Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমাজবাদী-বামপন্থী-ধর্মহীন-জাতিহীন জুবিনৰ শেষ বিদায়ত ধৰ্ম-বর্ণহীন সমাজৰে ছবি

publisher by publisher
September 24, 2025
in Assam, News
Reading Time: 1 min read
0
সমাজবাদী-বামপন্থী-ধর্মহীন-জাতিহীন জুবিনৰ শেষ বিদায়ত ধৰ্ম-বর্ণহীন সমাজৰে ছবি
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️শূন্য হৃদয়, ভগ্ন মন আৰু বহু আবেগ চিন্তা বুকুত বান্ধি মঙলবাৰে জুবিন গাৰ্গৰ চিতাথলীৰ পৰা উভতিল অনুৰাগী। কায়িকভাবে সোণাপুৰৰ কমাৰকুছিৰ জুবিনৰ সমাধিস্থলত উপস্থিত থাকিব নোৱাৰিলেও অসমবাসী আৰু দেশৰ বহুজনেই মানসিক-আত্মিকভাবে উপস্থিত আছিল জনতাৰ কথা কোৱা শিল্পীজনৰ শেষকৃত্যত। চকুলো টুকি হেজাৰ হেজাৰ অনুৰাগীয়ে বিদায় দিলে প্ৰাণৰ শিল্পীজনক।

ADVERTISEMENT

‘যেন ঘৰৰ কোনোবা চিৰদিনলৈ নোহোৱা হ’ল’, ‘এনে সাহসী মানুহ এই জনমত কিয়, কোনো জনমতে নোলাব, জুবিনদাই একমাত্র’, ‘বহুদিনলৈ আৰু গান শুনিব নোৱাৰিম, বুকুখন বিষাব’, ‘তেওঁৰ মৃত্যুৰ দিনাৰ পৰা আজিলৈ ভাত খাব পৰা নাই, মনটো শান্তি হ’লেহে চাগৈ এসাঁজ ভাত খাব পাৰিম’, ‘জুবিনদাক কিদৰে মনত ৰাখিম। তেওঁৰ গান শুনি আৰু তেওঁৰ কথাবোৰ মনত ৰাখি’, ‘চেষ্টা কৰিম যাতে তেওঁ ভালপোৱা মানবপ্রেম উথলি উঠা কিবা এটা যাতে কৰিব পাৰো’- এনে বিভিন্ন হুমুনিয়াহ ভৰা ভাষ্যৰে আজি অনুৰণিত হয় সোণাপুৰৰ সমাধিস্থলী।

কিহৰ বাবে, কি তাড়নাত জুবিন গাৰ্গৰ মৃত্যু শোকত ভাগি পৰিছে বিশাল জনতা। যি দৃশ্য পৃথিবীয়ে দেখিছিল পপ তাৰকা মাইকেল জেকছনৰ দৰে শিল্পীৰ মৃত্যুত। তাৰ পাছতে আজি জুবিনৰ মৃত্যুৰ পাছত জনতাৰ এনে শোকৰ সাগৰ প্রত্যক্ষ কৰিলে বিশ্ববাসীয়ে। জুবিন কেরল এজন গায়ক, সংগীত ব্যবস্থাপক, অভিনেতা, পৰিচালকেই নাছিল, তেওঁ সর্বোপৰি আছিল এজন মানবতাবাদী। মানবপ্রেমে আজি জুবিনক এই উচ্চস্তৰলৈ লৈ গ’ল। বিশ্ব ইতিহাসত বাণী এলিজাবেথ, ৰাজকুমাৰী ডায়েনা, পপ ফ্রান্সিস আদিৰ মৃত্যুত এনে বিশাল জনসমাবেশ দেখা গৈছিল। সীমাৰ পৰিধি ভাঙি জুবিনৰ সংগীতে লক্ষ লক্ষ লোকক প্রভাবিত কৰিছে আৰু বিশ্বতে পৰিচিত কৰাইছে অসমক।

