Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰত সীমান্ত সংলগ্ন তিনিটা স্থলবন্দৰ বন্ধ কৰিলে বাংলাদেশে

publisher by publisher
August 30, 2025
in India, News
Reading Time: 1 min read
0
ভাৰত সীমান্ত সংলগ্ন তিনিটা স্থলবন্দৰ বন্ধ কৰিলে বাংলাদেশে
1
SHARES
6
VIEWS
ShareShareShareShare

Bangladesh:✒️ভাৰতৰ বজাৰত বিভিন্ন বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশৰ পথ একপ্ৰকাৰ ৰুদ্ধ কৰিলে চুবুৰীয়া বাংলাদেশে। শেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছৰে পৰা ভাৰতৰ স’তে সম্পৰ্কৰ অৱনতি ঘটা প্রতিবেশী দেশখনে সম্প্রতি ভাবত সীমান্ত সংলগ্ন তিনিটা স্থলবন্দৰ (লেগুপ’র্ট) সম্পূর্ণৰূপে বন্ধ কৰিছে।

ADVERTISEMENT

তদুপৰি আন এটা স্থলবন্দবৰ কাম-কাজ স্থগিত ৰখা হৈছে বুলি দেশখনে ঘোষণা কৰিছে। এই বন্দৰসমূহক ড° মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্বর্তী চৰকাৰে নিযুক্তি দিয়া এখন সমিতিয়ে অলাভজনক আখ্যা দিছে। অন্তর্বর্তী চৰকাৰে দাবী কৰিছে যে ধনৰ ব্যয় হ্রাসৰ উদ্দেশ্যে এই বন্দবসমূহ সম্পূর্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

RelatedPosts

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

বৃহস্পতিবাৰে ঢাকাত অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা ড০ ইউনুছৰ উপদেষ্টা পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বাংলাদেশৰ ৰংপুৰৰ নীলফামাৰীৰ চিলাহাটি স্থলবন্দৰ, চুয়াদাঙাৰ দৌলতগঞ্জ স্থলবন্দৰ আৰু ৰঙামাটিৰ টেগামুখ স্থলবন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গৃহীত হয়। লগতে হবিবগঞ্জৰ বাল্লা স্থলবন্দৰৰ কাম-কাজ স্থগিত কৰাৰ সিদ্ধান্ত বৈঠকত লোৱা হয়।

উল্লেখ্য যে চিলাহাটি বন্দৰ পশ্চিমবংগৰ কোচবিহাৰৰ হালধিবাৰী সংলগ্ন হৈ থকাৰ বিপৰীতে আন দুটা বন্দৰ ক্ৰমে দৌলতগঞ্জ নাদিয়াৰ মাজদিয়াৰ স’তে সংলগ্ন হৈ আছে। তৃতীয়টো বন্দৰ টেগামুখ স্থলবন্দৰ মিজোৰাম সীমান্তৰ স’তে সংলগ্ন হৈ আছে। আনহাতে, বাল্লা বন্দৰ ত্ৰিপুৰা সীমান্তত অৱস্থিত।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি ড০ ইউনুছৰ উপদেষ্টা পৰিষদৰ বৈঠকৰ পূৰ্বেই এই তিনি বন্দৰ বন্ধ কৰাৰ যত্ন কৰা হয়। ইয়াৰ অনুমতি দিয়ে স্বয়ং ড০ ইউনুছে। এই সম্পর্কত অন্তর্বর্তী চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব ছফিকুল আলমে কয়, ‘দেশৰ অধিকাংশ স্থলবন্দৰে নিষ্ক্রিয়। প্রয়োজনীয় আন্তঃগাঁথনি নাথাকিলে বাণিজ্যিক কাম-কাজ নচলে। এই বন্দৰসমূহৰ বাবদ চৰকাৰৰ খৰচ বৃদ্ধি পাইছে। গতিকে এই বন্দৰকেইটা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’

প্রেছ সচিব আলমে জনোৱা মতে আৰু চাৰিটা স্থলবন্দৰ বন্ধ কৰাক লৈও বাংলাদেশ চৰকাৰে আলোচনা অব্যাহত ৰাখিছে। এই তথ্য প্রকাশ কৰোতে আলমে নাম উল্লেখ নকৰাকৈ পূৰ্বৰ হাছিনা চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, ‘অতীতত ৰাজনৈতিক বিবেচনাত সীমান্ত অঞ্চলত স্থলবন্দৰসমূহৰ অনুমোদন দিয়া হৈছিল। কিন্তু বাস্তৱত সেই সমূহত বাণিজ্যিক কার্যকলাপ গঢ়ি নুঠে। গতিকে এইসমূহ অপ্রয়োজনীয় হৈছে।’

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনৰ হবিবগঞ্জৰ স্থলবন্দৰৰ বাহিৰে আন কোনো স্থলবন্দৰত আন্তঃগাঁথনি নির্মাণ নহ’ল। অৱশ্যে ঢাকাৰ জল পৰিবহণ মন্ত্রণালয়ৰ মতে, এই বন্দৰসমূহৰ ভাৰতৰ অংশতহে প্রয়োজনীয় আন্তঃগাঁথনি নাই। এই বন্দৰসমূহৰ ভাৰতৰ অংশত পথ যোগাযোগৰ ব্যৱস্থাও নাই বুলি ভাৰতক দোষাৰোপ কৰিছে চুবুৰীয়া দেশখনে।

উল্লেখ্য যে স্থলবন্দৰৰে ভাৰতৰ স’তে বাংলাদেশৰ একাধিক সামগ্ৰীৰ লেনদেন চলে। আনকি দেশখনে ভাৰতৰ স্থলবন্দৰ ব্যৱহাৰ কৰিয়ে ভূটান আৰু নেপাললৈও সামগ্ৰী ৰপ্তানি কৰে। অৱশ্যে যোৱা মে’ত ভাৰত চৰকাৰে স্থলপথৰে বাংলাদেশৰ বিভিন্ন পণ্য প্ৰেৰণত নিষেধাজ্ঞা আৰোপ কৰে। সম্প্ৰতি চর্চা হৈছে যে বাংলাদেশত তৈয়াৰী ৰেডিমেড পোছাক, ফলমূল, সূতা, কাঠৰ আচবাব আদি সামগ্ৰীয়ে ভাৰতৰ বজাৰত আৰু প্ৰৱেশ কৰিব নোৱাৰিব।

অৱশ্যে বাংলাদেশে এই তিনিটা স্থলবন্দৰ বন্ধ কৰা কাৰ্যই ভাৰতৰ ওপৰত কেনে প্ৰভাৱ পেলাব সেয়া স্পষ্ট হোৱা নাই। লক্ষ্যণীয় যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে শেহতীয়াভাৱে ভাৰতীয় সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে বাংলাদেশী সামগ্রীত মাথোঁ ২০ শতাংশ শুল্কহে আৰোপ কৰিছে। ইতিমধ্যে বাংলাদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক চুক্তিও স্বাক্ষৰ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BANGLADESH
publisher

publisher

Related Posts

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d