Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

ভাৰতীয় ক্ষুদ্ৰ ফেলকন পক্ষীৰ উৰণে বিজ্ঞানীক: ভাৰতৰ পৰা আফ্রিকালৈ স্তম্ভিত কৰিলে একেৰাহে উৰণ

publisher by publisher
November 20, 2025
in world
Reading Time: 1 min read
0
ভাৰতীয় ক্ষুদ্ৰ ফেলকন পক্ষীৰ উৰণে বিজ্ঞানীক: ভাৰতৰ পৰা আফ্রিকালৈ স্তম্ভিত কৰিলে একেৰাহে উৰণ
1
SHARES
13
VIEWS
ShareShareShareShare

দেহৰ ওজন মাথোঁ ১৫০ গ্রাম। এই তেনেই সামান্য ওজনৰ এটি পক্ষীয়ে নিতৌ এহেজাৰ কিলোমিটাৰকৈ বন্যপ্রাণী বিজ্ঞানীসকলক উৰণ সম্পন্ন কৰি স্তম্ভিত কৰিছে। এই ক্ষুদ্র পক্ষীটি হ’ল ভাৰতীয় আমূৰ ফেলকন।

ADVERTISEMENT

উল্লেখ্য যোৱা ১১ নৱেম্বৰত বন্যপ্রাণী বিজ্ঞানীসকলে তিনিটা আমুৰ ফেলকনৰ শৰীৰত জিপিএছ টেগ লগায়। ইয়াৰ উদ্দেশ্য আছিল পক্ষীকেইটিৰ উৰণ নিৰীক্ষণ কৰা। এই তিনি আমুৰ ফেলকনৰ এটি হ’ল প্রাপ্তবয়স্ক মতা পক্ষী। আন দুটিৰ এটি হ’ল কম বয়সীয়া মাইকী পক্ষী আৰু আনটি হ’ল প্রাপ্তবয়স্ক মাইকী পক্ষী।

RelatedPosts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Dainik Agradoot Today’s Edition – May

ইয়াৰে প্ৰাপ্তবয়স্ক মতা পক্ষীটোৰ নাম বিজ্ঞানীসকলে আপাপাং ৰাখে। আন দুটিৰ কম বয়সীয়া মাইকী পক্ষীটিৰ নাম আলাং আৰু প্রাপ্তবয়স্ক মাইকী পক্ষীটিৰ নাম আহু ৰাখে। ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানৰ নেতৃত্বত মণিপুৰ আমূৰ ফেলকন অন্বেষণ প্রকল্প (দ্বিতীয় পর্যায়) ৰ অধীনত এই তিনিটি আমূৰ ফেলকন পক্ষীক নিৰীক্ষণ কৰে বন্যপ্রাণী বিজ্ঞানীসকলে।

এই ক্ষেত্রত ছেটেলাইট মানচিত্ৰৰ সহায় লয় বিজ্ঞানীসকলে। এই নিৰীক্ষণৰ সময়ত দেখা গ’ল যে মাথোঁ চাৰি দিনতকৈ কম দিনৰ (যোৱা ১১ নৱেম্বৰৰ পৰা) ভিতৰতে এটি পক্ষীয়ে ৩১০০ কিলোমিটাৰ দূৰত্বৰ উৰণ সম্পন্ন কৰে। অর্থাৎ ৭৬ ঘণ্টাতে এই ক্ষুদ্র পক্ষীটিয়ে মধ্য ভাৰত , গুজৰাট তথা আৰৱ সাগৰক সামৰি লক্ষ্য স্থান আফ্রিকাত উপস্থিত হয়।

স্বাভাৱিকতে ইয়ে বন্যপ্রাণী বিজ্ঞানীসকলক স্তম্ভিত কৰিছে। মাথোঁ ডেৰশ কিলোগ্রাম ওজনৰ এই পক্ষীটিয়ে নিতৌ এহেজাৰ কিলোমিটাৰ উৰণ সম্পন্ন কৰে। যাত্রাপথত পক্ষীটিয়ে কোনো বিশ্রাম লোৱা নাছিল। এনে মাৰাথন দৌৰৰ জৰিয়তে ভাৰতৰ পৰা আফ্ৰিকাৰ ছোমালিয়ালৈ ছহেজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ক্ষুদ্র পক্ষীটিয়ে। উৰণ পথত পক্ষীটিয়ে জিৰণি লোৱাটো দূৰৰে কথা, কোনো খাদ্যও খোৱা নাছিল।

