Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ পূৰ্বেই অভিলেখ

publisher by publisher
October 31, 2025
in News, Assam
Reading Time: 1 min read
0
মুক্তিৰ পূৰ্বেই ৰাজ্যৰ ছবিগৃহত ধুমুহা আনিলে ‘ৰৈ ৰৈ বিনালে’ই
1
SHARES
12
VIEWS
ShareShareShareShare

Roi Roi Binale:✒️বহু অপেক্ষাৰ অন্তত অৱশেষত আজি ছবিগৃহত মুক্তি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। এই ছবিয়ে অসমৰ ছবি উদ্যোগলৈ এনে এক জোৱাৰ আনিলে য’ত জুবিনে বিচৰাৰ দৰেই বহু বন্ধ হৈ থকা ছবিগৃহও মুকলি হ’ল।

ইপিনে, কালি নিশাৰ ভাগত প্ৰকাশ কৰা এটা প’ষ্টে তীব্র আলোড়নৰ সৃষ্টি কৰিছে। ফেচবুকত গৰিমাৰ এখন ফটো প্রকাশ কৰিছে য’ত জুবিনৰ হাতে লিখা এটা টোকা আছে। টোকাত লিখা আছে এইদৰে- ‘ৰৈ ৰৈ বিনালে’ মোৰ নতুন চিনেমা, চাবলৈ আহিবা ‘মৰম’ৰ জুবিনদা।’ৰৈ ৰৈ বিনালে’ৰ প’ষ্টাৰত লিখা থকা জুবিনৰ এই আহ্বানে তীব্র বিচলিত কৰিছে তেওঁৰ অনুৰাগীক।

ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ১৫ ছেপ্টেম্বৰত জুবিনে এই আখৰকেইটা লিখিছিল। গৰিমাই কালি ফেচবুকত এইদৰে কয়, ‘১৫ ছেপ্টেম্বৰত তুমি লিখা আখৰকেইটা… মৰম ভৰা এক আহ্বান তোমাৰ মৰমৰ ৰাইজলৈ! প্রতিটো কথাই বুকুখন খুন্দিয়াই যায় গল্ডী! কিন্তু এই সকলোবোৰৰ মাজত শূন্য বুকুখনত দদপাই জ্বলি আছে আন এসোপা প্রশ্ন– কি হৈছিল ১৯ ছেপ্টেম্বৰত?… কেনেকৈ, কিয়? শান্তি ক’তো নাই জানো, কিন্তু এই উত্তৰ নোপোৱালৈকে যেন উত্তৰো নাই।’

‘ৰৈ ৰৈ বিনালে’ মুক্তিৰ মুহূৰ্ততে এইদৰে প্ৰশ্নৰ উত্তৰ বিচাৰিছে গৰিমাই। এই প’ষ্টৰ তলত কমেও ৪৫ হেজাৰে প্ৰতিক্রিয়া প্রকাশ কৰিছে। লুৰীণজ্যোতি গগৈয়ে লিখিছে, ‘এই প্রশ্নসমূহৰ উত্তৰ আমাক লাগিবই। এটা এটা প্রশ্নৰ উত্তৰ আমি পাবই লাগিব। আপুনি ধৈর্য ধৰিব আমি আছো।’

জুবিনদাৰ এই চিঠিখন সযতনে ৰাখিব বুলি লিখিছে বহুজনে, জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখি ভৰাই দিছে।

জীৱনত কেতিয়াও এনে দিন দেখা নাই

ADVERTISEMENT

জুবিনৰ অতি ৰহস্যজনক মৃত্যু, বিগত ৪১ দিন ধৰি অনুৰাগী-ৰাইজৰ ভগ্ন হৃদয়ৰ ধপধপনি, এছআইটিৰ তদন্তক লৈ এটাৰ পাছত আনটো নিত্য নতুন পৰিঘটনা আদি এক ৰাজ্যই কাহানিও প্রত্যক্ষ নকৰা অভাৱনীয়-নজিৰবিহীন পৰিস্থিতিৰ মাজতে মাত্র কেইঘণ্টামান পাছতে মুক্তি লভিবলৈ সাজু হৈছে প্রিয় শিল্পীৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’।

RelatedPosts

Roi Roi Binale:বছৰৰ প্ৰথম দিনটোত জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশৰ চলিত বৰ্ষৰ সৰ্বাধিক সফল ১০ ছবিৰ তালিকাত জুবিনৰ অন্তিম সৃষ্টি