‘কিহৰ বাবে জুবিনৰ প্ৰতি এই অনুৰাগ-এই বিশাল প্রেম।’ এই প্রশ্ন বিভিন্নজনৰ মনত উদ্বেলিত হোৱাটো অস্বাভাবিক নহয়। জুবিনে কৈছিল-মোৰ কোনো জাতি নাই, ধর্ম নাই, ভগৱান নাই, মই মুক্ত আৰু কৈছিল যে মই এজন সমাজবাদী-বাওঁপন্থী। অর্থাৎ জুবিনৰ আছিল এক প্রতিষ্ঠান বিৰোধী সত্তা আৰু বিদ্রোহী মন, যাৰ প্রতিফলন তেওঁৰ বিভিন্ন ভাষ্যৰ জবিয়তে মুকলিভারে প্রকাশিত হৈছে। সেই বাবেই জুবিন একক আৰু অনন্য। জুবিনৰ মৃত্যুত লক্ষ লক্ষ লোক আজি সেয়েহে দিশহাবা হৈছে। শূন্য মন-বিক্ত হৃদয়খন কোনে পূৰাব তাৰ উত্তৰ বিচাৰিছে। জুবিন গাৰ্গক অমৰ হওক, তেওঁৰ গীত, তেওঁৰ জীৱন আৰু তেওঁৰ মানৱপ্রেম অসমীয়াই সদায় হৃদয়ত কঢ়িয়াব।’ আজি সোণাপুৰত শেষকৃত্যত অংশ ল’বলৈ অহা একাংশই এইদৰেও কয়।

এজন গাড়ীচালকে কয়, ‘এইকেইদিন একো কাম কৰা নাই, জুবিনদাৰ নামতে উৎসর্গা কৰিছো। এনেকুৱা এজন সাহসী লোক দ্বিতীয়বাৰ জনম নহয়। আমাৰ বাবে তেওঁ আছিল সাহস আৰু তেওঁৰ গীত আছিল আমাৰ ভাগৰুৱা জীৱনৰ মৌকোঁহ।’ আজি সোণাপুৰৰ সমাধিস্থল নানা জাতি, ধর্ম, বর্ণ, ভাষা-ভাষী লোকৰ এক মিলনথলীলৈ পৰিণত হয়। এনে এক পৰিৱেশ যি প্রকৃতার্থত জুবিন গার্গে বিচাৰিছিল। এনে এক সমাজে আজি চকুলো টুকি তেওঁক দিলে চিৰ বিদায়।

মহানগৰীৰ গণেশগুৰিৰ পৰা সোণাপুৰলৈ খোজ কাঢ়িলে মাতৃ-কন্যাই

অগণন অনুৰাগীয়ে আজি বহু দীঘলীয়া বাটকুবি বাই উপস্থিত হৈছিল সমাধিস্থলীত। মহানগৰীৰ গণেশগুৰি অঞ্চলৰ বাসগৃহৰ পৰা জুবিনৰ শেষ যাত্ৰাত অংশ ল’বলৈ পুরা পাঁচ বজাতে যাত্রা আৰম্ভ কবে এহাল মাতৃ-কন্যাই। প্রায় ছঘন্টা খোজকাঢ়ি তেওঁলোক উপস্থিত হয় সমাধিস্থলীত। প্ৰখৰ ৰ’দক নেওচি এইদৰে খোজকাঢ়ি সোণাপুৰত উপস্থিত হোৱাৰ পাছত স্বাভাবিকতে কিছু অসুস্থ অনুভৱ কৰিছিল কন্যা নির্মালীয়ে। শিক্ষার্থীগৰাকীয়ে কয়, ‘খুব বেয়া লাগিছে জুবিনদাৰ কাৰণে। আমি খবৰটো শুনাৰ লগে লগে একেবাৰে ভাঙি পৰিছিলো, বিশ্বাসেই হোৱা নাছিল। তেওঁক বহুবাৰ লগ পাইছিলো। ইমান সুস্থ আছিল, হঠাতে এই ঘটনাটো হৈ গ’ল বিশ্বাসেই কৰিব পৰা নাই। আমি জুবিন গাৰ্গৰ য’তেই কাৰ্যসূচী থাকে তালৈকে যাঁও। খানাপাৰা, বেলতলা, হেঙেৰাবাৰী য’তেই নহওঁক কিয়, তাতেই যাওঁ। আজিৰ পৰা চব এইবোৰ শেষ হৈ গ’ল।’ পুনৰ কয়, ‘তেওঁৰ শেষ সময়খিনি চাব আহিছো। গণেশগুৰিৰ পৰা আমি খোজকাঢ়ি আহিছো। ছঘণ্টামান সময় লাগিল। ইমান খোজ কেতিয়াও কাঢ়ি পোৱা নাই। সেই কাৰণে মোৰ মুৰ ঘুৰাইছে, বহুত গৰম। তথাপিও তেওঁক যে দেখিলো সেয়াই শান্তি। তেওঁৰ আত্মাই শান্তি পাওঁক, তেওঁ অমৰ হওঁক। জয় জুবিন দা।’