এই ক্ষুদ্র প্রকৃতিৰ শৰীৰত এনে শক্তি, দৃঢ়তা আদি কেনেদৰে পঞ্জীভূত হৈ আছে, সেয়া গৱেষণাৰে বিষয়ত পৰিণত হৈছে। বিজ্ঞানীসকলৰ মতে অনুকূল পৰিৱেশ পালে আমুৰ ফেলকনে অনায়াসে হেজাৰ হেজাৰ কিলোমিটাৰ উৰিব পৰাটো ইয়ে প্রতিপন্ন কৰিছে। অৱশ্যে আমূৰ ফেলকনে নহয়, এনে দীর্ঘ দূৰত্ব একেৰাহে উৰি থাকিব পৰা আন কিছু সংখ্যক প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীও পৃথিৱীত আছে।

বহুতকে স্তম্ভিত কৰা এই আমূৰ ফেলকন পক্ষীটিৰ যাত্ৰা আৰম্ভ হয় মণিপুৰত। ৰাজ্যখনৰ ঘন অৰণ্য আৰু কৃষিভূমিৰ আকাশ উৰি অৱশেষত পূব আফ্রিকাৰ দেশখনত পক্ষীটি উপস্থিত হয়। উল্লেখ্য যে একালত আমূৰ ফেলকন পক্ষী বহুতে নিধন কৰে। ফলত এই পক্ষী বিলুপ্তিৰ দিশে অগ্ৰসৰ হয়।

এনে অৱস্থাত মণিপুৰত আমূৰ ফেলকন সংৰক্ষণৰ বাবে সামুহিক ভিত্তিত প্রচেষ্টা গঢ়ি উঠিছে। আনকি মণিপুৰৰ গাঁওসমূহ আমূৰ পক্ষীৰ একপ্ৰকাৰ অভিভাৱকত পৰিণত হৈছে। এই পৰিভ্ৰমী ক্ষুদ্ৰ পক্ষীবিধৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ মণিপুৰৰ গ্ৰামাঞ্চলৰ লোকসকল অংগীকাৰবদ্ধ হৈছে।

উল্লেখ্য যে জাৰৰ দিনত বহু হেজাৰ পৰিভ্ৰমী পক্ষীয়ে ভাৰতৰ পৰা আফ্রিকালৈ যাত্ৰা কৰে। এই পক্ষীসমূহৰ অন্যতম হৈছে উক্ত তিনি আমূৰ ফেলকন পক্ষী। আমূৰ ফেলকন পক্ষীকেইটিৰ যাত্ৰাৰ আৰম্ভণিৰ এটা ভিডিঅ’ তামিলনাডুৰ আইএএছ বিষয়া সুপ্রিয়া চাহুরে ইণ্টাৰনেটত প’ষ্ট কৰিছে।

পক্ষীকেইটিৰ এই যাত্রাক মহাকাব্যিক বুলি উল্লেখ কৰি আইএএছ বিষয়াগৰাকীয়ে ভিডিঅ’টো সামাজিক মাধ্যম ‘এক্স’ত আপলোড কৰিছে। উল্লেখ্য যে প্রতি বছৰে নৱেম্বৰত আমূৰ ফেলকন পক্ষীয়ে ভাৰতৰ উপৰি ৰাছিয়া, চীন, কোৰিয়াৰ কেতবোৰ অঞ্চল আৰু জাপানৰ পৰা আফ্রিকালৈ যাত্রা কৰে। এই পক্ষীবিধে শীত সহ্য কৰিব নোৱাৰে বুলি ধাৰণা কৰা হয়।

উত্তৰ-পূব ভাৰতত ঘাইকৈ মণিপুৰ আৰু নগালেণ্ডত এই পক্ষীৰ সংৰক্ষণৰ ব্যবস্থা গঢ়ি উঠিছে। বিগত এক দশকত দুয়োখন ৰাজ্যত বহু লোক আমূৰ পক্ষী সংৰক্ষণৰ স’তে জড়িত হৈ পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?
News

নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

May 2, 2026
মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

ডিজিটেল যুগত মহিলাৰ সুৰক্ষা, সামাজিক মাধ্যমত হাৰাশাস্তিৰ সন্মুখীন হ’লে কি কৰিব

May 1, 2026
বিৱৰ্তন স্তব্ধ হোৱা নাই, সলনি হৈ আছে মানুহ!

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d