Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হিংসাত্মক প্রতিবাদে মূৰ দাঙিছে ,দুই ঘনিষ্ঠ সহযোগীকো শাস্তি বাংলাদেশৰ আদালতৰ

একপক্ষীয় বিচাৰ কৰি হাছিনাক মৃত্যুদণ্ড

publisher by publisher
November 18, 2025
in News, International
Reading Time: 1 min read
0
হিংসাত্মক প্রতিবাদে মূৰ দাঙিছে ,দুই ঘনিষ্ঠ সহযোগীকো শাস্তি বাংলাদেশৰ আদালতৰ
1
SHARES
13
VIEWS
ShareShareShareShare

Bangladesh:✒️একপক্ষীয় বিচাৰৰে বাংলাদেশৰ এখন অপৰাধ আদালতে মৃত্যুদণ্ডাজ্ঞা জাৰি কৰিলে দেশখনৰ পলাতক প্রধানমন্ত্রী শ্বেইখ হাছিনাসহ দুজনৰ বিৰুদ্ধে। আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণৰূপে দেশখনে নামকৰণ কৰা এই আদালতে কালি ক্ষমতাচ্যুৎ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেওঁৰ এজন ঘনিষ্ঠক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰে।

ADVERTISEMENT

তেওঁকে ধৰি তিনিজনৰ বিৰুদ্ধে মানৱ জাতিৰ বিৰুদ্ধে অপৰাধকে ধৰি তিনিটা গোচৰৰ বিচাৰ কৰি আদালতে শাস্তি ঘোষণা কৰে। হাছিনাৰ লগতে তেওঁৰ চৰকাৰৰ দিনত দেশখনৰ গৃহমন্ত্রীৰূপে কার্যনির্বাহ কৰা আছাদুজ্জামান খান কমল আৰু প্রাক্তন আৰক্ষী মুৰব্বী চৌধুৰী আব্দুল্লাহ অল-মামুনকো আদালতে দোষী সাব্যস্ত কৰে। অৱশ্যে প্রাক্তন আৰক্ষী মুৰব্বী অল-মামুনে পূর্বে তেওঁৰ অপৰাধ স্বীকাৰ কৰি দেশবাসীৰ পৰা ক্ষমা বিচৰাত তেওঁৰ শাস্তি লাঘৱ হয়। তেওঁক বিচাৰত ৰাজসাক্ষীত পৰিণত কৰা হয়। ইয়াৰ বিপৰীতে হাছিনা আৰু আছাদুজ্জামানক মৃত্যুদণ্ডৰ শাস্তি বিহে আদালতে। প্রাক্তন আৰক্ষী মুৰব্বী অল-মামুনক আদালতে পাঁচ বছৰৰ কাৰাদণ্ড বিহে।

RelatedPosts

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

উল্লেখ্য যে হাছিনাৰ বিৰুদ্ধে এনে শাস্তি ঘোষণাৰ আশংকা কৰি কিছুদিন পূৰ্বৰে পৰা তেওঁৰ দল আৱামী লীগে সমগ্র দেশ উত্তাল কৰি আছে। যোৱা নিশাও দেশখনত বিক্ষিপ্ত ঘটনা সংঘটিত হয়। দুষ্কৃতিকাৰীয়ে যানবাহন, এম্বুলেন্স, বাছ আদিত অগ্নিসংযোগ কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। তদুপৰি ঠায়ে ঠায়ে বিস্ফোৰণৰ ঘটনাও সংঘটিত হয়। এনে অৰাজক পৰিস্থিতিত দেশজুৰি দেশজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বিশেষকৈ ৰাজধানী ঢাকাৰ নিৰাপত্তা অধিক নিশ্ছিদ্ৰ কৰা হৈছে। দুষ্কৃতিকাৰীক দেখা মাত্রেই গুলিচালনা কৰিবলৈ আৰক্ষীয়ে নির্দেশ দিছে।