‘ৰৈ ৰৈ বিনালে’ত আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰো হাতোৰা

মুক্তিৰ পূৰ্বে অভিলেখ স্তম্ভ কৰা নজিৰবিহীন অভিজ্ঞতা কেৱল অসমেই নহয়, বিশ্বৰেই বহু স্থানলৈ কঢ়িয়াইছে ছবিখনে। কোনে প্রথম দর্শনীৰ ব্যৱস্থা কৰিব পাৰে তাৰ অঘোষিত প্রতিযোগিতাৰ মাজতে নিশ্চিত হ’ল যে গুৱাহাটীৰ মেট্রিক্সৰ চিনেমাত প্রথম দর্শনী প্রদর্শন হ’ব পুৱা ৪-২৫ বজাত।

বুক মাই শ্ব’ শীর্ষক টিকট ক্ৰয়ৰ এপৰ উপৰি টেলিফোনযোগেও বুকিঙৰ ব্যৱস্থা কৰা বুলি ছবিগৃহৰ কৰ্তৃপক্ষই জনাইছে। অথচ সন্ধিয়ালৈ উচ্চাৰিত হৈছিল ধেমাজিৰ আৰ আৰ চিনেমা নামৰ ছবিগৃহৰ নাম। সাতদিনলৈ ৪২টা দর্শনীৰ সম্পূৰ্ণ টিকট বিক্রী হোৱা এই চিত্রগৃহত আছে ১৭৪ খন আসন। জুবিনৰ ছবিৰ প্ৰথম দর্শনীৰ গৌৰৱৰ অধিকাৰী হ’বলৈ লোৱাৰ অপেক্ষাৰ সময়তে নিশালৈ সলনি হ’ল চিত্ৰপথ।

ছবিগৃহৰ স্বত্বাধিকাৰী দিগন্ত তালুকদাৰে জনোৱা মতে, ‘ ৰৈ ৰৈ বিনালে’ৰ বাবে ধেমাজিৰ জুবিন অনুগাৰীয়ে জনাইছে অভূতপূর্ব সঁহাৰি। এই উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ছবিগৃহটোত। অৱশ্যে কেৱল ধেমাজিতে নহয়, ৰাজ্যজুৰি বিৰাজ কৰিছে এক তীব্র উৎকণ্ঠাৰ সমান্তৰালভাৱে জুবিনৰ ছবি চোৱাৰ সুতীব্ৰ হেঁপাহৰ পৰিৱেশ।

এনে পৰিস্থিতি হৈছে যেন ছবিখন চোৱাটো বা উপভোগ কৰিব পৰাটো মানুহৰ বাবে এক নৈতিক দায়িত্ব।অসমৰ এজন আগশাৰীৰ বিতৰক সিদ্ধার্থ গোৱেংকাই ৰাইজৰ অভূতপূর্ব সঁহাৰি প্ৰত্যক্ষ কৰি কয়, ‘জীৱনত কেতিয়াও এনে দিন দেখা নাছিলো আৰু নাভাবো যে কেতিয়াবা দেখিবলৈ পাম।’

দীর্ঘ সময়জুৰি পিতৃৰ দিনৰে পৰা এই জগতত বিচৰণ কৰা গোৱেলে কয় যে অসমৰ চিনেমা একে সময়তে বাহিৰতো মুক্তি দিয়া প্রথমজন মানুহে হৈছে জুবিনদা। জুবিনৰ আন এখন ছবি মিছন ছাইনাৰ কথা সুঁৱৰি তেওঁ কয়, ‘জুবিনদা থাকিলে আজি কি হ’ল হয় ভাবিবই পৰা নাই। এই কথা ক’ব পাৰো যে তেওঁ হৈছে অসমৰ প্রথমজন মানুহ, যিয়ে একে সময়তে অসমৰ বাহিৰতো ছবি মুকলি কৰিছে। তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছিল। ‘জুবিনদাৰ বাবেই অসমৰ বাহিৰত অসমীয়া চিনেমা মানুহে চাবলৈ পাইছে।’

