Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Horrific murder in Sipajhar :ছিপাঝাৰৰ নাৰিকলিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত

পত্নী-পুত্রক হত্যা কৰি স্বামী দীপক নাথে চৰমপন্থা লোৱাৰ সন্দেহ, ঘৰৰ চাদত উদ্ধাৰ ঘটনাত ব্যৱহ্ত চোকা জাতীয় অস্ত্ৰ, আৰক্ষী- ফৰেনছিকৰ মাৰাথান তদন্ত

publisher by publisher
September 12, 2025
in News, Assam, Crime
Reading Time: 1 min read
0
Horrific murder in Sipajhar :ছিপাঝাৰৰ নাৰিকলিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত
1
SHARES
9
VIEWS
ShareShareShareShare

Horrific murder in Sipajhar :

ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ থকা অপৰাধমূলক ঘটনাৱলীক লৈ ৰাইজ উদ্বিগ্ন হৈ থকাৰ মাজতে বৃহস্পতিবাৰে নিশা দৰং জিলাৰ ছিপাঝাৰৰ নাৰিকলিত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ড জোকাৰি যায় সমগ্ৰ ছিপাঝাৰ ৷অচিনাক্ত দুর্বৃত্তই ঘৰতে এটা তিনিজনীয়া পৰিয়ালক নিঃশেষ কৰে। নাৰিকলি গাঁৱৰ নিৱাসী তথা লাটমণ্ডল দীপক নাথ (৫২), তেওঁৰ পত্নী প্রতিমা নাথ (৪০) আৰু তেওঁলোকৰ পুত্ৰ ধৃতিৰাজ নাথ (১২)ক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰি দুর্বৃত্তই নির্বিঘ্নে আঁতৰি যায়। মাতৃ-পুত্ৰৰ ক্ষত-বিক্ষত মৃতদেহ শোৱনি কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে নাথৰ নিথৰ দেহ চোতালত উদ্ধাৰ হয়। মৃত ধৃতিমান বাইহাটা চাৰিআলি ডিপিএছৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল।

ADVERTISEMENT

নিশাই দণ্ডাধীশসহ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তিনিজনীয়া পৰিয়ালটোক তেজেৰে লুতুৰি-পুতুৰি হৈ নিথৰ হৈ পৰি থকা অৱস্থাত প্রথমে প্রত্যক্ষ কৰে দীপক নাথৰ এজন ভ্রাতৃয়ে। তেতিয়া সন্ধিয়া হৈছিল। তেওঁ জনোৱা মতে, ককায়েকৰ ঘৰলৈ গাখীৰ আৰু কিছু পৰিমাণৰ মাহ-প্ৰসাদ দিবলৈ আহি ককায়েকৰ ঘৰত উপস্থিত হৈ তেওঁ ককায়েক-বৌৱেক আৰু ভতিজাকক মৃত অৱস্থাত উদ্ধাৰ কৰে। এই সম্পর্কত লোকজনে আৰু কয়, ‘দিনৰ দুই বজাত মই বৌলৈ ফোন কৰো। তেওঁ ফোন নধৰিলে। তেওঁ শুই থকা বুলি ভাবিলো।

RelatedPosts

Horrific murder in Patacharkusi:পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড

Swine flu outbreak:ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱত আতংকিত গাহৰি পালক

Narikali Murder Incident Update: নাৰিকলিৰ তিনিজনীয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য !