দেশত এনে ভয়ংকৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে কালি অপৰাধ আদালতখনে হাছিনা আৰু তেওঁৰ ঘনিষ্ঠ প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামানৰ বিৰুদ্ধে মৃত্যুদণ্ডাজ্ঞা জাৰি কৰে। ৰায়দান তথা শাস্তি ঘোষণা উপলক্ষে আজি আদালত চৌহদ লোকে লোকাৰণ্য হৈ পৰে। এনে জনাকীর্ণ পৰিৱেশত আদালতে শাস্তি ঘোষণা কৰাৰ লগে লগে সমবেতসকলে হাততালিবে আদালতৰ ৰায়দানক আদৰণি জনায়। উল্লেখ্য যে হাছিনাৰ দৰে আছাদুজ্জামানেও ইতিমধ্যে দেশৰ পৰা পলায়ন কৰিছে। গতিকে অভিযুক্তৰ পক্ষৰ অনুপস্থিতিতে বিচাৰ কৰি অপৰাধ আদালতখনে এই শাস্তি ঘোষণা কৰাত দেশে-বিদেশে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মৃত্যুদণ্ডাজ্ঞা জাৰিৰ সময়ত কি ক’লে আদালতে?

হাছিনা আৰু তেওঁৰ ঘনিষ্ঠ আছাদুজ্জামান আৰু প্ৰাক্তন আৰক্ষীৰ মুৰব্বী অল-মামুনৰ বিৰুদ্ধে বাংলাদেশৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে মৃত্যুদণ্ডাজ্ঞাৰ শাস্তি জাৰি কৰাৰ সময়ত তিনিও তিনিটা গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ কথা উল্লেখ কৰে। তিনিজনীয়া এই ন্যায়াধিকৰণৰ মুৰব্বী ন্যায়াধীশ মহম্মদ গোলাম মোর্তাজা মজুমদাৰে কয় যে হাছিনাক তিনিটা অপৰাধত দোষী সাব্যস্ত কৰা হৈছে। এই অপৰাধকেইটা হৈছে উচটনি যোগোৱা, হত্যা কৰিবলৈ নির্দেশ জাৰি আৰু অত্যাচাৰ-উৎপীড়ন প্ৰতিৰোধত অসক্রিয়তা। এই অপৰাধসমূহক মানৱ জাতিৰ বিৰুদ্ধে অপৰাধ গণ্য কৰে ন্যায়াধিকৰণে। শাস্তি ঘোষণা কৰি ন্যায়াধীশ মজুমদাৰে কয়, ‘আমি তেওঁৰ ওপৰত এটাই শাস্তি আৰোপ কৰিব বিচাৰিছো- সেয়া হ’ল মৃত্যুদণ্ডাজ্ঞা।’ উল্লেখ্য যে বাংলাদেশত যোৱা বছৰৰ জুলাই-আগষ্টত হাছিনা চৰকাৰৰ বিৰুদ্ধে গঢ়ি উঠা ছাত্র নেতৃত্বাধীন গণ বিদ্ৰোহৰ সময়ত নিৰাপত্তা বাহিনীৰ উৎপীড়নত সহস্রাধিক লোকে প্রাণ হেৰুৱাৰ অভিযোগ