তেওঁ কয় যে নাগপুৰ, কেৰালা আদি বিভিন্ন অঞ্চলৰ পৰা ফোনকলৰ উত্তৰ দি তেওঁ ভাগৰি পৰিছে।উত্তৰ-পূৰ্বাঞ্চলত কমেও ৭৫০ টা দর্শনীৰ একে সময়তে ব্যৱস্থা আছে। ইয়াৰে কমেও ৬০০টা অসমতে হ’ব। বাংগালুৰু, চেন্নাই, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, কটক, পাটনা, ৰাঁচী, ডেৰাডুন, মালদা, মুম্বাই, পুনে, চণ্ডীগড়, আহমেদাবাদ, কোচী, ধানবাদ, কলকাতাকে ধৰি বিভিন্ন স্থানত অসমৰ বাহিৰতো দর্শকে উপভোগ কৰিব ‘ৰৈ ৰৈ বিনালে’।

বিতৰকে জনোৱা মতে, গুজৰাট, কেৰালা আদি বিভিন্ন স্থানৰ পৰা তেওঁলোকলৈ প্ৰস্তাৱ আহিছে। বুকমাই শ্ব’ৰ তথ্য অনুসৰি, নিশা প্রায় ১২ বজালৈ কমেও এক লাখ ১৫ হেজাৰ লোকে ছবিখনৰ টিকট ক্ৰয় কৰিছে। নিশা ১১ৰ পৰা ১২ বজাৰ ভিতৰত কমেও ডেৰ হেজাৰ টিকট বিক্রী হৈছে।

ছবিখনত জুবিনৰ সহ অভিনেত্রী মৌচুমী আলিফাই সংবাদমেলক জনোৱা মতে, ছবিখনৰ শুটিং চলি থকা অৱস্থাত জুবিনে কৈছিল যে এই ছবিখনক লৈ সৃষ্টি হ’ব তীব্র উন্মাদনাৰ। অৱশ্যে সেয়া যেন কল্পনাৰো বাহিৰৰ পৰিস্থিতি হ’ব সেয়া হয়তো জুবিনে অনুমান কৰা নাছিল। ই কেৱল বক্স অফিচৰ বৃহৎ উদ্যাপনেই নহয়, ছবিখন হৈ পৰিছে প্ৰাণৰ শিল্পীলৈ চকুলোৰে ভৰা চিনেমেটিক্স শ্রদ্ধাঞ্জলি।

দেশজুৰি ৪৬ খন মহানগৰীত ছবিখন প্রদর্শিত হ’ব বুলি শেহতীয়া তথ্য প্রকাশিত হৈছে। কেৱল বাংগালুৰুতে এদিনত হ’ব ৩১টা প্রদর্শনী। গুৱাহাটীত চিটি চেণ্টাৰৰ পিভিআৰ আৰু অ’ৰজ মলৰ আয়নক্সত প্রথম দিনা ২৩টা প্রদর্শনী হ’ব। ই এক আশ্চৰ্যকৰ বিষয় হৈছে। ছবিখনৰ প্ৰদৰ্শনীৰ সময়ে ভাৰতীয় ছবিৰ প্ৰদৰ্শনীত যুগান্তকাৰী মুহূৰ্তৰ সৃষ্টি কৰিছে। এইদৰে কাহিলিপুৱাতে কেটিয়াও কোনো ছবিয়ে প্ৰদৰ্শন কৰা হোৱা নাই।

দক্ষিণ ভাৰতত উৎসৱৰ বতৰসমূহত পুৱা ছয় বজাত স্থানীয় ছবি প্ৰদৰ্শনৰ ইতিহাসৰ লগতে আন কিছুমান ঠাইতো দেখা যায় যদিও এনে এক প্রচেষ্টা পূর্বতে তামিলনাডুত ছুপাৰষ্টাৰ বিজয়ৰ ‘ভাৰিছু’ ছবিৰ বাবে কৰা হৈছিল। কিন্তু ৰাজ্য চৰকাৰে পুৱা চাৰি বজাত এনে প্রদর্শনীত নিষেধাজ্ঞা জাৰি কৰাত এয়া সম্ভৱ নহ’ল। অৱশ্যে সেই বিতৰ্কৰ স’তে অসমত ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰতি ৰাইজৰ আবেগৰ তুলনা কৰিব নোৱাৰি। কিয়নো এয়া কেবল বাণিজ্যিক বিষয় হৈ থকা নাই। ভাৰততেই নহয় গোটেই বিশ্বৰে ছবিজগতত নজিৰবিহীনভাৱে মানুহৰ শোকৰ স্রোত ছবিগৃহমুখী হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Roi Roi binaleZubeen Garg movie
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d