Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

খোজ কাঢ়িলেই যথেষ্ট নহয়, খোজৰ সংখ্যা বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ

publisher by publisher
January 12, 2026
in Lifestyle
Reading Time: 1 min read
0
খোজ কাঢ়িলেই যথেষ্ট নহয়, খোজৰ সংখ্যা বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

খাদ্য খাই থকাৰ সময়ত ৰিলত চকু? পেটৰ চৰ্বি অলপ অলপকৈ বৃদ্ধি পাব

চিকিৎসা বিশেষজ্ঞসকলে কৈ আহিছে যে নিতৌ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী। নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাসে ঘাইকৈ শৰীৰত তেজৰ সঞ্চালন বৃদ্ধি কৰি স্বাস্থ্যৰ উপকাৰ সাধন কৰে। এনে অৱস্থাতে এজন ইজৰাইলী গবেষকে আঙুলিয়াই দিছে যে খোজ কাঢ়োতে ভৰি দুখনৰ বেঙা কমকৈ মেলিব লাগে।

ADVERTISEMENT

অর্থাৎ ক’ৰবালৈ ওলাই যাওঁতে সময় মিলাবলৈ বুলি দীঘল বেঙা মেলি খৰধৰকৈ খোজকঢ়াৰ পৰিৱৰ্তে স্বাভাবিকভাবে খোজৰ সংখ্যা বৃদ্ধি কৰি খোজকঢ়াৰ অভ্যাস গড়ি তুলিব লাগে। জনাথন ৰবিন’বিটজ নামৰ এই অধ্যাপকজনৰ মতে খোজৰ সংখ্যা বৃদ্ধি কৰি খোজ কাঢ়িলেও অধিক সময় নালাগে।

অর্থাৎ এনেদবে খোজ কাঢ়োতে দূৰত্ব বৃদ্ধি নাপায়। দৰাচলতে চিনা-পৰিচিত স্থানলৈ খোজৰে যাওঁতে কেইখোজমান বৃদ্ধি কৰাহে উচিত। অর্থাৎ বেঙা কমকৈ মেলি খোজ কাঢ়িব লাগে। এনেদৰে খোজ কাঢ়িলে অতিৰিক্ত ভ্রমণৰ প্রয়োজন নাথাকে। এনে অভ্যাসে স্বাস্থ্য উন্নত কৰিব পাৰে।

ৰবিন’ৱিটজ হৈছে বাৰ-ইলান বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ ‘ম’ৰ ৱাকিং’ শীর্ষক এক প্ৰকল্পৰ কাম কৰি আছে।এই প্রকল্পৰ অধীনত খোজ কঢ়াৰ বিভিন্ন উপকাৰিতা সম্পৰ্কত তেওঁ গবেষণা কৰি আছে। ইয়াৰ অংশৰূপে তেওঁ নিজৰ বিশ্ববিদ্যালয়ৰ ২১০০ কর্মচাৰীক লৈ এক অধ্যয়ন সম্পন্ন কৰে।

তেওঁৰ দিহা মতে এই কর্মচাৰীসকলে বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰোতে খোজৰ সংখ্যা বৃদ্ধি কৰে। একেদবে তেৱোঁ বাছৰ পৰা নামি কন্যাৰ ঘৰলৈ যাওঁতে অধিক খোজ পেলায় বা খোজৰ সংখ্যা বৃদ্ধি কৰে। গৱেষণাৰ জৰিয়তে তেওঁ এই সিদ্ধান্তলৈ আহে যে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে খোজৰ সংখ্যা বৃদ্ধি কৰিলেও কর্মস্থলীলৈ অহাৰ সময়ৰ তাল মিলাবলৈ সক্ষম হয়।

