিদ্ধ কৰে। এই ৰায়ৰ কথা উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে ‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি প্রার্থীজনক মাওবাদীৰ সমৰ্থক আখ্যা দি সমালোচনা কৰে। শ্বাহৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে প্রাক্তন ন্যায়াধীশ ৰেড্ডীয়ে। ৰেড্ডীয়ে কয়, ‘তেওঁ সম্পূর্ণ বায়টো পড়া হ’লে এই মন্তব্য নকৰিলেহেঁতেন।’

উক্ত ৰায় তেওঁ নহয়, উচ্চতম ন্যায়ালয়ৰ আছিল বুলিও অৱসৰপ্ৰাপ্ত বিচাৰপতিজনে মন্তব্য কৰে। লগতে তেওঁ কয়, ‘ভাৰতৰ গৃহমন্ত্ৰীৰ স’তে, (যাৰ দায়িত্ব আৰু বাধ্যবাধকতা হৈছে আদৰ্শৰ পার্থক্য নির্বিশেষে প্রতিজন নাগৰিকৰ জীৱন, স্বাধীনতা আৰু সম্পত্তি ৰক্ষা কৰা) পোনপটীয়াভাবে এটা বিষয়ত লিপ্ত নহওঁ। ৰায়টো মোৰ নহয়, উচ্চতম ন্যায়ালয়ৰহে।’

ৰেড্ডীয়ে লগতে কয় যে তেওঁ সমসাময়িকসকলৰ পৰা শিকিছে যে নিজৰ ৰায়ৰ গুণক লৈ নিজে মন্তব্য কৰিব নালাগে। ইয়াৰ বাছ-বিচাৰৰ দায়িত্ব জনতাক দিব লাগে। কোনো ৰায় তেওঁৰ ব্যক্তিগত নথি নহয় বুলিও ৰেড্ডীয়ে মন্তব্য কৰে। লগতে তেওঁ কয় যে আনৰ পৰা ব্যাখ্যা শুনাতকৈ গৃহ মন্ত্রীয়ে নিজে সম্পূৰ্ণ ৰায়টো পঢ়িব পাৰিলেহেঁতেন।

‘প্রায় ৪০ পৃষ্ঠাৰ এই ৰায় পঢ়াৰ বাবে তেওঁ সম্ভবতঃ সময় নাপালে। যদি তেওঁ ৰায়টো পঢ়িলেহেঁতেন, সম্ভৱতঃ তেওঁ এনে মন্তব্য নকৰিলেহেঁতেন। এই ক্ষেত্রত ইয়াতকৈ মোৰ ক’বলৈ একো নাই। বিষয়টো মই ইয়াতে এৰিলো।’

ৰেড্ডীয়ে এইদৰে কয়। উল্লেখ্য যে গৃহমন্ত্রী শ্বাহে অভিযোগ কৰে যে প্ৰাক্তন ন্যায়াধীশ ৰেড্ডীয়ে ছালৱা জুড়ুম নিষিদ্ধ কৰি মাওবাদীক সমর্থন নকৰাহেঁতেন ২০২০ৰ ভিতৰতে দেশত মাও সন্ত্রাসবাদ নিঃশেষ হ’লহেঁতেন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahBJP leadersVijay Sharma
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d