Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GMDA:জি এম ডি এৰ সহযোগত নেহৰু পাৰ্কত পূৰবী মিল্ক বুথৰ শুভ উদ্বোধন

publisher by publisher
November 20, 2025
in Assam
Reading Time: 1 min read
0
GMDA:জি এম ডি এৰ সহযোগত নেহৰু পাৰ্কত পূৰবী মিল্ক বুথৰ শুভ উদ্বোধন
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

50% Reduction In Ropeway Fares For Student:শিক্ষাৰ্থীৰ বাবে ৫০ শতাংশ লৈ হ্ৰাস ৰোপৱেৰ ভাড়া

Unexpected Water Crisis in Guwahati:গুৱাহাটীত অভাৱনীয় জলসংকট !

GMDA:

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় ব্ৰেণ্ড ‘পূৰবী’য়ে নিজৰ বিপণন নেটৱৰ্ক দ্ৰুততাৰে সম্প্ৰসাৰণ ঘটাই বৃহস্পতিবাৰে গুৱাহাটীৰ নেহৰু পাৰ্কৰ সমীপত এটা নতুন মিল্ক বুথৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে, এয়া গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ লগত সম্পন্ন হোৱা অংশীদাৰিত্বৰ জৰিয়তে মুকলি কৰা প্ৰথমটো বুথ। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে পাৰ্কলৈ অহা নাগৰিক, প্ৰাতঃভ্ৰমণকাৰী, ছাত্ৰ-ছাত্ৰী আৰু গুৱাহাটী চহৰৰ বাসিন্দাসকলৰ বাবে উচ্চ মানদণ্ডৰ দুগ্ধজাত সামগ্ৰী অধিক সহজলভ্য কৰোৱা।

ADVERTISEMENT

সমবায় মন্ত্ৰী যোগেন মহনে এই নতুন মিল্ক বুথটো উদ্বোধন কৰে। তদুপৰি উদ্বোধনী অনুষ্ঠানত সমবায় সচিব আই এ এছ অনন্ত লাল জ্ঞানীৰ লগতে জি এম ডি এ তথা পূৰবীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

মন কৰিবলগীয়া যে, এই সহযোগিতাৰ জৰিয়তে জি এম ডি এয়ে গুৱাহাটীত পূৰবীৰ প্ৰি-ফ্ৰেব্ৰিকেটেড মিল্ক বুথ স্থাপনৰ বাবে তিনিটা স্থান আগবঢ়াইছে। নেহৰু পাৰ্কত এই নতুন মিল্ক বুথ মুকলিৰ পাছত পৰৱৰ্তী সময়ত আৰ জি বৰুৱা পথৰ শ্ৰদ্ধাঞ্জলি কানন আৰু আদাবাৰীৰ অটল উদ্যানৰ সমীপত অতি সোনকালে অন্য দুটা বুথ মুকলি কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী যোগেন মহনে পূৰবী আৰু জি এম ডি এৰ এই সহযোগিতাৰ শলাগ লয়। তেওঁ কয়, “পূৰবী ডেইৰীয়ে কৃষকসকলক শক্তিশালী কৰিবলৈ আৰু গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ অহৰহ কাম কৰি আহিছে, আৰু সমগ্ৰ অসমৰ গ্ৰাহকসকলক সুৰক্ষিত, পুষ্টিকৰ সামগ্ৰী যোগান ধৰি আহিছে। জি এম ডি এৰ সৈতে লোৱা এই পদক্ষেপে নাগৰিকসকলক যথেষ্ট উপকৃত কৰিব আৰু ৰাজ্যখনৰ দুগ্ধ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাতো অৰিহণা যোগাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘অসম দুগ্ধ উন্নয়ন পৰিকল্পনা’ নামেৰে দুগ্ধ খণ্ডৰ বাবে এক দূৰদৰ্শী পৰিৱৰ্তনৰ পৰিকল্পনা আগবঢ়াইছে। সংগঠিত সমবায় দুগ্ধ খণ্ডত তেওঁ দৈনিক ১০ লাখ লিটাৰ দুগ্ধ পৰিচালনা কৰাৰ লক্ষ্য বান্ধি দিছে। এই মিল্ক বুথসমূহ স্থাপন কৰাটো এই বৃহৎ পৰিকল্পনাৰে অংশ।”