উত্থাপন হৈ আহিছে। আনকি ৰাষ্ট্ৰসংঘৰ মানবাধিকাৰ কাৰ্যালয়ৰ এক প্রতিবেদন অনুসৰি, যোৱা বছৰৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টত দেশখনত নিৰাপত্তা বাহিনীৰ হাতত ১৪শ লোকে প্রাণ হেৰুৱায়। নিৰাপত্তাৰক্ষীৰ দ্বাৰা সংঘটিত এই হত্যালীলা হাছিনাৰ নিৰ্দেশত কাৰ্যকৰী হোৱাৰ সকলো থলেই আছে। কাৰণ তেতিয়া তেওঁ প্রধানমন্ত্রীরূপে কার্যনির্বাহ কৰি আছিল। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত যোৱা বছৰৰ চাৰি আগষ্টত তেওঁ ভাৰতলৈ পলায়ন কৰে। তেতিয়াৰ পৰা তেওঁ ভাৰতত আশ্ৰয় লৈ আছে। হাছিনাৰ পলায়নৰ পাছত ড° মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হোৱা অ-নির্বাচিত অন্তর্বর্তী চৰকাৰে গণ বিক্ষোভৰ সময়ত নিৰাপত্তা বাহিনীয়ে সংঘটিত কৰা হত্যালীলাৰ বিচাৰ হ’ব বুলি ঘোষণা কৰে। সেই অনুসৰি এমাহ পূর্বে আন্তঃজার্তিক অপৰাধ ন্যায়াধিকৰণত হাছিনা, তদানীন্তন গৃহমন্ত্রী আছাদুজ্জামান আৰু প্রাক্তন আৰক্ষী মুৰব্বী অল-মামুনৰ বিচাৰ আৰম্ভ হয়। অৱশ্যে অপৰাধ স্বীকাৰ কৰাৰ বাবে মামুনে শাস্তিৰ পৰা ৰেহাই লাভ কৰে। আজি ফাঁচি ঘোষণাৰ সময়ত আদালতে লগতে কয়, ‘শেখ হাছিনাই প্রতিবাদকাৰীসকলৰ সমাৱেশৰ স্থান নিশ্চিকৰণৰ বাবে আইন বলৱৎকাৰী সংস্থাসমূহক ড্ৰ’ন ব্যৱহাৰ কৰিবলৈ আৰু প্ৰতিবাদকাৰীসকলক নিধনত হেলিকপ্টাৰ আৰু প্ৰাণঘাতক অস্ত্র ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়ে।’ একেদৰে তদানীন্তন গৃহমন্ত্রী আছাদুজ্জামান আৰু আৰক্ষী মুৰব্বী অল-মামুন এনে উৎপীড়ন বন্ধ কৰাত ব্যর্থ হয় আৰু সেয়েহে দুয়ো শাস্তি পোৱাৰ যোগ্য বুলি আদালতে মন্তব্য কৰে। হাছিনা আৰু আছাদুজ্জামানক দোষী সাব্যস্ত কৰি আদালতে কয় যে বিচাৰত দুয়োৰে অনুপস্থিতিয়ে তেওঁলোক দোষী হোৱাটো সূচায়। আদালতে এই বুলিও মন্তব্য কৰে যে যোৱা বছৰৰ গণ বিদ্ৰোহৰ সময়ত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত সংঘটিত আক্রমণ আৱামী লীগৰ ভ্ৰাতৃ সংগঠন ছাত্র লীগ আৰু যুৱ লীগকে ধৰি দলটোৰ শাখা সংগঠনৰ দ্বাৰা সংঘটিত হোৱাটো সাক্ষীৰ ভাষ্যই প্রমাণ কৰিছে। এই বিদ্ৰোহৰ সময়ত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা দাবীসমূহৰ প্ৰতি তদানীন্তন হাছিনা চৰকাৰে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে তদানীন্তন প্রধানমন্ত্রীয়ে আন্দোলনটোক উপহাস কৰে বুলিও আদালতে মন্তব্য কৰে। কেৱল সেয়াই নহয়, প্রতিবাদকাৰী ছাত্র-ছাত্রীসকলক ইংগিত কৰি হাছিনাই অপমানজনক মন্তব্য কৰে। এই অপমানজনক মন্তব্য কৰোতে তেওঁ বাংলাদেশত প্রচলিত ‘ৰাজাকৰ’ শব্দটো ব্যৱহাৰ কৰে। এই শব্দই অপমানসূচক অর্থ বুজায়। তদানীন্তন গৃহমন্ত্রী আছাদুজ্জামানৰ স’তে হোৱা এক টেলিফোনিক বার্তালাপত প্রতিবাদকাৰীসকলক ইংগিত কৰি ৰাজাকৰ শব্দটো প্রয়োগ কৰি হাছিনাই এইসকল প্রতিবাদকাৰীসকলক ফাঁচি দিয়া হ’ব বুলি উল্লেখ কৰে। বাৰ্তালাপত লগতে তেওঁ কয়, ‘আন্দোলন দমনৰ বাবে ছাত্র লীগেই যথেষ্ট।’ আন্তর্জাতিক অপৰাধ আদালতত তেওঁৰ এই বার্তালাপ শুনোৱা হয়। স্বয়ং প্রধানমন্ত্রীয়ে প্ৰতিবাদকাৰীসকলক ইংগিত কৰি এনে অপমানসূচক শব্দ প্ৰয়োগ কৰাত দেশখনৰ আইন-শৃংখলা পৰিস্থিতি ভয়াবহ হৈ উঠে। ক্ষোভত একো নাই হৈ ছাত্র-ছাত্রীকে ধৰি চৰকাৰ বিৰোধী জনতা ৰাজপথলৈ ওলাই আহে। তেতিয়া হাছিনাই প্রতিবাদকাৰী ছাত্র-ছাত্রীসকলক নিধন কৰিবলৈ নিৰ্দেশ জাৰি কৰে বুলি আজি আদালতে মন্তব্য কৰে। প্ৰতিবাদ দমনৰ নামত আৰক্ষীয়ে বহুসংখ্যকক গুলীয়াই ধৰাশায়ী কৰে। আৰক্ষীৰ গুলিত প্রাণ হেৰুওৱাসকলৰ অন্যতম হ’ল ৰংপুৰস্থিত বেগম ৰোকেয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আবু ছাঈদ। তদুপৰি আৰক্ষীৰ গুলিত ঢাকাৰ ছানখাঁৰপুল অঞ্চলতো ছজন প্রতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায়।

