Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Amravati is new capital of Andhra Pradesh:অৱশেষত স্থায়ী ৰাজধানী লাভ কৰিলে অন্ধ্র প্রদেশে

ৰাজ্য খনৰ নতুন ৰাজধানী অমৰাৱতী হ'ব বুলি এক্স হেণ্ডেলৰ জৰিয়তে ঘোষণা মুখ্যমন্ত্রী চন্দ্ৰবাবু নায়ডুৰ

publisher by publisher
April 7, 2026
in National, News
Reading Time: 1 min read
0
Amravati is new capital of Andhra Pradesh:অৱশেষত স্থায়ী ৰাজধানী লাভ কৰিলে অন্ধ্র প্রদেশে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: বলেৰ’–ৰেডিমিক্স ল’ৰীৰ সংঘৰ্ষত আঠ জন নিহত, ১২ জন আহত

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

মধ্যপ্ৰদেশৰ পাছত এইবাৰ অন্ধ্ৰপ্ৰদেশ!

Amravati is new capital of Andhra Pradesh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–দক্ষিণ সৰ্ববৃহৎ ৰাজ্য অন্ধ্রপ্রদেশে অৱশেষত লাভ কৰিলে স্থায়ী ৰাজধানী ৷ ৰাজ্য খনৰ স্থায়ী ৰাজধানী অমৰাৱতী হিচাপে ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যানে এই ঘোষণাৰ তথ্য তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে। মুখ্যমন্ত্ৰী নাইডুৱে এই সিদ্ধান্তৰ অধিসূচনা এক্সত শ্বেয়াৰ কৰি লিখিছে যে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হ’ব অমৰাৱতী।

ADVERTISEMENT

উল্লেখযোগ্য যে শেহতীয়াকৈ সংসদৰ বাজেট অধিৱেশনৰ সময়ত অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৬ দুয়োটা সদনত সংখ্যাগৰিষ্ঠতাৰে গৃহীত হয়।
ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ ৭ম বৃহত্তম ৰাজ্য অন্ধ্ৰ প্ৰদেশে প্ৰায় ১২ বছৰ অপেক্ষাৰ অন্তত ৰাজধানী লাভ কৰিছে। ২০১৪ চনৰ ২ জুনত তেলেংগানা পৃথক ৰাজ্য হোৱাৰ পাছত হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা দুয়োখন ৰাজ্যৰ যৌথ ৰাজধানী আছিল। অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন সংশোধনী আইন, ২০২৬ অনুমোদনৰ পিছত ২০২৬ চনৰ ২ জুনৰ পৰা অমৰাৱতী অন্ধ্ৰ প্ৰদেশৰ স্থায়ী ৰাজধানী হ’ব।

স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে সংসদত এখন নিৰ্দিষ্ট বিধেয়ক উত্থাপন কৰি এখন বিশেষ চহৰক এখন ৰাজ্যৰ স্থায়ী ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে। এই বিধেয়কখনে অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন আইন, ২০১৪ৰ ৫ নং ধাৰা সংশোধন কৰিছে৷ যিয়ে প্ৰথমে হায়দৰাবাদক ১০ বছৰতকৈ অধিক সময়ৰ বাবে যৌথ ৰাজধানী হিচাপে নিৰ্ধাৰণ কৰিছিল।

সোমবাৰে ভাৰত চৰকাৰে গেজেট অধিসূচনা জাৰি কৰে। মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ঘোষণা কৰে যে, “অমৰাৱতী অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী।” এই বৃহৎ পৰিৱৰ্তনৰ পিছত যুৱক-যুৱতীসকলৰ বাবে সাধাৰণ জ্ঞান (GK) উদ্দেশ্যে ভাৰতীয় ৰাজ্য আৰু ইয়াৰ ৰাজধানীসমূহৰ নতুন তালিকা আগবঢ়োৱা হ’ল।

মন কৰিবলগীয়া যে অমৰাৱতীক অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা ১২ বছৰ ধৰি চলি আছিল। ২০১৫ চনত তেলেগু দেশম পাৰ্টিৰ শাসন কালত এই দাবী উত্থাপন হৈছিল। ২০১৯ চনত ৱাই এছ আৰ চি পি ক্ষমতালৈ অহাৰ পিছত অমৰাৱতীত সকলো প্ৰকল্প স্থগিত ৰখা হৈছিল।২০২৪ চনত টি ডি পি নেতৃত্বাধীন এন ডি এ পুনৰ ক্ষমতালৈ অহাৰ পিছত অমৰাৱতীক একমাত্ৰ আৰু স্থায়ী ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু যোৱা বছৰ প্ৰকল্প পুনৰ আৰম্ভ কৰা হৈছিল। সংসদত মুঠ ৩৫জন সাংসদৰ বিতৰ্কৰ অন্তত ২ এপ্ৰিলত এই বিধেয়কখনে চূড়ান্ত অনুমোদন লাভ কৰে। শেহতীয়াকৈ ৰাজ্যসভা আৰু লোকসভাত অনুমোদন লাভ কৰা হৈছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ পিছত অমৰাৱতীঅন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈ পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmravatiAndhra Pradeshannounced cm n chandrababu Naidunew capital
publisher

publisher

Related Posts

কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী
Assam

November 2, 2026
আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক
International

তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d