ককাইদেউ কর্মস্থলীত থকা আৰু ভতিজা স্কুলত থকা বুলি ভাবিলো। গতিকে মই গাখীৰ দিবলৈ ককাইদেউৰ ঘৰলৈ যাবলৈ সিদ্ধান্ত লওঁ। ঘৰৰ ওচৰৰ এক মাংগলিক অনুষ্ঠানৰ পৰা অনা কিছু পৰিমাণৰ তেওঁলোকলৈ বুলি লগত লওঁ।’ জ্যেষ্ঠ ভ্রাতৃৰ ঘৰৰ সন্মুখত উপস্থিত হোৱাৰ পাছত মটৰ চাইকেলৰ হৰ্ণ বজোৱাৰ পাছতো ভিতৰৰ পৰা কোনো ওলাই নহাত চৌহদত প্ৰৱেশ কৰি তেওঁ প্রথমে চোতালত ককায়েকৰ নিথৰ দেহ প্রত্যক্ষ কৰে।

পাছত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ বৌৱেক আৰু ভতিজাকৰ নিথৰ দেহ দেখে বুলি জানিবলৈ দিয়ে। পাঁচ বছৰ পূর্বে ককায়েকে এই ঘৰ নিৰ্মাণ কৰে বুলি লোকজনে জনায়। ঘটনাটো হত্যাকাণ্ড বুলিয়ে তেওঁ সন্দেহ কৰিছে। ককায়েকৰ ঘৰৰ চিচি টিভি বিকল হৈ থকা বুলিও তেওঁ জানিবলৈ দিয়ে। সূত্ৰৰ মতে, বৃহস্পতিবাৰে নাথৰ পুত্ৰ ধৃতিৰাজ স্কুললৈ যোৱা নাছিল। গতিকে ঘটনাটো দিনতে সংঘটিত হ’ব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। একেদৰে স্থানীয় লোকেও তিনিজনীয়া পৰিয়ালটোক দুর্বৃত্তই হত্যা কৰি নিৰ্বিঘ্নে উধাও হয় বুলি সন্দেহ কৰিছে।

আনহাতে, একাংশই ঘটনাটো পাৰিবাৰিক অশান্তিৰ ফল হ’ব পাৰে বুলিও সন্দেহ কৰিছে। অৱশ্যে নাথৰ ভ্ৰাতৃয়ে জনোৱা মতে, তেওঁৰ ককায়েকৰ পৰিয়ালত বিশেষ কোনো কাজিয়া-পেচাল নাছিল। ককায়েকে অৱসৰ গ্ৰহণ কৰিবলৈ পাঁচ বছৰ আছিল বুলি তেওঁ জনায়। দীপক নাথ তেওঁলোকৰ তিনি ভাই-ককাইৰ জ্যেষ্ঠ আছিল। উল্লেখ্য যে দীপক নাথৰ প্ৰকৃত ঘৰ নাৰিকলিৰ নিকটৱৰ্তী পূর্ণিয়া গাঁৱত। পাছত তেওঁ পৰিয়ালসহ নাৰিকলিলৈ আহি গাঁওখনত এটা তিনি মহলীয়া বাসগৃহ নিৰ্মাণ কৰি স্থায়ীভাৱে বাস কৰিবলৈ লয়।

# আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত আহিছে ন ন তথ্য

নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড পিছতে ঘটনাস্থলীত আৰক্ষী- দণ্ডাধীশ উপস্থিতিৰ পিছত শুকুৰবাৰে ফৰেনছিকৰ তদন্তকাৰী দলে ঘৰৰ চৌহদ আৰু কোঠালিত তন্নতন্নকৈ পৰীক্ষা আৰম্ভ কৰে ৷ আনহাতে তদন্তত আৰক্ষীয়ে ঘৰটোৰ চাদত উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহ্ত দা’ খন ৷ সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত যদিও আৰক্ষীৰ সন্দেহ পত্নী-পুত্রক হত্যা কৰি স্বামী দীপক নাথে চৰমপন্থা লৈছিল ৷ অৱশ্যে মৰনোত্তৰ পৰীক্ষাৰ সমান্তৰালভাৱে আৰক্ষীৰ ক্ষীপ্ৰ তদন্ততহে উদ্ঘাটন হ’ব সমগ্ৰ ঘটনাৱলী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Horrific MurderHusband -Wife killedPolice InquirySipajharson killed
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d