Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কোন হ’ব উপ-ৰাষ্ট্ৰপতি? আজি নির্বাচনত ক্ৰছ ভোটিঙৰ আশা কৰিছে শাসক পক্ষই

publisher by publisher
September 9, 2025
in India, News
Reading Time: 1 min read
0
কোন হ’ব উপ-ৰাষ্ট্ৰপতি? আজি নির্বাচনত ক্ৰছ ভোটিঙৰ আশা কৰিছে শাসক পক্ষই
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: বলেৰ’–ৰেডিমিক্স ল’ৰীৰ সংঘৰ্ষত আঠ জন নিহত, ১২ জন আহত

Amravati is new capital of Andhra Pradesh:অৱশেষত স্থায়ী ৰাজধানী লাভ কৰিলে অন্ধ্র প্রদেশে

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

V-P election:✒️কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? আজি ভোট গ্ৰহণৰ পূৰ্বে ইয়াকে লৈ হিচাপ-নিকাচ আৰম্ভ হৈছে। জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগৰ পাছত উপ-ৰাষ্ট্ৰপতি নির্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈছে।

ADVERTISEMENT

একাংশ বিশ্লেষকে দাবী কৰে যে সংখ্যাবলৰ বাবেই বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থীৰ জয়ৰ পূর্ণ সম্ভাবনা আছে যদিও পূৰ্বৰ তুলনাত বিৰোধী প্রার্থীৰে ব্যৱধান হ্রাস পাব। বৃহৎ ব্যৱধানত এইবাৰ শাসক পক্ষৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা হ্রাস পাইছে বুলি চর্চা চলিছে।

সেয়েহে এনডিএৰ প্রতিটো গোট নিশ্চিত কৰিবলৈ শাসকপক্ষ সতর্ক হৈছে।সংসদৰ প্ৰতিনিধিয়ে গোপন বেলেটৰ জৰিয়তে উপ-ৰাষ্ট্ৰপতি নির্বাচন কৰে। ইয়াৰ অৰ্থ হৈছে সাংসদসকলে নিজ ইচ্ছা অনুসৰি, ভোট দিব পাৰে। অৱশ্যে পৰম্পৰাগত কথা অনুসবি, দলীয় নির্দেশ অনুসৰিয়েই ভোট দিয়ে যদিও ‘ক্রছ ভোটিং’ এক সাধাৰণ বিষয়।

উদাহৰণ স্বৰূপে ২০২২ত তিনিটা দশকৰ পাছত বৃহৎ বিজয় লাভ কৰিছিল ধনখড়ে। ইয়াৰ আঁৰত আছিল বিৰোধী পক্ষৰ পৰা অহা ভোট। অন্ধ্রপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী জগন বেড্ডীৰ বাইআৰএছ কংগ্ৰেছ আৰু ওড়িছাৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ বিজু জনতা দলৰ সমর্থন লাভ কৰিছিল ধনখড়ে। প্রায় ৭৫ শতাংশ ভোট তেওঁ লাভ কৰিছিল। এইবাৰো এনে কাণ্ড সংঘটিত হ’ব বুলি চর্চা আছে।

নম্বৰৰ খেল: বিজেপি

সম্প্রতি ৰাজ্যসভাৰ সাংসদৰ সংখ্যা ২৩৯ আৰু লোকসভাত ৭১। অৱশ্যে ওড়িছাৰ প্ৰাক্তন মুখ্যমন্ত্রী নবীন পাটনায়কৰ বিজেডি আৰু তেলেংগানাৰ চন্দ্ৰশেখৰ ৰাৱৰ বিআৰএছ ভোটদানৰ পৰা বিৰত থাকিব বুলি নিশ্চিত হোৱাত মুঠ ভোটদানকাৰী সাংসদৰ সংখ্যা ৭৭০লৈ হ্রাস পাব আৰু বিজয়ী প্রার্থীয়ে লাভ কৰিব লাগিব ৩৮৬টা ভোট।

মনকৰিবলগীয়া যে এনডিএৰ আছে ৪২৫জন সাংসদ। এই দিশলৈ চাবলৈ গ’লে বিজেপিৰ প্রার্থী মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ নিশ্চিতভাবে বিজয়ী হ’ব লাগে। শাসক দলে জগন বেড্ডীৰ বাইএছআৰ কংগ্ৰেছৰ ১১জন সাংসদৰ সমর্থন লাভ কৰিব বুলিও নিশ্চিত হৈ আছে। ইপিনে, বিআৰএছে কিয় বিৰত থাকিব বিচাৰিছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও দলীয় কিছু আভ্যন্তৰীণ বিপৰ্যয়ৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হৈছে।

ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি দলৰ মুৰব্বী কেচিআৰৰ কন্যা কে কবিতাই পদত্যাগ কৰিছে। তাকে লৈ দলৰ আভ্যন্তৰীণ বেমেজালি অব্যাহত আছে। আন এক চর্চা অনুসৰি, ৰাজ্যখনৰ জুবিলী হিল বিধানসভা সমষ্টিৰ আগন্তুক উপ-নির্বাচনৰ প্ৰতিও দৃষ্টি আছে বিআৰএছৰ।

এই সমষ্টিত মুছলমান ভোটাৰসকলে মুখ্য ভূমিকা পালন কৰে। একেদৰে বিজেডিয়ে শাসক পক্ষক সমর্থন দিব বুলি আশা কৰা হৈছিল যদিও বিগত বিধানসভা নির্বাচনত তেওঁক বুঢ়া আঙুলি দেখুওৱা বাবে দলৰ মুৰব্বী পাটনায়কে মুখ ঘূৰাইছে। যিয়ে নহওক কিয়, বিআৰএছ আৰু বিজেডিৰ সমর্থন অবিহনেও এনডিএৰ ভোট হ’ব ৪৩৬টা।

আন এক চর্চা অনুসৰি, আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিবালে বিজেপিক সমর্থন দিব পাৰে। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগীয়ে শাৰীৰিকভাবে নিগৃহীত কৰাৰ অভিযোগত দলৰ স’তে বিগত বৰ্ষৰ পৰাই সম্পর্ক ভাঙোন আৰম্ভ হৈছে মালিৱালৰ। তেওঁ বিজেপিত যোগ দিব বুলি অপপ্ৰচাৰ চলিছিল যদিও তেওঁ দলীয় পদৰ পৰা ইস্তফা দিয়া নাই। সেয়েহে মালিবালে বিজেপিক ভোট দিব পাৰে বুলিও অনুমান কৰা হৈছে।

ইয়াৰ উপৰি লোকসভাৰ সাতজন নির্দলীয় সাংসদে কাক ভোট দিব সেয়া নিশ্চিত নহয়। একেদৰে আকালী দল আৰু মিজোৰাম জেদপিএমৰ দুজনকৈ সাংসদৰ ভোটক লৈও অনিশ্চয়তা আছে। এনডিএ প্রার্থী ৰাধাকৃষ্ণণে যদি প্রতিটো প্রত্যাশিত ভোট লাভ কৰে তেন্তে তেওঁ লাভ কৰিব ৪৫৮টা। অথচ ধনখড়ে তিনি বছৰ পূৰ্বে ৫২৮টা ভোট লাভ কৰিছিল।

যিয়ে নহওক কিয় সম্মুখ সমৰত থিয় দিছে কংগ্রেছ নেতৃত্বাধীন ‘ইণ্ডিয়া’ মিত্রজোটৰ প্রার্থী বি সুদর্শন বেড্ডীয়ে। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বেড্ডীয়ে পূর্ণ সমর্থন আদায় কৰিব পাৰিলে ৩২৪টা ভোট লাভ কৰিব। ২০২২তকৈ এইবাৰৰ নিৰ্বাচন অধিক কঠিন হ’ব কিয়নো সম্প্রতি বিৰোধী শিবিৰত আছে পূৰ্বতকৈ অধিক সাংসদ।

বিগত বৰ্ষৰ লোকসভা নির্বাচনত বিৰোধীয়ে শক্তি অৰ্জন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে বাস্তৱত বেড্ডী জয়ী হোৱাৰ এই মুহূৰ্তলৈ কোনো ৰেহৰূপ নাই। বিৰোধীৰ এশ শতাংশ সাংসদে ভোট দিলেও শাসকীয় প্রার্থীৰ পৰা কমেও এশ-১৩৫টা ভোটৰ ব্যৱধানত অবস্থান কৰিব ৰেষ্ট্ৰীয়ে। বিআৰএছ আৰু বিজেডিৰ সাংসদে যদি কিবা কাৰণত তেওঁক ভোট দিয়ে তথাপি বিজয়প্ৰাপ্তিৰ পৰা বিৰত থাকিব ৰেঙী।

মালিবাল আৰু নির্দলীয় সাংসদসকল আনকি বাইএছআৰ কংগ্ৰেছে ভোট দিলেও ৭০টা ভোটত পিছপৰি থাকিব ৰেঙী। ইপিনে, ৰাজ্যসভাত বিৰোধী শিবিৰৰ কমেও ১৫০টা ভোট লাভ কৰিব বুলি এনডিএৰ মাজত চর্চা চলিছে।

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হ’ব নির্বাচন আয়োগৰ পৰ্যবেক্ষণত। আয়োগে নিয়োগ কৰিব ৰিটার্ণিং বিষয়া। প্রার্থীয়ে ২০জন প্রস্তাৱক আৰু ২০জন সমর্থক সাংসদৰ স্বাক্ষৰৰে দাখিল কৰিব পাৰিব বৈধ মনোনয়ন। ১৫ হেজাৰ টকাৰ আমানতৰ ধনো জমা দিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Andhra PradeshVP election
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d