আমাক ন্যায় লাগে

জুবিন গাৰ্গৰ মৃত্যু এতিয়া এক বহস্যঘন পৰিৱেশৰ মাজত সোমাই পৰিছে। আজি স্বাভাবিকতে এই বিষয়বোবো চর্চিত হয়। এজন অনুৰাগীয়ে কয়, ‘তেওঁ একেবাৰে অসুস্থ আছিল। দিল্লী বিমানকোঠত আমি তেওঁক দেখিছো যে একেবাৰে অসুস্থ। তাব পাছত তেওঁক কিয় লৈ যোৱা হ’ল। আমাক ন্যায় লাগে। তেওঁ এইদৰে অকস্মাৎ মৰি যোৱা মানুহ নহয়। কাহানিও উভতি নহা বাটেৰে কোনে লৈ গ’ল জুবিনদাক আৰু কিয় লৈ গ’ল তাৰ উত্তৰ আমাক লাগে। তেওঁৰ স’তে কিবা নহয় কিবা অন্যায় হৈছে।’ এগৰাকী মাতৃয়ে কয়, ‘ময়ো বৰ ব্যথিত হৈছো। মোৰ ছোৱালীয়ে খবৰটো শুনাৰ পাছৰে পৰা ভাত-পানী খোৱা এৰি দিছে। কেৱল কান্দিয়ে আছে। তাই যেতিয়াৰে পৰা গান বুজি পাইছিল তেতিয়াৰে পৰা কেৱল জুবিনৰ গানে শুনে। তাই নাচিব জানে, আমি যিমান জুবিনৰ অনুষ্ঠান থাকে কেতিয়াও বাদ নিদিওঁ। তাইকো জুবিনে চিনি পায়। মহানগৰীৰ এখন মঞ্চত তাই এবাৰ নাচিছিল আৰু তেতিয়া জুবিনে বহুত উৎসাহ দিছিল।’ স্কুলীয়া ছাত্ৰীগৰাকীয়ে কয়, ‘জুবিনদাই মোক বহুত উৎসাহ দিছিল-মৰম কৰিছিল। বহুত ভাল লাগিছিল। তেওঁৰ গান সদায় আমাৰ লগত আছে। তেওঁৰ যিমানখিনি ফটো আৰু স্মৃতি আমাৰ ম’বাইলত সাঁচি থোৱা আছে, বুকুতো আছে আৰু গোটেই জীবন থাকিব।’

