Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দেশজুৰি ‘ৰৈ ৰৈ বিনালে’ৰ অভূতপূৰ্ব সাফল্যৰ পাছত তীব্ৰতৰ ‘জাষ্টিছ ফৰ জুবিন’ ধ্বনি

সাগৰৰ পৰা কিয় ঘূৰি নাহিল? ন্যায় লাগিবই

publisher by publisher
November 1, 2025
in News, Assam
Reading Time: 1 min read
0
দেশজুৰি ‘ৰৈ ৰৈ বিনালে’ৰ অভূতপূৰ্ব সাফল্যৰ পাছত তীব্ৰতৰ ‘জাষ্টিছ ফৰ জুবিন’ ধ্বনি
1
SHARES
12
VIEWS
ShareShareShareShare

Roi Roi Binale:✒️শুকুৰবাৰে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তি লাভৰ পাছত তীব্র হৈছে ‘জাষ্টিছ ফৰ জুবিন গাৰ্গ’ ধ্বনি। ঠাহখোৱা দৰ্শকৰে ভৰা ছবিগৃহৰ বাহিৰলৈ আহি কান্দোনত ভাগি পৰা দৰ্শকে দুগুণ জোৰত বিচাৰিছে প্ৰাণৰ শিল্পীৰ ছিংগাপুৰৰ ঘটনাৰ ৰহস্যজনক মৃত্যুৰ ন্যায়।কালি কাহিলিপুৱাতে অভিলেখ সৃষ্টি কৰি প্ৰথম দর্শনী চাবলৈ ছবিগৃহৰ সন্মুখত ভিৰ কৰে অনুৰাগীয়ে।

ADVERTISEMENT

‘ৰৈ ৰৈ বিনালে’ত এজন দৃষ্টিহীন গায়কৰ ভূমিকাত অভিনয় কৰা জুবিনে বিচাৰিছিল সাগৰখন চাবলৈ, এবাৰ স্পৰ্শ কৰিবলৈ। ছবিখনত সাগৰ স্পৰ্শ কৰা জুবিন উভতি আহিছিল যদিও বাস্তৱত সাগৰৰ বুকুৰ পৰা কেতিয়াও আৰু ঘূৰি নাহিল জুবিন। অতি যন্ত্রণাকাতৰ মৃত্যুক সাৱটি কোনো অচিন দেশলৈ গুচি গ’ল জুবিন।

RelatedPosts

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

আজি গৰু বিহু উপাৰ্জনৰ সীমাবদ্ধতাৰ প্ৰভাৱত স্থবিৰতা বিৰাজ কৰিছে বজাৰত

Jagiroad:জাগীৰোডত বিহু কৰ্মশালাত মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মন্তব্য

কাৰ ষড়যন্ত্ৰত এনে অস্বাভাৱিক অকাল মৃত্যুক সাৱটি ল’লে, সেয়া ফাদিল নোহোৱালৈ শান্তিত থাকিব পৰা নাই লক্ষ লক্ষ অনুৰাগী। কালি ছবিখন চাই দৰ্শকৰ দাবী, ‘আমাক জুবিনদাৰ ন্যায় লাগে। ছবিখনত তেওঁ জীৱন্ত অৱস্থাত উভতিছে সাগৰৰ পাৰৰ পৰা। বাস্তৱ জীৱনত জুবিনদাক সাগৰতে কোনে শেষ কৰিলে? আমাক এই প্ৰশ্নৰ উত্তৰ লাগে, আমাক ন্যায় লাগে।’

মহানগৰীৰ আদাবাৰীত ছবিখন চোৱাৰ পাছত এগৰাকী বেংকৰ কৰ্মচাৰী কৃষ্ণাই কয়, ‘মোৰ অনুভৱ ব্যক্ত কৰাৰ আজি ভাষা নাই। আমি আজি ভাষাহীন। কেৱল চকুলো নিগৰিছে। এনে লাগিছে যেন জুবিনদা ওচৰতে ক’ৰবাত আছে। ছবিখনত জুবিনদাই এজন অন্ধৰ ভূমিকাত অভিনয় কৰিছে যিয়ে সাগৰ চাবলৈ বিচাৰিছে। ছবিখনত তেওঁ জীৱিত অৱস্থাতে সাগৰৰ পৰা উভতিছিল, কিন্তু বাস্তৱত যিসকল ছিংগাপুৰত আছিল তেওঁলোকে আমাৰ মৰমৰ জুবিনদাক উভতাই আনিব নোৱাৰিলে। আমি ন্যায় পাবই লাগিব।’

