Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

বিবাহিত দম্পতীৰ বাবে উৎকৃষ্ট আঁচনি বছৰি লাভকৰিব মোটা অংকৰ পেন্সন

publisher by publisher
September 2, 2025
in Lifestyle
Reading Time: 1 min read
0
বিবাহিত দম্পতীৰ বাবে উৎকৃষ্ট আঁচনি বছৰি লাভকৰিব মোটা অংকৰ পেন্সন
1
SHARES
13
VIEWS
ShareShareShareShare

Pension plan:✒️আপুনি যদি বিবাহিত, তেন্তে আপোনাৰ বাবে এক দৰকাৰী আৰু লাভজনক চৰকাৰী আঁচনিৰ বিষয়ে আজি জনাবলৈ ওলাইছো।

ADVERTISEMENT

এই আঁচনিখনৰ নাম হৈছে প্রধানমন্ত্রী শ্রম যোগী মান-ধন বা পিএম-এছৱাইএম। অৱসৰ পৰিকল্পনাৰ বাবে অসংগঠিত খণ্ডত কাম কৰা যিকোনো বিবাহিত ব্যক্তিয়ে এই আঁচনিত বিনিয়োগ কৰিব পাৰে।

RelatedPosts

No Content Available

এই আঁচনিত বিনিয়োগকাৰীৰ ধন সুৰক্ষিত থকাৰ লগতে ন্যায্য ৰিটার্ণও পাব পৰা যায়।

দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক আর্থিক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৯৩ নৰেন্দ্ৰ মোদী চৰকাৰে এই পেন্সন আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিত বিবাহিত দম্পতীয়ে প্রতিমাহে মাত্র ২০০ টকাকৈ বিনিয়োগ কৰিলেই অৱসৰৰ সময়ত বছৰি ৭২ হেজাৰ টকা পর্যন্ত পেন্সন লাভ কৰিব পাৰে।

বিনিয়োগৰ বাবে যোগ্যতাৰ চৰ্তঃ

গৃহ পৰিচাৰক-পৰিচাৰিকা, পদপথৰ দোকানী, ইটা ভাটাৰ শ্রমিক, মুচি, ৰিক্সাচালক, ভূমিহীন শ্রমিক, হিচাপ কর্মী, নির্মাণ কর্মী, কৃষি শ্রমিক, বিড়ি কাৰখানাত কাম কৰা শ্রমিক, শিপিনী, চামৰাৰ শ্রমিক, দৃশ্য-শ্রাব্য শ্রমিক আদিকে ধৰি সেইসকল শ্রমিকে এই আঁচনিৰ সুবিধা পাব পাৰে যিসকলৰ মাহিলি আয় প্রতিমাহে ১৫,০০০ টকাতকৈ কম আৰু বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত। তদুপৰি কেৱল বিবাহিতসকলেহে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে। এই আঁচনিত বিনিয়োগৰ ক্ষেত্ৰত আন এক চর্ত এই যে নিউ পেন্সন আঁচনি বা এনপিএছ ইএছআইচি বা ইপিএফঅ’ আঁচনিত বিনিয়োগ কৰা ব্যক্তিয়ে এই আঁচনিসমূহত বিনিয়োগ কৰিব নোৱাৰিব।

কেনেকৈ পাব ৭২ হেজাৰ টকাৰ বাৰ্ষিক পেন্সন?

এই আঁচনিখনত এহাল দম্পতীয়ে প্রতিমাহে ২০০ টকাকৈ বিনিয়োগ কৰিব লাগে। অর্থাৎ এবছৰত মুঠ ১২০০ টকা দিব লাগে। ধৰি লওক দম্পতীৰ বয়স ৩০ বছৰ। গতিকে, তেওঁলোকে ৬০ বছৰ বয়সলৈকে প্রায় ৩৬,০০০ টকা সঞ্চয় কৰিব লাগিব। ৬০ বছৰ বয়সৰ পাছত দম্পতীৰ যেতিয়া অৱসৰৰ সময় হ’ব, তেতিয়া সুত সহ বার্ষিক পেন্সন হিচাপে লাভ কৰিব পাৰিব ৭২ হেজাৰ টকা।

প্রধানমন্ত্রী শ্রম যোগী মান-ধন আঁচনিৰ দুটা মূল বৈশিষ্ট্য ন্যূনতম নিশ্চিত পেন্সন:

পিএমএছৱাইএম আঁচনিৰ অধীনত প্রতিজন গ্রাহকে ৬০ বছৰ বয়সত ন্যূনতম ৩,০০০ টকাৰ পেন্সন লাভ কৰিব। পাৰিবাৰিক পেন্সন: পেন্সন লাভ কৰি থকা অৱস্থাত কোনো গ্রাহকৰ মৃত্যু হ’লে তেওঁৰ পত্নীয়ে মৃত গ্রাহকে পাবলগীয়া পেন্সনৰ ৫০ শতাংশ পৰিয়াল পেন্সন হিচাপে লাভ কৰিব। অর্থাৎ মাহে ৩০০০ টকা পেন্সন পালে পত্নীয়ে মৃত্যুৰ পাছত ১৫০০ টকা পাব। অৱশ্যে পৰিয়াল পেন্সনৰ সুবিধা কেবল পত্নীয়েহে পায়। পত্নীৰ মৃত্যু হ’লে স্বামীয়ে এই সুবিধা নাপায়।

এই আঁচনিখনত কেনেকৈ নামভর্তি কৰিব?

মবাইল নম্বৰ, বেংকৰ জমা একাউন্ট আৰু আধাৰ নম্বৰৰে এই আঁচনিখনত সহজে বিনিয়োগ কৰিব পাৰি। ইয়াৰ বাবে এজন ব্যক্তিয়ে ওচৰৰ সাধাৰণ সেবা কেন্দ্রলৈ যাব লাগিব। আধাৰ নম্বৰ আৰু বেংকৰ জমা একাউন্ট বা জন-ধন একাউন্ট নম্বৰ ব্যৱহাৰ কৰি প্রধানমন্ত্রী শ্রম যোগী মান-ধন আঁচনিত নামভর্তি কৰিব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pension plan
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d