জুবিনদাৰ বাবেই আমি

প্ৰখৰ ৰ’দত আজি বহুজনেই মুৰ ঘূৰাই পৰিছিল, অসুস্থ হৈছিল বহু পুৰুষ-মহিলা। এম্বুলেঞ্চৰ শব্দ আৰু সমাধিস্থলী অনুৰাগীৰ জুবিন জয়ধ্বনি একাকাৰ হৈছিল। তৃষ্ণাতুৰ সহস্ৰজনৰ পিয়াহ পলাবলৈ কে’বাজনো যুবক-যুবতী আৰু সংস্থা আদিয়ে পানী বিলাইছিল। এইসকলৰ ভিতৰত আছে গোলাঘাটৰ পৰা অহা সঞ্জীৱনী আৰু তেওঁৰ পৰিয়ালৰ লোকসকল। জুবিন গাৰ্গৰ বতৰা পোৱাৰ লগে লগে গোলাঘাটৰ পৰা মহানগৰীলৈ অহা এইসকল অনুৰাগী বিগত চাৰিদিনে খোরা পানীৰ বটল-বিস্কুট বিতৰণ কৰি আহিছে। সৰুসজাইৰ পাছত আজি সোণাপুৰৰ কমাৰকুছিতো প্ৰখৰ ৰ’দক আওকাণ কৰি পানী বিলায়। সঞ্জীবনীয়ে কয় যে তেওঁ আৰু তেওঁৰ স্বামী তথা ককায়েকে দুখৰ খবৰটো পোৱাৰ লগে লগে গুৱাহাটীলৈ আহে। তেওঁ কয়, ‘মই, মোৰ দাদা দেবাংগ আৰু মোৰ স্বামী অমিত সিং, আমি তিনিওজনে জুবিনদাক ইমানেই ভাল পাওঁ যে তেওঁৰ বাবে একো নকৰাকৈ শান্তিবে থাকিব নোৱাৰিম। তেওঁ মানৱতাৰ বাবে ইমান কৰি থৈ গ’ল, আমি যদি সামান্য অৱদানো আগবঢ়াব পাবো তেতিয়া অন্ততঃ এনেকুৱা লাগিব যেন ওপৰৰ পৰা জুবিনদাৰ আত্মাই চাই থাকে তেন্তে তেওঁ যে এক শতাংশ হ’লেও শান্তি পাব যেন। সেই ভাবিয়েই আহিছো।’

শেষকৃত্যত অংশগ্ৰহণৰ বাবে যোৱা নিশাৰ পৰাই মানুহ জমা হৈছিল সমাধিস্থলীত। এজন-দুজনকৈ ক্রমশঃ বাঢ়ে ভিৰ। আনকি গছৰ ওপৰত উঠিও শেষ বিদায়ৰ দৃশ্য প্রত্যক্ষ কৰিছিল বহু অনুৰাগীয়ে। আকাশত উৰিছিল ড্র’ন, এসময়ত আৰক্ষীৰ টোপধ্বনি আৰু জনতাৰ গীতত একাকাৰ হয় সোণাপুৰৰ আকাশ-বতাহ।

শেষ বিদায়ৰ পাছতহে গ্রহণ কৰিব অন্ন

নলবাৰীৰ ধমধমাৰ পৰা অহা মহিলাগৰাকীয়ে জুবিনৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছৰে পৰা ভাত-পানী ভালদৰে খাব পৰা নাই। তেওঁ কয়, ‘মই কেৱল জুবিনৰে গান শুনো। কন্যা মন্টিয়েও শুনে। কি ক’ম আৰু, আজি ভাষা নাই। নিজৰ ঘৰৰ মানুহ ঢুকুওৱাৰ দৰে লাগিছে। মই খবৰটো শুনাৰ পাছত দুদিন লঘোণে আছিলো। এতিয়াও আমিষ আহাৰ গ্রহণ কৰিব পৰা নাই। কেইদিনমান পাৰ হওক। মনটো ভাল লাগিলে চাগৈ খাব পাৰিম। বহুত অশান্ত হৈছিল আমাৰ মন। জুবিনৰ গান, সংগীতৰ সমতুল্য আন কোনো হ’ব নোৱাৰে আৰু ভবিষ্যতেও নহ’ব। প্রিয় গানৰ ভিতৰত আছে, ‘মায়াবিনী ৰাতিৰ বুকুত…’ আৰু ‘দিনে প্রতিদিনে…’।

আশা হেৰুৱাই পেলাইছো

সমাধিস্থলীত এগৰাকী যুৱতীয়ে কয়, ‘আশা হেৰুৱাই পেলাইছো। নব প্ৰজন্মৰ মাজৰ পৰা আৰু যে কোনোবা এজন জুবিন ওলাব সেয়া আশা নকৰো আৰু নিবিচাৰো। ভাষাবে বুজাব নোৱাৰো তেওঁৰ মহানতা। এনেকুৱা লাগিছে যেন ঘৰৰ কোনোবা চিৰদিনলৈ হেৰাই গ’ল।’ এগৰাকী আৰক্ষীয়ে কয়, ‘বহুদিন আৰু গান শুনিব নোৱাৰিম। বুকুখন বিষাব।’ কর্তব্যৰত কেইজনমান আৰক্ষী জোৱানে কয় যে জুবিন গাৰ্গৰ শেষ বিদায়ত কর্তব্যত নিয়োজিত হ’ব পৰাটো তেওঁলোকৰ বাবে সৌভাগ্য।