গড় হিচাপত এই কর্মচাৰীসকলে ন মিনিট সময় প্রতিদিনে খোজ কাঢ়ে। ইয়াৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যও উন্নত হয়। সম্প্রতি ৬৭ বছৰীয়া ববিন’রিটজে এই সম্পৰ্কত কয়, ‘পূৰ্বৰ দৰে একে সময়তে আপুনি কৰ্মস্থলীলৈ বুলি ঘৰৰ পৰা ওলাব পাৰে আৰু খোজৰ সংখ্যা বৃদ্ধি কৰিলেও একে সময়তে কর্মস্থলীত উপস্থিত হ’ব পাৰে। এয়া এক সহজ পৰিবৰ্তন হ’লেও ইয়ে স্বাস্থ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়।’

নিতৌ খোজ কঢ়াটো অত্যন্ত গুরুত্বপূর্ণ বুলি তেওঁ মন্তব্য কৰে। খোজ কঢ়াৰ সময় বৃদ্ধি কৰিলে যাতায়াতৰ সময় বৃদ্ধি পায় বুলি সচৰাচৰ থকা ধাৰণা খণ্ডন কৰি বিশেষজ্ঞজনে লগতে কয়, ‘বেছি খোজ পেলাই খোজ কাঢ়িলেও দৰাচলতে কেতবোৰ ক্ষেত্ৰত সময় কমহে প্রয়োজন হয়। অধিক খোজ পেলাই খোজ কঢ়াৰ উপকাৰিতা সম্পর্কে আমি মানুহৰ মাজত সচেতনতা সৃষ্টি কৰিবলৈ বিচাৰো। আমি মানুহক জনাব বিচাৰো যে দৈনন্দিন জীৱনত অধিক খোজ পেলাই খোজ কঢ়াটোরে স্বাস্থ্যৰ ওপৰত ইতিবাচক প্রভাৱ পেলায়। আমি মানুহক সৰু সৰু খোজ পেলাবলৈ উৎসাহিত কৰিছো।’

অধ্যাপক ৰবিন ‘ৱিটজে এই বুলিও আঙুলিয়াই দিছে যে নিতৌ ২০ মিনিট সময় খোজকঢ়াৰ অভ্যাস কৰিলে অকাল মৃত্যুৰ আশংকা হ্রাস পাব পাৰে। তেওঁৰ মতে খৰধৰকৈ ২০ মিনিটকৈ সময় খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে ২৫ শতাংশ পর্যন্ত অকাল মৃত্যুৰ সম্ভাৱনা আশংকা দূৰ হয়। ‘দৈনন্দিন চলা-ফুৰাৰ সূচীৰ স’তে খোজকঢ়াৰ কাৰ্যক সংলগ্ন কৰাটো হৈছে শাৰীৰিক কাৰ্যকলাপ বৃদ্ধিৰ এক প্রায়োগিক আৰু বহনক্ষম উপায়।এই ক্ষেত্ৰত ব্যস্ততাৰে দিনটোৰ অধিক সময় পাৰ কৰাসকলৰ ক্ষেত্রত অধিক ফলপ্রসূ হয়।’

শাৰীৰিক পৰিশ্ৰম বা কাম-কাজ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱা বিভিন্ন ফিটনেছ এপ আছে যদিও এইসমূহে গন্তব্যস্থলীত উপস্থিত হ’বলৈ কোন পথৰে খোজকঢ়া উচিত সেই কথা নকয়। অধ্যাপক ৰবিন’ৱিটজৰ পুত্ৰ সেনাবাহিনীত কৰ্মৰত হৈ থাকোতে আঘাতপ্রাপ্ত হয়। আৰোগ্য হ’বলৈ ধৰাৰ সময়ত পুত্ৰকো এনেদৰে খোজকঢ়াই তেওঁ আৰোগ্য কৰা বুলি জানিবলৈ দিয়ে। তেওঁৰ পুত্ৰই নিতৌ ৪০ মিনিট খোজকঢ়াৰ অভ্যাস গঢ়ি তোলে। গতিকে খোজকঢ়াৰ উপকাৰিতা বহু বেছি বুলি গৱেষকসকলে মন্তব্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Healthy LifestyleWalk
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d