Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এই পাঁচটা অভ্যাসৰে আপোনাৰ দিনটো আৰম্ভ কৰক

publisher by publisher
November 4, 2025
in Lifestyle
Reading Time: 1 min read
0
এই পাঁচটা অভ্যাসৰে আপোনাৰ দিনটো আৰম্ভ কৰক
2
SHARES
20
VIEWS
ShareShareShareShare

যদি আপুনি জীৱনত সফলতা বিচাৰে তেন্তে আৰম্ভকৰক এটা সুস্থ জীৱনশৈলীৰ পৰা। এজন সুস্থ আৰু ইতিবাচক ব্যক্তিয়ে মানসিক চাপ বা বাধা নোহোৱাকৈ নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰে।

ADVERTISEMENT

প্ৰচুৰ শক্তিয়ে ক্রান্তি বোধ কৰে, যাৰ ফলত ইহঁতে অধিক সময় ট্রেকত থাকিব পাৰে। সুস্থ জীৱনশৈলীৰ ওপৰত দিনটোৰ ভাল আৰম্ভণিৰ প্ৰভাৱ পৰে।

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

খোজ কাঢ়িলেই যথেষ্ট নহয়, খোজৰ সংখ্যা বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে আপুনি আপোনাৰ পুৱা কেনেকৈ আৰম্ভ কৰে তাৰ ওপৰত আপোনাৰ গোটেই দিনটো প্ৰভাৱ পৰে? পুৱা সাৰ পোৱাৰ লগে লগে সঠিক অভ্যাস গ্রহণ কৰিলে শক্তি বজাই ৰখাই নহয় ইতিবাচকতা আৰু প্ৰেৰণাও আনে।

সাৰ পোৱাৰ লগে লগে গ্রহণ কৰা উচিত পাঁচটা সৰু সৰু অভ্যাসৰ বিষয়ে জানো আহক। এই পাঁচটা পুৱাৰ অভ্যাস সৰু যেন লাগিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ যথেষ্ট। যদি আপোনাৰ দৈনন্দিন জীৱনত অন্তর্ভুক্ত কৰা হয়, তেন্তে আপুনি গোটেই দিনটো ইতিবাচক, সুস্থ আৰু অনুপ্রাণিত অনুভৱ কৰিব।

গভীৰ উশাহ আৰু ধ্যান

পুৱা দীঘলকৈ উশাহ ল’লে গোটেই দিনটো শান্তিৰ সৃষ্টি হয়। পাঁচৰ পৰা ১০ মিনিট ধ্যান কৰিলে মনটো সতেজ আৰু কেন্দ্রীভূত হৈ থাকে।

এগিলাছ কুহুমীয়া পানী খাব

টোপনিৰ পাছত শৰীৰত হাইড্ৰেছনৰ অৰ্থাৎ পানীৰ প্ৰয়োজন হয়। গৰম পানীয়ে বিষমুক্ত কৰি বিপাকীয় ক্রিয়া বৃদ্ধি কৰাত সহায় কৰে।

ইতিবাচক দৃঢ়তা আৰু প্ৰাৰ্থনা

নিজকে প্ৰেৰণা দিবলৈ ৰাতিপুৱা সাৰ পাই নিজকে ইতিবাচক কথা ক’বলৈ কিছু সময় কটাওক, যেনে ‘মই কৰিব পাৰো’ বা ‘আজি কালিৰ তুলনাত ভাল হ’ব।’ প্রার্থনা আৰু কৃতজ্ঞতাৰে দিনটো আৰম্ভকৰিলে মানসিক শান্তি পোৱা যায়।

লঘু ব্যায়াম বা স্ট্রেচিং

১০ৰ পৰা ১৫ মিনিট সময় স্ট্রেচিং কৰিলে শৰীৰৰ জঠৰতা দূৰ হয় আৰু শক্তি সক্রিয় হয়। লগতে কেইমিনিটমানৰ বাবে দ্রুতগতিত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক. পুৱা খোজ কাঢ়িবলৈ যাওক বা যোগাসন কৰক। যোগে আপোনাৰ শৰীৰ আৰু মনক শিথিল কৰে।

তালিকা এখন বনাই কাম কৰক

দিনটোৰ আৰম্ভণিতে দিনটোৰ কামবোৰকে ধৰি এখন তালিকা বনাওক। আপোনাৰ দিনটোৰ কাম আৰু আপুনি কি কৰিব লাগিব তাৰ তালিকা এখন বনাই আপোনাক সকলো কাম সম্পূৰ্ণ কৰাত সহায় কৰিব পাৰে আৰু উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে। আপোনাৰ তালিকাত থকা কামবোৰক অগ্ৰাধিকাৰ দিয়ক। কোনবোৰ কাম আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আজিয়েই সম্পূৰ্ণ কৰিব লাগিব সেইটো নির্ণয় কৰিলে মানসিক চাপ হ্রাস পাব পাৰে আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: healthy eatingHealthy Lifestyle
publisher

publisher

Related Posts

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d