হত্যা, হত্যাৰ অপচেষ্টা, নির্যাতনকে ধৰি পাঁচটা অপৰাধৰ বিচাৰ

হাছিনা, তেওঁৰ ঘনিষ্ঠ প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান আৰু প্রাক্তন আৰক্ষী মুৰব্বীৰ বিৰুদ্ধে মুঠ পাঁচটা গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপন হয়। এই ত্রিমূৰ্তিৰ বিৰুদ্ধে উত্থাপন হোৱা এই পাঁচ অভিযোগ হ’ল, হত্যা, হত্যাৰ অপচেষ্টা চলোৱা, অত্যাচাৰ-উৎপীড়ন আৰু আন অমানবীয় কর্ম। অৱশ্যে এই পাঁচ অপৰাধৰ তিনিটাতহে দোষী সাব্যস্ত কৰি কালি আদালতে হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডাজ্ঞা জাৰি কৰে ।

ব্যাপক হিংসাত্মক ঘটনাত পুনৰ অৰাজক অৱস্থা বাংলাদেশত

আন্তর্জাতিক অপৰাধ আদালতে মৃত্যুদণ্ডাজ্ঞা জাৰিৰ পূৰ্বে বাংলাদেশত বিভিন্ন স্থানত অনেক হিংসাত্মক ঘটনা সংঘটিত হয়। এনে জটিল পৰিস্থিতিত ঢাকাৰ মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে। আনকি অগ্নিসংযোগ, বিস্ফোৰণ, নিৰাপত্তা বাহিনী আৰু সাধাৰণ লোকক আক্রমণত লিপ্তক দেখা মাত্রে গুলিচালনা কৰিবলৈ ঢাকা মহানগৰ আৰক্ষী আয়ুক্ত শেখ মহম্মদ হজ্জত আলীয়ে কালি সন্ধিয়া নির্দেশ জাৰি কৰে।

ঢাকাত ডাঙৰ পৰ্দাত ৰায়দানৰ চলন্ত সম্প্ৰচাৰ

হাছিনাৰ বিৰুদ্ধে অপৰাধ আদালতে দিয়া এই ৰায়দানৰ আজি ঢাকাত চলন্ত সম্প্ৰচাৰৰ ব্যৱস্থা কৰে চৰকাৰে। ডাঙৰ পর্দাত এই বায়দান প্রত্যক্ষ কৰে একাংশ ছাত্র-ছাত্রী আৰু যুৱক-যুৱতীয়ে। হাছিনাৰ শাস্তি শুনি এইসকলে উচ্ছ্বাস প্রদর্শন কৰে।

অনুতপ্ত নহয় হাছিনা: ন্যায়াধীশৰ মন্তব্য

আজি মৃত্যুদণ্ডাজ্ঞা জাৰিৰ সময়ত অপৰাধ আদালতে দাবী কৰে যে অপৰাধ কৰিও হাছিনা অনুতপ্ত নহয়। আদালতে কয়, ‘অপৰাধৰ বাবে ক্ষমা বিচৰা নাই হাছিনাই। তেওঁৰ অনুশোচনা নাই। বৰঞ্চ আদালতৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলক ভাবুকিহে দিছে।’ আদালতে লগতে এই বুলিও স্পষ্ট কৰি দিয়ে যে প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে যোৱা বছৰ প্ৰতিবাদ চলি থকাৰ সময়ত আছাদুজ্জামানৰ স’তে হোৱা টেলিফোনিক বাৰ্তালাপৰ সময়ত প্ৰতিবাদকাৰীসকলক ইংগিত কৰি যি অপমানজনক শব্দ প্রয়োগৰ টেলিফোনিক বার্তালাপ আদালতে শুনিলে সেই বার্তালাপ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা তৈয়াৰী নহয়।

