Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ঘৃণনীয় স্বৰূপ ওলাল শ্যামকানুৰ

publisher by publisher
September 26, 2025
in News, Assam
Reading Time: 1 min read
0
Shyamkanu Mahanta:গুৱাহাটীত উপস্থিত শ্যামকানু মহন্ত !
1
SHARES
9
VIEWS
ShareShareShareShare

Zubeen Garg:✒️অসমীয়াৰ হৃদয়ৰ টুকুৰা জুবিন গাৰ্গক লৈ বেপাৰ কৰা সাংস্কৃতিক দালাল ‘নর্থ-ইষ্ট ফেষ্টিভেল’ৰ আয়োজক শ্যামকানু মহন্তৰ ঘৃণনীয় স্বৰূপ ওলাই পৰিল। এগৰাকীৰ পাছত আন এগৰাকী শিল্পীয়ে এইজন সাংস্কৃতিক দালালৰ বিৰুদ্ধে চৰিত্ৰহীন আচৰণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ সময়তে তেওঁৰ ভতিজী সৃজনী ভাস্ব মহন্তৰ ভাষ্যই উদঙাই দিছে শ্যামকানুৰ তথাকথিত সম্ভ্রান্ত চেহেৰাৰ আঁৰৰ জঘন্য-ভণ্ড চৰিত্ৰ।

ADVERTISEMENT

ৰাজহুৱাভাবে জুবিনক অসমৰ ৰাজহাড় আৰু আত্মা বুলি অভিহিত কৰা শ্যামকানুৱে ব্যক্তিগতভাবে জুবিনক পণ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰি আহিছে। এই কথা তেওঁৰ ভতিজীয়ে সামাজিক মাধ্যমত প্রকাশ কৰাৰ পাছত চৌদিশে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। সৃজনীয়ে কালি এটা ফেচবুক প’ষ্টত শ্যামকানুক ‘ফেষ্টিভেল মহন্ত’ বুলি তীব্র কটাক্ষ কৰি স্পষ্ট কৰে যে তেজৰ সম্পৰ্কৰ বাহিৰে ‘ফেষ্টিভেল মহন্ত’ৰ লগত তেওঁৰ আন কোনো সম্পর্ক নাই।

RelatedPosts

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

আজি গৰু বিহু উপাৰ্জনৰ সীমাবদ্ধতাৰ প্ৰভাৱত স্থবিৰতা বিৰাজ কৰিছে বজাৰত

Jagiroad:জাগীৰোডত বিহু কৰ্মশালাত মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মন্তব্য

মনকৰিবলগীয়া যে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক উজলাই তোলাৰ নামত নর্থ-ইষ্ট ফেস্টিভেল আয়োজন কৰি ধন আত্মসাতৰে ব্যক্তিগত সা-সম্পত্তি গঢ়া শ্যামকানুক বিভিন্নজনে সামাজিক মাধ্যমত ‘ফেষ্টিভেল মহন্ত’ বুলি কয়।

ফেচবুক প’ষ্টত কালি এই ‘ফেষ্টিভেল মহন্ত’ৰ মুখা খুলি দি সৃজনীয়ে লিখিছে, ‘বহু বছৰ আগৰ কথা। এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে- জুবিনে নিজৰ স্বাস্থ্যৰ যতন নলয়, কিয় যে ইমান মদ খায়! ফেস্টিভেল মহন্তৰ উত্তৰত মই প্রত্যক্ষদর্শী আছিলো- বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্র এটা কম’ডিটা (পণ্য সামগ্রী)। সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয়, জুবিন তেওঁৰ ৰাজহাড় আৰু জুবিন তেওঁৰ আত্মা। ঘৃণা ওপজে। জুবিনদাৰ জীৱনক লৈ খেলা কৰা প্ৰত্যেকটো প্রাণীয়ে জহন্নামে যাওক। কঠোৰতম তদন্ত আৰু শাস্তি হওক।’

সৃজনীয়ে ফেচবুক প’ষ্টটোত আৰু কয়, ‘জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্রত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ’ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, সিৰাই-সিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূর্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ’ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক সুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুক লৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।’

তেওঁ পুনৰ লিখিছে, ‘মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকানু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্রহণযোগ্য নহয়। জন্মসূত্রে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পর্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাবে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কে’বাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পর্ক নাই।’

শ্যামকানুৰ বিৰুদ্ধে অশ্লীল প্রস্তাৱৰ অভিযোগ

ইতিমধ্যে শ্যামকানু ওৰফে ‘ফেস্টিভেল মহন্ত’ৰ বিৰুদ্ধে একাধিক অভিনেত্রী-গায়িকা-মডেলে কাম দিয়াৰ বিনিময়ত অশ্লীল প্রস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সেয়াও কোনো এলাপেচা, সাধাৰণ অভিনেত্রী নহয়। অসমীয়া ছবি জগতৰ এগৰাকী প্রতিষ্ঠিত অভিনেত্রী নিশিতা গোস্বামীয়ে সামাজিক মাধ্যমযোগে শ্যামকানুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয়, ‘শ্যামকানু মহন্তৰ ওচৰত কাম বিচাৰি গ’লে আমি অকলশৰীয়াকৈ তেওঁৰ ওচৰত শুব লাগিব বুলি দাবী কৰে।’ কালি আন এগৰাকী গায়িকা গীতালী কাকতিয়েও এই বিস্ফোৰক অভিযোগেই কৰিছে। ইয়াৰ পাছত ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত প্রচাৰিত হৈছে শ্যামকানুৰ স্ক্ৰীণশ্বট। এগৰাকী মডেলে লম্পট শ্যামকানুৰ চৰিত্ৰ উদঙাই দি অভিযোগ কৰে যে নিশা হ’লেই তেওঁ যুৱতী-মহিলালৈ নগ্ন ফটো-ভিডিঅ’ প্ৰেৰণ কৰে। শৰীৰৰ গোপন অংগ দেখুৱাই ভিডিঅ’কলযোগে শ্যামকানুরে অশ্লীল প্রস্তাব দিয়ে। এই দালাল-লম্পট শ্যামকানুৰ বিৰুদ্ধে জাগ্ৰত হৈছে জুবিনৰ অনুৰাগী। যিকোনো প্ৰকাৰে শ্যামকানুক কঠোৰ শাস্তি প্রদান নকৰা পর্যন্ত ৰাইজ ক্ষান্ত নহয় বুলি সকীয়াই দিছে।

ইপিনে, আজিও কোনো অজ্ঞাত স্থানৰ পৰা ‘ফেচবুক লাইভ’ত কুখ্যাত শ্যামকানুরে জুবিন গাৰ্গক ‘বুকুৰ আপোন’, ‘ফিল’ছফাৰ-ফ্রেইণ্ড-গাইড’ বুলি ক’বলৈ চেষ্টা চলায়। ইয়াৰ পূৰ্বে তেওঁ জুবিনক ছিংগাপুৰলৈ আমন্ত্ৰণ কৰা নাছিল বুলি কোরা শ্যামকানুৱে কালি ‘জুবিনক আমন্ত্ৰণ কৰাটো পাপ নাছিল’ বুলি কোৱাটো লক্ষ্যণীয়

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: shyamkanu mahantaZubeen Garg
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d