কেৱল মানুহ আৰু মানুহ

যোৱা নিশাৰে পৰা সমাধিস্থলীৰ ওচৰে-পাঁজবে জমা হৈছিল অনুৰাগী। কালি সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পৰ পৰা সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীলৈ ফুলসজ্জিত নম্বৰদেহ কঢ়িয়াই নিয়াৰ সময়ত মটৰ চাইকেলবে সমদল কৰি নিয়াৰ সময়ত প্ৰখৰ ৰ’দক নেওচি সমদল কৰি যায় কে’বা সহস্রাধিক অনুৰাগী। জুবিনে কৈছিল, ‘মই যেতিয়া মৰিম, তেতিয়া অসমে এই গানটো গাব লাগিব।’ এই গানটো হৈছে এইকেইদিন বিভিন্ন অনুৰাগীৰ মুখত উচ্চাৰিত হৈ থকা ‘মায়াবিনী ৰাতিৰ বুকুত…’ আজি চিৰবিদায় দিয়াৰ সময়তো অনুৰাগীয়ে গালে এই গীতটি। আনকি কৰ্তব্যৰত আৰক্ষী বিষয়ায়ো চম্ভালিব নোৱাৰিলে আবেগ। এই গীত গাই কান্দি উঠিল আৰক্ষীও। বৈদিক মন্ত্রোচ্চাবণ, মায়াবিনী নিশাৰ বুকুত… গীতৰ সমবেত চাৰণৰ মাজৰে দাউদাউকৈ জ্বলি উঠে জুবিনৰ চিতা।

চিতাৰ জুই জ্বলি উঠাৰ লগে লগে জুবিনদা অমৰ হওক ধ্বনিবে বিধৌত হয় সমাধিস্থলী। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, মন্ত্রী অতুল বৰা, বিৰোধী দলপতি দেবব্রত শইকীয়া, কেন্দ্রীয় মন্ত্রী কিৰেণ বিজিজু, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দৰে ভিআইপিৰ সমাবেশ ঘটাৰ সমান্তৰালভাবে সাধাৰণ জনতা-সমাজৰ দৰিদ্র-অবহেলিত শ্রেণীব লোকেও অংশ লৈছিল। জুবিনৰ মৰমৰ চাৰিটা কুকুৰ কিক’, ডিয়া, বেম্ব’ আৰু মায়াকো অনা হৈছিল সমাধিস্থলীলৈ। তদুপৰি জুবিনৰ পত্নী গৰিমা গাৰ্গ, পিতৃ কপিল বৰঠাকুৰসহ পৰিয়ালৰ সদস্যসকল, পাপন অংগৰাগ মহন্ত, জুবলি বৰুৱা, যতীন বৰা, বিপিন চাওদাং আদিকে ধৰি বিভিন্ন শিল্পীৰ লগতে আছু, এবছু, আক্রান্থ, তাই আহোম ছাত্র সস্থা, কার্বি সমাজ আদিৰ প্রতিনিধিও উপস্থিত থাকে।

মূর্ছা গ’ল বহুজন

পুৱাৰ প্ৰখৰ ৰ’দত প্রিয় শিল্পীক শেষ বিদায় দিবলৈ অপেক্ষাৰত অনুৰাগী আজি সমাধিস্থলীতে অসুস্থ হৈ পৰে। পুৱতি নিশাৰে পৰা সমাধিস্থলীলৈ অসংখ্য গুণমুগ্ধৰ সোঁত বয়। ভোক, পিয়াহ, উৎকট গৰমৰ পৰিৱেশত প্ৰথৰ ৰ’দত কমেও ৬৩ জন লোক অসুস্থ হৈ পৰে। জুবিনৰ পিতৃ ৮৪ বছৰীয়া কপিল বৰঠাকুৰ অসুস্থ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d