আবু ছাঈদৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাৰি-পাঁচবাৰ সলনি

যোৱা বছৰ বাংলাদেশত গণ বিদ্রোহ চলি থকা সময়ত আৰক্ষীৰ গুলিত নিহত আবু ছাঈদৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন চিকিৎসকে হেঁচাত পৰি চাৰি-পাঁচবাৰ সলনি কৰে। এই প্রতিবেদন সলনি কৰিবলৈ সন্মত নোহোৱা চিকিৎসকক ভাবুকিও দিয়া হৈছিল। আদালতত এই কথাও ফাদিল হয়। লগতে পোহৰলৈ আহে যে পাছফালৰ পৰা আৰক্ষীয়ে আবুলৈ গুলিবর্ষণ কৰে।

আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাব নোৱাৰে হাছিনাই: অধিবক্তা

আজি অপৰাধ আদালতে শাস্তি ঘোষণা কৰাৰ পাছত চৰকাৰী পক্ষৰ অধিবক্তাই প্রকাশ কৰে যে পলাতক হাছিনাই আদালতৰ এই ৰায়ক প্রত্যাহ্বান জনাই ন্যায়পালিকাৰ দ্বাৰস্থ হ’ব নোৱাৰিব। এই ৰায়ৰ প্ৰতিলিপি ভাৰত চৰকাৰলৈ প্রেৰণ কৰাৰো ইংগিত দিয়ে চৰকাৰী অধিবক্তাই। শাস্তি ঘোষণাৰ পাছত আদালতে দেশবাসীক শান্ত হ’বলৈও আহ্বান জনায়।

কি ক’লে হাছিনাৰ অধিবক্তাই

হাছিনাৰ অধিবক্তাই দাবী কৰে যে প্ৰাক্তন প্রধানমন্ত্রীগৰাকীয়ে যোৱা বছৰৰ গণবিক্ষোভ দমনৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা নাছিল। একেদৰে হাছিনাই কাকো অপমান কৰা নাছিল বুলিও অধিবক্তাই দাবী কৰে। আন্দোলনকাৰীৰ সংখ্যা মাথোঁ আঠশহে আছিল বুলি দাবী কৰি তেওঁৰ অধিবক্তাই লগতে কয়, ‘চৰকাৰী হিচাপত আন্দোলনকাৰীৰ সংখ্যা আঠশহে আছিল। তেনেস্থলত ডেৰ হেজাৰ আন্দোলনকাৰীৰ মৃত্যু হ’ল কেনেকৈ?’

পুনৰ ‘ধান মন্দিৰ’ ভঙাৰ চেষ্টা উন্মত্ত লোকৰ

বাংলাদেশৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰপতি শ্বেইখ মুজিবুৰ ৰহমানৰ ঢাকাস্থিত বাসগৃহ (ধান মন্দিৰ) পুনৰ ভঙাৰ অপচেষ্টা চলালে একাংশ উন্মত্ত লোকে। আজি অপৰাধ আদালতে শেইখ হাছিনা আৰু তেওঁৰ ঘনিষ্ঠ আছাদুজ্জামান খানক মৃত্যুদণ্ডাজ্ঞা জাৰিৰ পাছতে শ শ লোকে ধান মন্দিৰত উপস্থিত হৈ ঘৰটো ভাঙি পেলাবলৈ উদ্যত হয়। ঘৰটো ভাঙিবলৈ এই উন্মত্ত লোকসকলে দুখন এক্সকেভেটৰো লৈ যায়। অৱশ্যে এই খবৰ পাই ঘটনাস্থলীত বৃহৎসংখ্যক সেনা-আৰক্ষী উপস্থিত হৈ ঘৰটো কথমপি ৰক্ষা কৰে। বিক্ষোভকাৰীসকলক ছত্রভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীয়ে লাঠিচালনাও কৰে। উল্লেখ্য যে যোৱা বছৰৰ জুলাই-আগষ্টৰ বাংলাদেশৰ গণবিদ্ৰোহৰ সময়তো উন্মত্ত প্রতিবাদকাৰীয়ে ধান মন্দিৰৰ বৃহৎ ক্ষতিসাধন কৰে। পৰৱৰ্তী সময়ত যোৱা ফেব্ৰুৱাৰীতো মুজিবুৰৰ এই ঘৰৰ অর্ধেক ভাঙি পেলায় দুষ্কৃতিকাৰীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BANGLADESHSheikh Hasina
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d