একেদৰে, জি এম ডি এৰ এগৰাকী বিষয়াই এই অংশীদাৰিত্বক লৈ সন্তোষ প্ৰকাশ কৰি কয়, “গুৱাহাটীৰ সৰ্বাধিক জনসমাগম হোৱা কিছুমান ৰাজহুৱা স্থানত এই কিয়স্কসমূহ স্থাপন কৰিবলৈ পূৰবীৰ সৈতে সহযোগিতা কৰি আমি আনন্দিত হৈছো। মানসম্পন্ন খাদ্যৰ সহজ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ লগতে নাগৰিকৰ সুবিধা বৃদ্ধিৰ দিশত আমি পূৰবীৰ সৈতে আমাৰ সম্পৰ্কক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লৈছোঁ।”

উল্লেখ্য যে, পূৰবীৰ সামগ্ৰীসমূহ পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা উৎপাদিত হয় আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ দ্বাৰা বিপণন কৰা হয়। এন ই ডি এফ এল হৈছে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ এক যৌথ উদ্যোগ। এন ই ডি এফ এলে সমগ্ৰ অঞ্চলটোত বিতৰণ ব্যৱস্থা শক্তিশালী কৰি গ্ৰাহকসকললৈ সতেজ আৰু পুষ্টিকৰ দুগ্ধজাত সামগ্ৰী সহজতে লাভ কৰাটো নিশ্চিত কৰিছে।

এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসুৱে কয়, “পূৰবীত আমাৰ লক্ষ্য হৈছে অসমৰ প্ৰতিটো পৰিয়াললৈ সুৰক্ষিত, পুষ্টিকৰ আৰু উচ্চ মানদণ্ডৰ দুগ্ধজাত সামগ্ৰীৰ যোগান নিশ্চিত কৰা। মূল ৰাজহুৱা স্থানসমূহত আধুনিক মিল্ক বুথৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আমি পূৰবীক জনসাধাৰণৰ অধিক কাষ চপাই অনাৰ লগতে খাদ্য সুৰক্ষাকো শক্তিশালী কৰিছোঁ। জি এম ডি এৰ সৈতে হোৱা এই অংশীদাৰিত্ব নাগৰিকসকলৰ বাবে স্বাস্থ্যকৰ খাদ্য সহজে গ্ৰহণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”
গুৱাহাটীৰ কেইবাটাও কৌশলগত স্থানত থকা পূৰবী ডেইৰীৰ বৰ্ধিত নেটৱৰ্কত এতিয়া এই নতুন বুথটোও সংযোজিত হ’ল৷ পূৰবী ডেইৰীৰ এই নেটৱৰ্কৰ ভিতৰত আছে জি এম চি এইচ চৌহদ, এ এছ টি চি – আই এছ বি টি খানাপাৰা, জনতা ভৱনৰ প্ৰৱেশদ্বাৰ, অসম ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীত দিশ আৰু অন্যান্য জনবহুল কেন্দ্ৰসমূহ।

MOHAN 2ৱামুলে বিশ্ব বেংকৰ পুঁজিৰে পৰিচালিত এপাৰ্ট প্ৰকল্পৰ অধীনত এই প্ৰি-ফেব্ৰিকেটত বুথসমূহ ক্ৰয় কৰিছে । এই বুথসমূহ ভিজি-কুলাৰ, চেষ্ট ফ্ৰীজাৰ, ডিপ ফ্ৰীজাৰ আৰু সুৰক্ষিত ক’ল্ড চেইনৰ সুবিধাৰে সু-সজ্জিত, যিয়ে গোটেই দিনটো সামগ্ৰীৰ সুৰক্ষা আৰু সতেজতা নিশ্চিত কৰে। ব্যস্ত গ্ৰাহকৰ সুবিধা বৃদ্ধিৰ লগতে স্বাস্থ্যসন্মত খাদ্যাভ্যাসক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে বিশেষভাৱে এই বুথসমূহ ডিজাইন কৰা হৈছে ।
লক্ষ্যণীয় যে, পূৰবী ডেইৰীয়ে অসমৰ দুগ্ধ খণ্ডৰ পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকে কৃষক আৰু উৎপাদক গোটসমূহক সহায় কৰি অহাৰ উপৰিও আধুনিক প্ৰক্ৰিয়াকৰণ পদ্ধতিৰে গ্ৰাহকৰ ওচৰলৈ তেওঁলোকৰ সামগ্ৰী লৈ যায়। লগতে, ফ্ৰেঞ্চাইজি ভিত্তিক এই নতুন কিয়স্ক মডেলেৰে পূৰবীয়ে স্থানীয় উদ্যোগীসকলৰ বাবে নতুন জীৱিকাৰ সুযোগো সৃষ্টি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gmdaneheru parkNew Booth InaugurationPurabi Dairy
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d