Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Narikali Murder Incident Update: নাৰিকলিৰ তিনিজনীয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য !

ঘটনাত ব্যৱহৃত খুকুৰি উদ্ধাৰ

publisher by publisher
September 13, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Narikali Murder Incident Update: নাৰিকলিৰ তিনিজনীয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

Horrific murder in Sipajhar :ছিপাঝাৰৰ নাৰিকলিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত

Narikali Murder Incident Update:

ছিপাঝাৰৰ নাৰিকলিৰ দীপক নাথৰ তিনিজনীয়া পৰিয়ালৰ হত্যাকাণ্ডৰ ৰহস্য উন্মোচন হোৱা নাই। লোমহর্ষক কাণ্ডটোৰ তদন্ত অব্যাহত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। শুকুৰবাৰে আৰক্ষীয়ে নাথৰ ঘৰৰ চতুৰ্থ মহলাৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এখন খুকুৰি উদ্ধাৰ কৰে। লগতে নাথৰ ম’বাইল ফোন আৰু তেওঁৰ এযোৰ ছেণ্ডেল আৰু তদন্তকাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি নিয়ে। উল্লেখ্য যে কালি ঘৰতে নাথ, তেওঁৰ পত্নী প্রতিমা নাথ আৰু তেওঁলোকৰ পুত্র দীপক নাথক দুর্বৃত্তই হত্যা কৰে। আৰক্ষী সূত্রই প্ৰকাশ কৰা অনুসৰি, নাথৰ মৃতদেহ চোতালত পৰি থকা অৱস্থাত আৰু তেওঁৰ পত্নী-পুত্ৰৰ মৃতদেহ ঘৰৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয়। নাথৰ শৰীৰত আঘাতৰ চিন নাছিল যদিও তেওঁৰ মুখৰে তেজ নিগৰি আছিল।

ADVERTISEMENT

কালি ঘটনাস্থলীত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও হত্যাকাণ্ডত ব্যৱহৃত কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাছিল। ঘটনাস্থলীত উপস্থিত হৈ অসম আৰক্ষীৰ মহা-পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ প্রকাশ কৰে। ঘটনাটোক হত্যাকাণ্ড বুলিয়ে ধৰি লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও বৰুৱাই জনায়। উল্লেখ্য যে কালি আৰক্ষীয়ে প্রশিক্ষিত কুকুৰ লৈও ঘটনাস্থলীত তদন্ত কৰে যদিও হত্যাত ব্যৱহৃত সামগ্রী উদ্ধাৰ হোৱা নাছিল।

পাছত আজিহে হত্যাত ব্যৱহৃত খুকুৰিখন আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে, জব্দকৃত সামগ্ৰীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব। স্থানীয় ৰাইজে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। উল্লেখ্য যে ৫৫ বছৰীয়া দীপক নাথ ৰাজ্যিক ৰাজহ বিভাগৰ কৰ্মচাৰী (মণ্ডল) আছিল। তেওঁৰ প্ৰকৃত ঘৰ নাৰিকলিৰ নিকটৱৰ্তী পুনিয়া গাঁৱত আছিল। কিছু বছৰ পূৰ্বে তেওঁ নাৰিকলিলৈ আহি গাঁওখনত এটা প্রাসাদোপম ঘৰ নিৰ্মাণ কৰি স্থায়ীভাৱে বাস কৰিবলৈ লয়।

ইপিনে, পৰহি তিনিওৰে মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পাছত দীপক নাথৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি সূত্রই জনায়। তেওঁৰ পত্নী-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়তে ৰখা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narikali Murder IncidentPolice Inquirysipajhar policeupdate
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d