ছবিখন উপভোগ কৰাৰ প্ৰাকমুহূৰ্তত বিভিন্ন স্থানত দৰ্শকে সমস্বৰে গায় একপ্ৰকাৰ প্ৰাৰ্থনাত পৰিণত হোৱা ‘মায়াবিনী গীতটি’। কাহানিও নেদেখা বহু দৃশ্যই কালি ভৰাই তুলিলে বিভিন্নজনৰ মন-আত্মা। ছবিখনত জীৱন্ত জুবিনক দেখি নিজকে ধৰি ৰাখিব নোৱাৰিলে হেজাৰ হেজাৰ দৰ্শকে। ছবিগৃহৰ বাহিৰে-ভিতৰে কান্দোনত ভাগি পৰে অসংখ্য অনুৰাগী। জুবিনৰ দুখত ৰাজ্যবাসী এতিয়াও শোকাহত হৈ থকা সময়তে শুকুৰবাৰে মুক্তি লাভ কৰা ‘ৰৈ ৰৈ বিনালে’ যেন হৈ পৰিল নিৰাশ্রয়-অসহায় সময়ৰ খেৰকুটা। ‘জয় জুবিনদা’ বুলিও ছবিগৃহৰ ভিতৰৰে বাহিৰে বিভিন্নজনে ধ্বনি দিয়ে।

এই ছবিখনকে সাৱটি আজি পুনৰ আৱেগৰ মুক্ত প্ৰকাশৰ বাট বিচাৰি পালে অনুৰাগীয়ে। ছবিখনৰ এজন বিতৰক সিদ্ধার্থ গোৱেংকাই কয়, ‘এক অভাৱনীয় ঘটনা! ছবিখন চাই কান্দিছে দর্শকে। এনে আৱেগৰ ঢৌ মই দেখা নাই। এনে দৃশ্য কেতিয়াও দেখা নাছিলো। এই জীৱনত আৰু কেতিয়াও দেখিম বুলিও নাভাবো।’

অনুৰাধা ছবিগৃহৰ যোগেশ তালুকদাৰে কয়, ‘মানুহে বৰ শৃংখলাৱদ্ধভাৱে ছবিখন চালে। শেষৰ ফালে দর্শকসকল বৰ আৱেগিক হৈ পৰিছিল। জুবিন গাৰ্গৰ ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ আদিও মানুহে বৰ ভাল পাইছিল। এইখনো অভূতপূর্বভাবে আঁকোৱালি লৈছে। এনে দিন আৰু কেতিয়াও নাহে! তেওঁ জীয়াই থাকিলে কিমান যে আমাক আৰু দিলেহেঁতেন! অসমীয়া ছবিৰ মুমূর্ষু দিনবোৰৰ সঞ্জীৱনী জুবিন গাৰ্গ।’

মহানগৰীৰ মেট্রিক্স চিনেমাত শুকুৰবাৰে পুৱা ৪-২৫ মিনিটত প্রদর্শন কৰা ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথমটো দৰ্শনীয়ে দেশৰ ভিতৰতে অভিলেখৰ সৃষ্টি কৰে। প্ৰাণৰ শিল্পীক বাস্তৱ জীৱনত নেদেখাৰ ৪১টা দিন পাৰ হ’ল যদিও এই ছবিখনতে শিল্পীগৰাকীক পুনৰ জীৱন্তৰূপত চাবলৈ সকলোৰে সুতীব্র হেঁপাহ। পুৱতি নিশা বৰষুণকো নেওচি ছবিগৃহবোৰত ভিৰ বাঢ়িবলৈ ধৰে।

একাংশ দর্শকে জনোৱা মতে, তেওঁলোক উজাগৰে আছিল। সকলো ছবিগৃহতে জুবিন গাৰ্গৰ নামৰ এখন চকী খালী ৰখা হৈছে। ‘জয় জুবিনদা’, ‘আমাৰ হার্টথ্র’ব জুবিন গার্গে ন্যায় পাব লাগিব’ আদি আৰু ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটো গাই বিভিন্নজনে ছবিগৃহত প্ৰৱেশ কৰে।

দৰ্শকে কয়, ‘ইতিহাসত সোণালী আখৰেৰে লিখিত হ’ব ‘ৰৈ ৰৈ বিনালে’। আমাৰ ক’বলৈ ভাষা নাই। চিনেমাখন চাবলৈ আহি চকুপানী ওলাইছে। আমি হৃদয়ৰ আপোনজনক হেৰুৱালো। আমাৰ জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে।’ একাংশ দর্শকে কয়, ‘আমি এবাৰ নহয়, বাৰে বাৰে চাম জুবিনদাৰ ছবি।’ আন একাংশই কয়, ‘জুবিনদাৰ মৃত্যুৰ দোষীক কঠোৰতম শাস্তি দিব লাগিব। তেওঁক আৰু আমি দেখা নাপাওঁ।’

প্রতি ছবিঘৰতে জুবিন গাৰ্গৰ ফটোত শ্রদ্ধাঞ্জলি জনাই ছবিগৃহত প্ৰৱেশ কৰে দৰ্শকে। প্ৰতিগৰাকী দৰ্শকে প্ৰাণৰ শিল্পীৰ মৃত্যুৰ ৰহস্যৰ উচিত তদন্ত দাবী কৰাৰ লগতে শিল্পীজনক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়।

পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰেও মহানগৰীত পুনৰ মুকলি কৰা কেলভিন ছবিগৃহত চায় জুবিনৰ সপোনৰ ছবিখন। গৰিমা আৰু পামীৰ মাজত ৰখা হয় জুবিনৰ বাবে এখন খালী আসন। ছবিখন চাবলৈ গৈ প্রতি পলে পলে শোকে খুন্দা মাৰি ধৰে গৰিমাৰ। ভাষাহীন-নির্বাক-নিস্তব্ধ যেন এটা পৰিৱেশ। ছবিগৃহলৈ প্ৰৱেশৰ পূৰ্বে কান্দি কান্দি গৰিমাই কয়, ‘ইমান মিশ্রিত আৱেগৰ এয়া সময় যে সকলো ভাল লগাৰ মাজতো তেওঁ যদি স্বচক্ষে চাব – পাৰিলেহেঁতেন বেছি ভাল লাগিলহেঁতেন। খুব সাহস কৰি আহিছো ছবিখন চাবলৈ। মই চাবতো লাগিবই। আমি সদায়ে পৰিয়ালৰ মানুহখিনি একেলগে চাওঁ। আজি ভাবিছো পৰিয়ালৰ মানুহখিনিৰ লগত আমাৰ যিটো ইউনিট আমি একেলগে সকলোৰে স’তে চাওঁ। এইদৰে তেওঁক বহুৱাৰ চাবৰ মন আছে। দিনে-ৰাতিয়ে চাবলৈ মন আছে। মই চাগৈ বহুৱাৰ ওলাই আহিম।’

ভগ্নী পামীয়ে কয়, ‘ভাষা নাই, শব্দ নাই, যিদৰে মানুহ আহিছে ছবিখন চাবলৈ। কিমান যে ভাল লাগিছে; কিন্তু দুখ এটায়ে যে তেওঁ নাই এইবোৰ চাবলৈ! মানুহজন যে আমি – আকৌ ঘূৰাই নাপাম। আজি আহিছো তেওঁক আকৌ এবাৰ চাবলৈ। তেওঁ ফিনিক্স পক্ষীৰ দৰে। সদায়েই ছাইৰ পৰা জন্ম হয়। আজি পুনৰ তেওঁক সেই ৰূপতে দেখিলো। তেওঁৰ যাদু সদায়ে থাকিব বুলি মই ভাবো। সংগীতৰ জৰিয়তে, সৃষ্টিৰাজিৰ জৰিয়তে তেওঁ মৰম আৰু মানৱতাৰ যি যাদু কৰি থৈ গৈছে সেয়া চিৰপ্রবহমান হৈ থাকিব।’ সৰুৰে পৰা পৰিয়ালৰ সকলো সদস্যই – ভাল একোখন চিনেমা একেলগে চোৱাৰ স্মৃতি সুঁৱৰি পামীয়ে কয় যে পৰিয়ালৰ আটাইবোৰ একেলগ হৈ ছবি চোৱাটো তেওঁলোকৰ বাবে এক ধৰণৰ অভ্যাস বা সংস্কৃতি। আৱেগিক পামীয়ে কয়, ‘ইমান ডাঙৰ কৃতিত্ব তেওঁৰ এই ছবি। কিন্তু আমাৰ কাৰণে কেৱল শূন্যতা, যিহেতু তেওঁ নাই।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Roi Roi binaleZubeen Garg
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d